March 23, 2025 7:53 PM March 23, 2025 7:53 PM

views 12

সাংবিধানিক উপায়েৰে সকলো সমস্যা সমাধান কৰিব পাৰিঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গৱাই

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গৱাইয়ে আজি কয় যে সাংবিধানিক উপায়েৰে সকলো সমস্যা সমাধান কৰিব পাৰি। ইম্ফলত মণিপুৰ উচ্চ ন্যায়ালয়ৰ দ্বাদশ বার্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি ন্যায়াধীশগৰাকীয়ে আলোচনাৰ শক্তি সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কয় যে সকলো পক্ষ আগবাঢ়ি আহিলে সমাধান সম্ভৱ হৈ উঠে...

March 23, 2025 7:26 PM March 23, 2025 7:26 PM

views 2

তিনিদিনীয়া ভ্রমণসূচীৰে ছিংগাপুৰত উপস্থিত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল ছিংগাপুৰ চৰকাৰৰ আমন্ত্রণমর্মে তিনিদিনীয়া ভ্রমণসূচীৰে ছিংগাপুৰত উপস্থিত হৈছে। দেশখনৰ উচ্চ আয়োগে আজি মন্ত্ৰীগৰাকীক আদৰণি জনায়। শ্রীসোণোৱালে আই এন এ স্মাৰকত নেতাজী সুভাষ চন্দ্ৰ বসু আৰু অজ্ঞাত সৈনিকসকলৰ প্রতি সশ্রদ্ধ প্ৰণিপাত জ্ঞাপন কৰ...

March 23, 2025 7:23 PM March 23, 2025 7:23 PM

views 5

সদৌ অসম কোচ সন্মিলনৰ ৩৬ সংখ্যক বাৰ্ষিক ৰাজ্যিক অধিবেশনৰ সামৰণি

ধেমাজিৰ নিলখ হাইস্কুল খেলপথাৰৰ বিশ্ববীৰ চিলাৰায় সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম কোচ সন্মিলনৰ ৩৬ সংখ্যক বাৰ্ষিক ৰাজ্যিক অধিবেশনৰ আজি সামৰণি পৰে। অন্তিম দিনাৰ কাৰ্যসূচীৰ অংশৰূপে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত জনগোষ্ঠীটোৰ ঐতিহ্য আৰু পৰম্পৰাৰ প্রতিফলন ঘটোৱা হয়। ৰাজ্যৰ বিভিন্ন ...

March 23, 2025 7:20 PM March 23, 2025 7:20 PM

views 11

পশ্চিম কার্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড শিল-বৰষুণৰ ফলত বিস্তৰ ক্ষতি

পশ্চিম কার্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত আজি দিনৰ ভাগত হোৱা প্ৰচণ্ড শিল-বৰষুণৰ ফলত জিলাখনত বিস্তৰ ক্ষতি হয়। জিলাখনৰ চিংথং পৰিষদীয় সমষ্টিৰ নং এহ লুবৈত হোৱা এই শিল-বৰষুণৰ ফলত বিস্তীর্ণ অঞ্চলৰ কৃষি ভূমি নষ্ট হোৱাৰ লগতে কেইবাটাও বাসগৃহ ক্ষতি হয়। উল্লেখযোগ্য যে যোৱা ২৩ ফেব্ৰুৱাৰীত জিলাখনত শিল-বৰষুণৰ ...

March 23, 2025 7:17 PM March 23, 2025 7:17 PM

views 12

ধেমাজি সমষ্টিৰ বৰুৱা ব্লক চাৰিআলিৰ পৰা সুবাহী চাৰিআলি সংযোগী ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ  পকী দলঙৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ আধাৰশিলা স্থাপন

ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম, জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজি সমষ্টিৰ বৰুৱা ব্লক চাৰিআলিৰ পৰা সুবাহী চাৰিআলি সংযোগী ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন পকী দলঙৰ আজি আধাৰশিলা স্থাপন কৰে। বিশ্ববেংকৰ পুঁজিৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অধীনত অনুমোদিত ৪ কোটি ৪৬ লাখ টকা ব্যয় সাপেক্...

March 23, 2025 6:58 PM March 23, 2025 6:58 PM

views 4

ড০ ৰাম মনোহৰ লোহিয়াৰ জয়ন্তীত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ শ্ৰদ্ধা জ্ঞাপন

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ড০ ৰাম মনোহৰ লোহিয়াৰ জয়ন্তীত আজি শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্রী শ্রীমোদীয়ে কয় যে ড০ লোহিয়া এগৰাকী দূৰদৰ্শী নেতা, এগৰাকী স্বাধীনতা যুঁজাৰু আৰু সামাজিক ন্যায়ৰ প্ৰতিমূৰ্তি আছিল। দেশৰ প্ৰতি তেওঁৰ অৱদানক সুঁৱৰি প্রধানমন্ত্রী শ্রীমোদীয়...

March 23, 2025 6:51 PM March 23, 2025 6:51 PM

views 23

পিয়াঁজ ৰপ্তানীৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ ২০ শতাংশ শুল্ক প্রত্যাহাৰ

কেন্দ্ৰীয় চৰকাৰে পিয়াঁজ ৰপ্তানীৰ ওপৰত ২০ শতাংশ শুল্ক প্রত্যাহাৰ কৰিছে। এই নীতি পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। কেন্দ্রীয় গ্রাহক পৰিক্রমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে কৈছে যে ইয়াৰ দ্বাৰা কৃষকসকলৰ পাৰিতোষিক নিশ্চিত কৰা হ'ব আৰু গ্ৰাহকৰ বাবে পিয়াঁজ ব্যয়সাধ্য হৈ থাকিব। পিয়াঁজকে ধৰি আন কে...

March 23, 2025 6:45 PM March 23, 2025 6:45 PM

views 12

কামৰূপ জিলাৰ ৰাণী সংৰক্ষিত বনাঞ্চলত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

কামৰূপ জিলাৰ ৰাণী সংৰক্ষিত বনাঞ্চলত উৱলি যোৱা বন্যহস্তীৰ এটা মৃতদেহ উদ্ধাৰ কৰা হয়। পূৱ কামৰূপ বন সংমণ্ডলৰ অধীনৰ ৰাণী ৰেঞ্জৰ অন্তৰ্গত দেওপাহাৰত উদ্ধাৰ কৰা মৃত বন্যহস্তীটো চোৰাং চিকাৰীয়ে হত্যা কৰাৰ সন্দেহ কৰা হৈছে। বন বিভাগে মেঘালয়ৰ চোৰাং চিকাৰীয়ে এমাহ পূর্বে হাতীটো হত্যা কৰি দাঁত, শুঁৰ, মঙহ আদি ক...

March 23, 2025 6:41 PM March 23, 2025 6:41 PM

views 10

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধাত বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধাত নতুনকৈ নিৰ্মাণ কৰা এছ এম হাস্পতালত আজি বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হয়। পুৱাৰে পৰা হাস্পতালখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ দৰিদ্ৰ ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতালখনত ভিৰ পৰিলক্ষিত হয়। বিনামূলীয়া চিকিৎসা শিবিৰ জৰিয়তে ৰোগীসকলক স্...

March 23, 2025 6:38 PM March 23, 2025 6:38 PM

views 14

চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সোমবাৰৰ পৰা ২৯ মাৰ্চলৈ হ’বলগীয়া বিষয়সমূহৰ পৰীক্ষা বাতিল

প্রশ্নকাকত ফাদিল আৰু প্ৰ'টকল উলংঘাৰ বাতৰিৰ বাবে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ কাইলৈৰ পৰা ২৯ মাৰ্চলৈ হ'বলগীয়া বাকী বিষয়সমূহৰ পৰীক্ষা বাতিল কৰা হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এইকথা প্রকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কাইলৈ হ'বলগীয়া অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বৈঠ...