March 24, 2025 8:20 PM March 24, 2025 8:20 PM
5
বিশ্ব যক্ষ্মা দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন স্থানত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ
ৰাজ্যৰ বিভিন্ন স্থানত আজি বিশ্ব যক্ষ্মা দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি হামৰেণৰ জিলা যক্ষ্মা কেন্দ্ৰত এই দিৱস পালন কৰা হয়। হামৰেণ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ আলতাফ হুছেইনৰ সভাপতিত্বত আয়োজিত এই কাৰ্যসূচীত যক্ষ্মা ৰোগৰ লক্ষণ...