March 25, 2025 8:03 PM March 25, 2025 8:03 PM

views 7

ৰাজ্যৰ বিভিন্ন স্থানত ডাঃ নোমল মমিনৰ আক্ৰমণৰ ঘটনাক লৈ প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যৰ বিভিন্ন স্থানত আজি অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই গাত হাত লগোৱা বুলি অভিযোগ কৰাৰ ঘটনাক লৈ বিজেপি আৰু অনুসূচিত জনজাতি মৰ্চাই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিজেপিৰ দলীয় কৰ্মীসকলে এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰত কং...

March 25, 2025 8:01 PM March 25, 2025 8:01 PM

views 10

ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক পৰীক্ষা কেন্দ্ৰৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত অসম চৰকাৰৰ

অসম চৰকাৰে এতিয়াৰেপৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক পৰীক্ষা কেন্দ্ৰৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ বিষয়ে সক্রিয়ভাৱে বিবেচনা কৰিছে। আজি ৰাজ্য বিধানসভাত যোৱা ২১ মাৰ্চত হ'বলগীয়া অসম বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ একাদশ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনা সম্পৰ্কত বিবৃতি দি শিক্ষামন্ত্রী ডাঃ ৰ...

March 25, 2025 7:13 PM March 25, 2025 7:13 PM

views 15

মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুমাৰ তেওঁৰ মন্ত্ৰীসভাৰ সাতগৰাকী মন্ত্ৰীৰ দপ্তৰৰ সাল-সলনি

মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুমাই তেওঁৰ মন্ত্ৰীসভাৰ সাতগৰাকী মন্ত্ৰীৰ দপ্তৰৰ সাল-সলনি ঘটাইছে। গৃহমন্ত্ৰীৰ দায়িত্বত থকা কে চাপদাংগাৰ হাতৰ পৰা দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য বিভাগ কৰ্তন কৰা হৈছে। ৰাজ্য মন্ত্ৰী লালথিংলভাক ক্রীড়া আৰু যুৱ কল্যাণৰ লগতে পৰ্যটন বিভাগৰো দায়িত্ব দিয়া হৈছে। ছি লালছয়ভুঙাক কল...

March 25, 2025 7:10 PM March 25, 2025 7:10 PM

views 6

জৰ্জ কোৰিয়ানৰ আজি ৰাজ্যিক সংখ্যালঘু আয়োগৰ এখন সন্মিলন মুকলি

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা ৰাজ্য মন্ত্ৰী জৰ্জ কোৰিয়ানে আজি নতুন দিল্লীত ৰাজ্যিক সংখ্যালঘু আয়োগৰ এখন সন্মিলন মুকলি কৰে। সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ শিক্ষা আৰু সৱলীকৰণৰ দিশত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে এই সন্মিলনৰ আয়োজন কৰিছে। সন্মিলনত নীতি নিৰ্মাতা, বিশেষজ্ঞ আৰু অংশীদাৰসকলে স...

March 25, 2025 7:08 PM March 25, 2025 7:08 PM

views 5

অমৃত পাল সিঙৰ সাতজন সহযোগীক আজনালা আদালতত পুনৰ হাজিৰ

খালিস্তানী নেতা তথা সাংসদ অমৃত পাল সিঙৰ সাতজন সহযোগীক আজি আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পঞ্জাৱৰ অমৃতসৰৰ আজনালা আদালতত পুনৰ হাজিৰ কৰোৱা হয়। আদালতে তেওঁলোকক পুনৰ তিনি দিনৰ বাবে ২৮ মার্চ পর্যন্ত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। তেওঁলোক ২০২৩ চনত আজনালা থানা আক্রমণৰ ঘটনাত জড়িত আছিল। ডি এছ পি গুৰ...

March 25, 2025 7:06 PM March 25, 2025 7:06 PM

views 13

ছত্তিশগড়ত আজি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন মাওবাদী নিহত

ছত্তিশগড়ৰ দান্তেৱাড়া জিলাত আজি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন মাওবাদী নিহত হয়। চৰকাৰী সূত্ৰ অনুসৰি আৰক্ষী আৰু নিৰাপত্তাবাহিনীৰ এটা যুটীয়া দলে বিজাপুৰ আৰু দান্তেৱাড়া জিলাৰ সীমান্ত অঞ্চলৰ ঘন অৰণ্যত আজি পুৱা নক্সাল বিৰোধী অভিযান চলোৱাৰ সময়ত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত গুলীয়া-গ...

March 25, 2025 7:05 PM March 25, 2025 7:05 PM

views 4

দিল্লী বিধানসভাত আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল

 বিত্ত বিভাগৰ দায়িত্বত থকা দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি দিল্লী বিধানসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে। দিল্লীত বিজেপিৰ নেতৃত্বৰ চৰকাৰ গঠনৰ পাছত এইখন হৈছে প্ৰথমখন বাজেট। বাজেট দাখিল কৰি সদনত শ্ৰীমতী গুপ্তাই কয়, যে এক লাখ কোটি টকাৰ এই বাজেটখনত প্ৰতিটো খণ্ডৰ উন্নয়ন আৰু বিকাশত গুৰু...

March 25, 2025 6:53 PM March 25, 2025 6:53 PM

views 18

সৰ্বানন্দ সোণোৱালৰ ড° এমি খোড়ৰ সৈতে ছিংগাপুৰ সামুদ্রিক সপ্তাহৰ অংশ হিচাপে ভাৰত মণ্ডপ উদ্বোধন

ছিংগাপুৰ চৰকাৰৰ আমন্ত্রণমর্মে দেশখন ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দেশখনৰ জ্যেষ্ঠ মন্ত্ৰী ড° এমি খোড়ৰ সৈতে ছিংগাপুৰ সামুদ্রিক সপ্তাহৰ অংশ হিচাপে ভাৰত মণ্ডপ উদ্বোধন কৰে। এই মণ্ডপত ভাৰতৰ সামুদ্রিক উদ্ভাৱন আৰু শক্তি সম্ভাৱনা এই মণ্ডপ ভাৰত আৰু ছিংগাপ...

March 25, 2025 6:51 PM March 25, 2025 6:51 PM

views 19

গোলাঘাটৰ চক্ৰধবজ সমন্বয় ক্ষেত্ৰত ঠেঙাল কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় অধিৱেশনত তৰাচিৰা বিহু অনুষ্ঠিত

গোলাঘাট জিলাৰ মেৰাপানীৰ হাতীয়ে খোৱা চক্ৰধবজ সমন্বয় ক্ষেত্ৰত ঠেঙাল কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় অধিৱেশনৰ অংশ হিচাপে তৰাচিৰা বিহু অনুষ্ঠিত হৈছে। এই উপলক্ষে অধিৱেশনস্থলীত কমেও দুহেজাৰ নাচনীয়ে খোলাং বুঢ়ী নাচ পৰিৱেশন কৰিব। এই অধিৱেশনত জনগোষ্ঠীটোৰ পৰম্পৰাগত ৰীতি- নীতি, আৰ্থ-সামাজিক, ৰাজনৈতিক, শৈক্ষিক আৰ...

March 25, 2025 7:57 PM March 25, 2025 7:57 PM

views 6

অহা ২৭ মাৰ্চত বিভিন্ন কাৰ্যসূচীৰে নগাঁও জিলা দিৱসৰ আয়োজন

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অহা ২৭ মাৰ্চত বিভিন্ন কাৰ্যসূচীৰে নগাঁও জিলা দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সেইদিনা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আমাৰ নগাঁও শীৰ্ষক এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখনত সকলো বয়সৰ লোকে অংশগ্ৰহণ কৰিব পাৰিব। দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনৰ ঐতিহ্য বহনকাৰী স্থ...