March 25, 2025 8:35 PM March 25, 2025 8:35 PM
7
লোকসভাত আজি বাষ্পিকৰণ পাত্ৰ বিধেয়ক ২০২৪ উত্থাপন
লোকসভাত আজি বিবেচনা আৰু গ্ৰহণৰ বাবে বইলাৰ অৰ্থাৎ বাষ্পিকৰণ পাত্ৰ বিধেয়ক ২০২৪ উত্থাপন কৰা হয়। এই বিধেয়কখনৰ জৰিয়তে বইলাৰ যন্ত্ৰসমূহৰ নিয়ন্ত্ৰণ, বইলাৰ যন্ত্ৰৰ বিস্ফোৰণৰ পৰা ধন-জনৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। বিধেয়কখনত সমগ্ৰ দেশত বইলাৰৰ নিৰ্মাণ আৰু ব্যৱহাৰৰ পঞ্জীয়ন আৰু নিৰীক্ষণৰ বাবে একেধৰণৰ ব্...