March 27, 2025 4:08 PM March 27, 2025 4:08 PM

views 10

খাদ্যৰ মান নির্ণয়কাৰী ৰাষ্ট্ৰীয় সংস্থা, ভাৰতীয় মান্যক ব্যুৰ’ৰ দিল্লীত এমাজন ছেল্ল্ প্রাইভেট লিমিটেডৰ গুডামত অভিযান

খাদ্যৰ মান নির্ণয়কাৰী ৰাষ্ট্ৰীয় সংস্থা, ভাৰতীয় মান্যক ব্যুৰ'ৱে দিল্লীত এমাজন ছেল্ল্ প্রাইভেট লিমিটেডৰ গুডামত আজি তালাচী অভিযান চলায়। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্র্যালয়ে এটা বিবৃতিত প্রকাশ কৰা অনুসৰি মান্যক ব্যুৰ'ৱে এমাজনৰ গুডামত প্রায় ১৫ ঘণ্টা ধৰি অভিযান চলাই ৩,৫০০ ৰো অধিক সামগ্রী ...

March 27, 2025 4:00 PM March 27, 2025 4:00 PM

views 18

বিহাৰৰ ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া সঞ্জীৱ হংসৰ মালিকানাধীন পাটনাৰ ভিন্ন স্থানত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ অভিযান

আয়ৰ সৈতে সামঞ্জস্যবিহীন সম্পত্তি আৰু দুৰ্নীতিৰ গোচৰত বিধি বলৱৎকাৰী সঞ্চালকালয়ে আজি বিহাৰৰ ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া সঞ্জীৱ হংসৰ মালিকানাধীন পাটনাৰ কেইবাটাও স্থানত তালাচী অভিযান চলায়। বিহাৰৰ শক্তি বিভাগৰ প্ৰাক্তন সচিব হংস আৰু তেওঁৰ কেইবাগৰাকী সহযোগীৰ বিৰুদ্ধে ক'লাধন বৈধকৰণ আৰু নিবিদাৰ ক্ষেত্ৰত দুর...

March 27, 2025 3:58 PM March 27, 2025 3:58 PM

views 7

এছিয়াৰ দীর্ঘতম সুৰংগ, জম্মু-কাশ্মীৰৰ জ’জিলা সুৰংগ নিৰ্মাণৰ কাম প্রায় ৭০ শতাংশ সম্পূৰ্ণ

এছিয়াৰ দীর্ঘতম সুৰংগ, জম্মু-কাশ্মীৰৰ জ'জিলা সুৰংগ নিৰ্মাণৰ কাম প্রায় ৭০ শতাংশ সম্পূৰ্ণ হৈছে। ৫,৫০০ কোটিতকৈ অধিক টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই প্রকল্পই শ্রীনগৰ আৰু লাডাখৰ মাজত বছৰৰ সকলো সময়তে যোগাযোগ সম্ভৱ কৰি তুলিব। ১৩ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ মূল সুৰংগপথ আৰু সুৰংগলৈ সংযোগী ১৭ কিলোমিটাৰতকৈ অধিক ...

March 27, 2025 3:56 PM March 27, 2025 3:56 PM

views 5

ৰাষ্ট্ৰীয় মহিলা আয়োগে দেশৰ প্ৰতিখন জিলাতে একোটা প্রাক বৈবাহিক পৰামৰ্শ কেন্দ্ৰ মুকলি কৰিব

ৰাষ্ট্ৰীয় মহিলা আয়োগে দেশৰ প্ৰতিখন জিলাতে একোটা প্রাক বৈবাহিক পৰামৰ্শ কেন্দ্ৰ মুকলি কৰিব। পাটনাত আজি এই কথা প্ৰকাশ কৰি আয়োগৰ অধ্যক্ষা বিজয়া ৰাহাটকাৰে কয়, যে চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সৈতে সংগতি ৰাখি এই নতুন ব্যৱস্থাৰ আৰম্ভ কৰিবলৈ লোৱা হৈছে। বৰ্তমানলৈ দেশৰ ১১ খন জিলাত মুঠ ২৩ টা এনে কেন্দ্ৰ...

March 27, 2025 3:53 PM March 27, 2025 3:53 PM

views 11

অহা ৩০ মার্চত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ মার্চত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২০ সংখ্যক খণ্ড। প্রধানমন্ত্রীয়ে মন কী বাতৰ আসন্ন খণ্ডটিৰ বাবে জনসাধাৰণৰ দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ শুল্ক বিহীন নম্বৰত ফোন কৰি এই...

March 27, 2025 3:50 PM March 27, 2025 3:50 PM

views 14

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDO আৰু নৌ-সেনাৰ হ্রস্ব দূৰত্বভেদি ক্ষেপনাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন

  প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDO আৰু নৌ-সেনাই কালি ওড়িশাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা থলুৱাভাৱে বিকশাই তোলা ভূপৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ উলম্বভাবে নিক্ষেপ কৰিব পৰা হ্রস্ব দূৰত্বভেদি ক্ষেপনাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। পৰীক্ষাকালত ভূ-ভাগৰ পৰা উলম্ব উৎক্ষেপকৰ সহায়ত একেবাৰে ওচৰৰ ...

March 27, 2025 3:33 PM March 27, 2025 3:33 PM

views 8

শিশুৰ মৃত্যু প্রতিহত কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থা দৃষ্টান্তমূলকঃ ৰাষ্ট্ৰসংঘ

■ ৰাষ্ট্ৰসংঘই, শিশুৰ মৃত্যু প্রতিহত কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থা আৰু এইক্ষেত্ৰত লাভ কৰা অগ্রগতিক দৃষ্টান্তমূলক বুলি অভিহিত কৰি ইয়াৰ বাবে দেশখনক প্ৰশংসা কৰিছে। আয়ুস্মান ভাৰতকে ধৰি স্বাস্থ্যখণ্ডৰ বাবে ভাৰতে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰি আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ এখন প্রতিবেদনত এনে ...

March 27, 2025 12:21 PM March 27, 2025 12:21 PM

views 18

আকাশবাণী ডিব্ৰুগড়ৰ অংশকালীন ঘোষক-ঘোষিকা তথা প্ৰসাৰণ সহযোগী চন্দন দাস আৰু অৰুণীতা দেৱীৰ বিদায় সম্বৰ্ধনা

■ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত তিনি দশকৰো অধিক কাল ধৰি সেৱা আগবঢ়াই অহা অংশকালীন ঘোষক-ঘোষিকা তথা প্ৰসাৰণ সহযোগী চন্দন দাস আৰু অৰুণীতা দেৱীক কালি বিদায় সম্বৰ্ধনা জনোৱা হয়। বিদায়ী অনুষ্ঠানত তেওঁলোকলৈ সম্বৰ্ধনা শৰাই আৰু গ্ৰন্থ আগবঢ়োৱা হয়। একেটা অনুষ্ঠানতে প্ৰায় ২৪ বছৰৰ সেৱা আগবঢ়াই দুবছৰ পূৰ্বে অৱ...

March 27, 2025 12:15 PM March 27, 2025 12:15 PM

views 10

খেল’ ইণ্ডিয়া পেৰা গেম্‌ছ ২০২৫-ৰ আজি সামৰণি

■ খেল’ ইণ্ডিয়া পেৰা গেম্‌ছ ২০২৫-ৰ আজি সামৰণি পৰিব। ভাৰতীয় ক্রীড়া প্ৰাধিকৰণে আয়োজন কৰা এই ক্রীড়া মহোৎসৱৰ সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ৰক্ষা নিখিল খৰ্চে উপস্থিত থাকিব। এই ৮ দিনীয়া ক্রীড়া মহোৎসৱৰ ১,৩০০ৰো অধিক গৰাকী পেৰা এথলিটে পেৰা আৰ্চাৰী, পেৰা এথলেটিক্‌চ, পেৰা ব...

March 27, 2025 12:10 PM March 27, 2025 12:10 PM

views 5

আই পি এলত ৰাজস্থান ৰয়েলছক ৮ উইকেটত পৰাস্ত কলকাতা নাইট ৰাইডাৰ্ছৰ

■ কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক ৮ উইকেটত পৰাস্ত কৰে। কলকাতা নাইট ৰাইডাৰ্ছে ১৫২ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অ’ভাৰ আৰু তিনিটা বলত দুটা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ...