December 29, 2025 7:40 PM

views 12

স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিনটো কবিতাৰ দিন হিচাপে উদযাপন

স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিনটো আজি কবিতাৰ দিন হিচাপে পালন কৰা হৈছে। এখুদ ককাইদেউ হিচাপে পৰিচিত বিশিষ্ট কবি, সাহিত্যিক, শিক্ষাবিদ নৱকান্ত বৰুৱাৰ ৯৯ সংখ্যক জন্মবার্ষিকীত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণৰ বাহকৰূপে সন্মানিত বৰুৱা...

December 29, 2025 7:36 PM

views 18

কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ আজি বটদ্ৰৱাত সাংস্কৃতিক প্রকল্প উদ্বোধন আৰু গুৱাহাটীত আৰক্ষী আয়ুক্তালয় ও জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ মুকলি

দিনজোৰা ভ্ৰমণসূচীৰে আজি অসমলৈ অহা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বটদ্রবা সাংস্কৃতিক প্রকল্প উদ্বোধন কৰে। গৃহমন্ত্ৰীগৰাকীক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ গুৰু আসনৰ প্ৰতিকৃতি, মুখা শিল্পৰ চানেকি, চেলেং আৰু পাটৰ গামোচাৰে আদৰণি জনায়। শ্রীশ্বাহে অনুষ্ঠানত দিয়া ভাষণত এই প্রকল্প উদ্বোধন ক...

December 29, 2025 6:07 PM

views 18

জি ৰামজি আইনে ৰাজ্যসমূহক ১৭ হাজাৰ কোটি টকা আবণ্টন দিছে

বিকশিত ভাৰত গ্ৰামীণ জীৱিকা আৰু নিয়োগ নিশ্চিত যোজনা অর্থাৎ জি ৰামজি আইনে ৰাজ্যসমূহক ১৭ হাজাৰ কোটি টকা আবণ্টন দিছে। এই আইন ২০ বছৰ পুৰণি মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রামীণ নিয়োগ নিশ্চয়তা আইন- এমজিএনৰেগা, ২০০৫-ৰ সলনি কাৰ্যকৰী কৰা হৈছে। ভাৰতীয় ষ্টেট বেংক- এছ বি আইৰ এটা গৱেষণা প্ৰতিবেদন অনুসৰি এই আইন ক...

December 29, 2025 4:57 PM

views 29

বটদ্ৰৱা সাংস্কৃতিক প্রকল্প উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহ

দিনজোৰা ভ্ৰমণসূচীৰে আজি অসমলৈ অহা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি কিছুসময়ৰ পূৰ্বে বটদ্ৰৱা সাংস্কৃতিক প্রকল্প উদ্বোধন কৰে। বটদ্ৰৱা প্রকল্পস্থলীত উপস্থিত হোৱাৰ পাছতে গৃহমন্ত্ৰীগৰাকীয়ে আয়তীসকলক দিহা নাম পৰিৱেশনেৰে আদৰণি জনায়। গৃহমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই পৱিত্ৰ গুৰু আসন...

December 29, 2025 4:53 PM

views 16

পুডুচেৰীক এখন গৌৰৱময় মহানগৰ বুলি অভিহিত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে পুডুচেৰীক এখন গৌৰৱময় মহানগৰ বুলি অভিহিত কৰি কয় যে এই চহৰখনে কেইবা শতিকা আগৰ পৰাই বিশ্ববাসীৰ আগত কেৱল প্ৰাচীন সভ্যতাৰ পৰিচয় দিয়াই নহয়, প্ৰেম আৰু সামগ্রিকতাৰ মূল্যবোধকো প্রতিফলিত কৰি আহিছে। উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি প্ৰথমবাৰৰ বাবে কেন্দ্রীয়...

December 29, 2025 4:46 PM

views 18

দক্ষিণ শালামাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ২৭ ডিচেম্বৰৰ পৰা ৫৯ সংখ্যক আন্তঃ জিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপ অনুষ্ঠিত

● দক্ষিণ শালামাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ২৭ ডিচেম্বৰৰ পৰা ৫৯ সংখ্যক আন্তঃ জিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাত ল'ৰাৰ শাখাত ২৪ টা দলে আৰু ছোৱালীৰ শাখাত ১৫ টা দলে ভাগ লৈছে। কালি কোৱাৰ্টাৰ ফাইনেলৰ সামৰণিত ছোৱালীৰ শাখাত ডিব্ৰুগড়, মৰিগাঁও, ধেমাজি আৰু শিৱসাগৰে ছেমি ফাইনেলত প্...

December 29, 2025 4:39 PM

views 42

দেশত পানকাৰ্ড আৰু আধাৰকাৰ্ড সংযোগৰ বাবে অন্তিম সময়সীমা অহা ৩১ ডিচেম্বৰ ধাৰ্য

দেশত পানকাৰ্ড আৰু আধাৰকাৰ্ড সংযোগৰ বাবে অন্তিম সময়সীমা অহা ৩১ ডিচেম্বৰ ধাৰ্য কৰা হৈছে। নাগৰিকে কৰ আদায় দিয়াৰ সময়ত ব্যক্তিৰ আধাৰ আৰু পানকাৰ্ড সংলগ্ন কৰাটো বাধ্যতামূলক কৰা হৈছে। ২০২৪ চনৰ ১ অক্টোবৰতে আধাৰকাৰ্ড আৰু পানকাৰ্ড সংলগ্ন কৰাৰ এটা নিৰ্দেশ জাৰি কৰা হৈছিল আৰু পাছত এই সময়সীমা ২০২৫ চনৰ ৩ এপ্ৰি...

December 29, 2025 4:34 PM

views 25

চি বি এছ ইয়ে চি-টেটৰ একবিংশ সংস্কৰণৰ বাবে অনলাইন আবেদন সম্পূৰ্ণ কৰিব

● কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ-চি বি এছ ইয়ে ফেব্ৰুৱাৰীত হ'বলগীয়া কেন্দ্রীয় শিক্ষক যোগ্যতা নিৰূপণকাৰী পৰীক্ষা চি-টেটৰ একবিংশ সংস্কৰণৰ বাবে অনলাইন আবেদন সম্পূৰ্ণ কৰিব নোৱাৰা প্ৰাৰ্থীসকলক সকাহ প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। চি বি এছ ইয়ে জাৰি কৰা অধিসূচনা অনুসৰি এই পৰীক্ষাৰ বাবে যোৱা ২৭...

December 29, 2025 6:12 PM

views 16

ইষ্টমাচ অব তেহৱান টেপেকৰ আন্তঃমহাসাগৰীয় কৰিড’ৰত যাত্ৰীবাহী ৰে’লগাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ১৩গৰাকী লোকৰ মৃত্যু

● মেক্সিকোৰ ছেলিনা ক্রুজ কোৱাটজাকোৱালকোচ পথৰ ইষ্টমাচ অব তেহৱান টেপেকৰ আন্তঃমহাসাগৰীয় কৰিড'ৰত এখন যাত্ৰীবাহী ৰেলগাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ১৩গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৯৮গৰাকী আহত হয়। ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰেলগাড়ীখনত ২৫০গৰাকী যাত্ৰী আছিল। মেক্সিকোৰ নৌসেনা বিভাগে উদ্ধাৰ অভিযানৰ বাব...

December 29, 2025 4:25 PM

views 27

স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিন

স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিনটো আজি কবিতাৰ দিন হিচাপে পালন কৰা হৈছে। এখুদ ককাইদেউ হিচাপে পৰিচিত বিশিষ্ট কবি, সাহিত্যিক, শিক্ষাবিদ নৱকান্ত বৰুৱাৰ ৯৯ সংখ্যক জন্মবার্ষিকীত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণৰ বাহকৰূপে সন্মানিত বৰু...