March 28, 2025 7:30 PM March 28, 2025 7:30 PM

views 4

কাইলৈ আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ‘আপুনি কেনে আছে’ শীৰ্ষক বিশেষ অন্তৰংগ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ গুৱাহাটীৰ দিছপুৰ লাষ্টগেটৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন ভৱনত ‘আপুনি কেনে আছে’ শীৰ্ষক এটা বিশেষ অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। দিনৰ চাৰে ১০ বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ছটা দশকৰ নজহা-নপমা স্মৃতি ৰোমন্থনৰ লগতে কেইবাগৰাকীও প...

March 28, 2025 7:29 PM March 28, 2025 7:29 PM

views 3

দিলোৱাৰ হুছেইন মজুমদাৰক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ

গুৱাহাটীৰ এটা পোৰ্টেল চেনেলৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক আজি বিয়লি আৰক্ষীয়ে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। চৰকাৰী বিষয়াৰ বিৰুদ্ধে আপত্তিজনক শব্দ ব্যৱহাৰৰ অভিযোগত এপেক্স বেংকৰ কাৰ্যালয়ৰ পৰা যোৱা ২৫ মাৰ্চত গ্ৰ...

March 28, 2025 7:27 PM March 28, 2025 7:27 PM

views 13

দুটা কিস্তিত ধন পৰিষোধৰ ব্যৱস্থা গুৱাহাটী পৌৰ নিগমৰ

গুৱাহাটী পৌৰ নিগমে তিনি বছৰতকৈ অধিক সময় ধৰি সম্পত্তি কৰ আদায় নিদিয়াসকলৰ বাবে দুটা কিস্তিত ধন পৰিষোধৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি তিনি বছৰতকৈ অধিক সময় ধৰি কৰ আদায় নিদিয়াসকলে সম্পত্তি কৰৰ মুঠ পৰিমাণৰ ৫০ শতাংশ কৰ কাইলৈ, পৰহিলৈ আৰু ৩১ মাৰ্চ অৰ্থাৎ সোমবাৰে নিগমৰ উজান বজাৰৰ কাৰ্যালয়ত জমা দিব পাৰিব। ...

March 28, 2025 7:25 PM March 28, 2025 7:25 PM

views 2

অহা দেওবাৰে সন্ধিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ অন্যতম প্রধান নগৰ-ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা হ'ব বুলি ঘোষণা কৰিছে। এই সম্পৰ্কত ডিব্ৰুগড়ৰ নাগৰিকসকলৰ অভিমতৰ ভিত্তিত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। ...

March 28, 2025 7:59 PM March 28, 2025 7:59 PM

views 9

ম্যানমাৰ আৰু থাইলেণ্ডত ওপৰা-উপৰিকৈ অহা দুটা ভূমিকম্পত ভালেসংখ্যক লোক আহত হোৱাৰ আশংকা

ম্যানমাৰ আৰু থাইলেণ্ডত আজি ওপৰা-উপৰিকৈ অহা দুটা ভূমিকম্পৰ ফলত কমেও তিনিজন লোক নিহত আৰু ভালেসংখ্যক লোক আহত হোৱাৰ আশংকা কৰা হৈছে। ৰিখটাৰ স্কেলত ৭ দশমিক ৭ আৰু ৬ দশমিক ৪ প্ৰাব্যলৰ এই দুটা ভূমিকম্পৰ জোকাৰণি অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন, উত্তৰ বংগৰ উপৰি চীনৰ দক্ষিণ-পশ্চিম অংশতো অনুভূত হোৱাৰ বাতৰ...

March 28, 2025 7:08 PM March 28, 2025 7:08 PM

views 5

ৰিতিকা হুদা এছিয়ান চেম্পিয়নশ্বিপ মল্লযুদ্ধ প্রতিযোগিতাৰ ৭৬ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ ৰিতিকা হুদাই জৰ্দানৰ আম্মানত চলি থকা এছিয়ান চেম্পিয়নশ্বিপ মল্লযুদ্ধ প্রতিযোগিতাৰ ৭৬ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত কালি ৰিতিকাই জাপানৰ নদোক য়ামামতোক পৰাস্ত কৰে। ফাইনেলত খেলুৱৈগৰাকী দুবাৰ এছিয়ান চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰা কিগিস্তানৰ আইপেৰী মেডেট কিজিৰ বিৰুদ্ধে অ...

March 28, 2025 7:06 PM March 28, 2025 7:06 PM

views 10

আই পি এলত আজি ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাইত হ'বলগীয়া এখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইপিনে, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱানিশা হায়দাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদক ৫ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ দলে ১৯১ ...

March 28, 2025 7:04 PM March 28, 2025 7:04 PM

views 12

ষষ্ঠ BIMSTEC সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে অহা ৩ এপ্ৰিলত প্রধানমন্ত্ৰী বেংককলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ষষ্ঠ BIMSTEC সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে অহা ৩ এপ্ৰিলত দুদিনীয়া ভ্রমণসূচীৰে থাইলেণ্ডৰ বেংককলৈ যাব। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ন চীনাৱাট্টাৰ আমন্ত্ৰণ মৰ্মে শ্ৰী মোদী দেশখনলৈ যাব। এয়া হ'ব তেওঁৰ তৃতীয়টো থাইলেণ্ড ভ্রমণ। এই সন্মিলনত BIMSTEC ৰাষ্ট্ৰসংঘৰ মাজত সহযোগিতা ব...

March 28, 2025 7:02 PM March 28, 2025 7:02 PM

views 15

বেইজিঙত চীনৰ ৰাষ্ট্ৰপতি শি জিনপিঙৰ সৈতে মহম্মদ ইউনুছৰ দ্বিপাক্ষিক আলোচনা

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা প্ৰফেচৰ মহম্মদ ইউনুছ আজি পুৱা বেইজিঙত চীনৰ ৰাষ্ট্ৰপতি শি জিনপিঙৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থ সম্বলিত বিভিন্ন বিষয়ত আলোচনা কৰে। প্ৰফেচৰ ইউনুছে বাংলাদেশৰ নিৰ্মাণ খণ্ডত বিনিয়োগৰ বাবে তেওঁলোকক মান্তি কৰোৱাৰ লক্ষ্...

March 28, 2025 6:59 PM March 28, 2025 6:59 PM

views 15

অহা ৩০ মাৰ্চৰ পৰা প্রধানমন্ত্ৰীৰ মহাৰাষ্ট্ৰ আৰু ছত্তিশগড় ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ মাৰ্চৰ পৰা মহাৰাষ্ট্ৰ আৰু ছত্তিশগড় ভ্ৰমণ কৰিব। মহাৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত প্রধানমন্ত্ৰীয়ে নাগপুৰলৈ গৈ স্মৃতি মন্দিৰ দৰ্শন কৰাৰ লগতে দীক্ষা ভূমিও ভ্ৰমণ কৰিব। ইয়াৰ পাছত তেওঁ নাগপুৰত মাধৱ নেত্ৰালয় প্রিমিয়াম চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এখন জনসভাতো ভাষণ দিব।...