March 30, 2025 4:39 PM March 30, 2025 4:39 PM

views 3

মন কী বাত অনুষ্ঠানৰ যোগেদি প্ৰধানমন্ত্ৰী মোদীৰ মনৰ ভাৱ ব্যক্ত

■ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি কেইদিনমানৰ পাছতেই ভাৰতৰ কেইবাখনো ৰাজ্যত আৰম্ভ হ'বলগীয়া নৱবৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। দেশ-বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ বিভিন্ন ৰাজ্যত বিশেষকৈ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত উগাড়ী উৎস...

March 30, 2025 3:40 PM March 30, 2025 3:40 PM

views 8

চতুর্থ বার্ষিক নিলয় দত্ত আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্রিকেটত আই আই টি গুৱাহাটীৰ বিজয়ৰ খিতাপ

■ ডিব্ৰুগড় বিশ্ববিদ্যালয় খেলপথাৰত কালি অনুষ্ঠিত চতুর্থ বার্ষিক নিলয় দত্ত আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্রিকেট প্রতিযোগিতাত আই আই টি গুৱাহাটীয়ে বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। কালি অনুষ্ঠিত চূড়ান্ত খেলত আই আই টি গুৱাহাটীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক পৰাজিত কৰি এই খিতাপ অৰ্জন কৰে। ডিব্ৰুগড় জিলা ক্রীড়া ...

March 30, 2025 3:35 PM March 30, 2025 3:35 PM

views 9

ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা হ’বঃ মুখ্যমন্ত্রী

◆ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ অন্যতম প্রধান নগৰ-ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰিছে। এই সম্পৰ্কত ডিব্ৰুগড়ৰ নাগৰিকসকলৰ অভিমতৰ ভিত্তিত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। আকাশবা...

March 30, 2025 3:30 PM March 30, 2025 3:30 PM

views 13

ঢকুৱাখনাৰ নাৰায়ণপুৰ চাপৰিত প্ৰসাদ খাই ৫০ জনৰো অধিক লোক অসুস্থ

■ ঢকুৱাখনাৰ নাৰায়ণপুৰ চাপৰিত প্ৰসাদ খাই ৫০ জনৰো অধিক লোক শৌচ, বমি, পেটৰ বিষ, মূৰৰ বিষত আক্ৰান্ত হৈছে। অসুস্থ লোকসকলক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমানেও চিকিৎসালয়ত ৪০ জনৰো অধিক লোক চিকিৎসাধীন হৈ আছে। গুৰুতৰভাৱে অসুস্থ সকলক লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাতলৈ প্ৰেৰণ ...

March 30, 2025 2:25 PM March 30, 2025 2:25 PM

views 12

শ্রীভূমিত ৪জন বাংলাদেশী নাগৰিকক আটক

■ শ্রীভূমি আৰক্ষীয়ে কালি ভাৰতত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা চলোৱা চাৰিজন বাংলাদেশী নাগৰিকক আটক কৰি পুনৰ ওভতাই পঠিয়াই। এই লোক কেইজনক মহম্মদ শ্বাৱন, মহম্মদ এছ এম পলাছ, আদ্দাছ মল্লিক আৰু ৰুকছানা বেগম বুলি চিনাক্ত কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰিছে। যোৱা ব...

March 30, 2025 2:13 PM March 30, 2025 2:13 PM

views 23

যোৰহাট চিকিৎসা মহাবিদ্যালয় সমীপত নিৰ্মিত ৰে’লৱে উৰন সেতুৰ কাম প্ৰায় সম্পূৰ্ণ

যোৰহাট চিকিৎসা মহাবিদ্যালয় সমীপত নিৰ্মিত ৰে'লৱে উৰন সেতুৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উৰণ সেতুখন ৰাইজৰ বাবে মুকলি কৰিব। উৰণ সেতুখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট মিছন হাস্পতালৰ সমীপত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ কথা। সেই উদ্দেশ্...

March 30, 2025 1:40 PM March 30, 2025 1:40 PM

views 10

বঢ়মপুৰ সমষ্টিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰকল্পৰ উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন কৰিব

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বঢ়মপুৰ সমষ্টিত কেইবাটাও প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব৷ কামপুৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত দিনৰ ২ বজাত আয়োজিত ৰাজহুৱা সভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্রী পীযূষ হাজৰিকা, সাংসদ কামাখ্যা প্ৰসাত তাছা আৰু বিধায়ক জিতু গোস্বামীয়ে অ...

March 30, 2025 1:15 PM March 30, 2025 1:15 PM

views 3

ছাত্ৰ-ছাত্ৰীসকলে শিকিবৰ বাবে বৰ্তমান বহু নতুন নতুন উপায় ওলাইছেঃ প্রধানমন্ত্ৰী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি কেইদিনমানৰ পাছতেই ভাৰতৰ কেইবাখনো ৰাজ্যত আৰম্ভ হ'বলগীয়া নৱবৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। দেশ-বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ বিভিন্ন ৰাজ্যত বিশেষকৈ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত উগাড়ী উৎস...

March 29, 2025 9:13 PM March 29, 2025 9:13 PM

views 4

যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ বাৰ্ষিক প্ৰযুক্তি সমাৰোহ টেকন’ভাছ মুকলি মন্ত্ৰী কেশৱ মহন্তৰ

ৰাজ্যৰ তথ্য প্রযুক্তি বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই আজি যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ বাৰ্ষিক প্ৰযুক্তি সমাৰোহ টেকন’ভাছ মুকলি কৰে। কৃত্রিম বুদ্ধিমত্তাক মূল বিষয়বস্তু হিচাপে লৈ এই সমাৰোহৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ৰূপম বৰুৱাৰ লগতে কে...

March 29, 2025 9:11 PM March 29, 2025 9:11 PM

views 7

গেৰুকামুখত নির্মীয়মাণ সোৱনশিৰি জলবিদ্যুৎ প্রকল্পত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু

ধেমাজী জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নির্মীয়মান সোৱনশিৰি জলবিদ্যুৎ প্রকল্পত কৰ্মৰত অৱস্থাত আজি এগৰাকী শ্ৰমিকৰ মৃত্যু হয়। শ্রমিকজন গোগামুখৰ ওখমাটি বদতিৰ অবিনাশ দলে বুলি জানিব পৰা গৈছে। পাৱাৰ হাউছত কাম কৰি থকা অৱস্থাত সুউচ্চ স্থানৰ পৰা তললৈ পৰি যোৱাৰ ফলত শ্রমিকজনৰ মৃত্যু হয়। উল্লেখযোগ্য...