March 30, 2025 10:03 PM March 30, 2025 10:03 PM

views 8

ছটিশগড়ৰ বিজাপুৰ জিলাত ৫০ গৰাকী মাওবাদীৰ আত্মসমৰ্পণ

■ ছটিশগড়ৰ বিজাপুৰ জিলাত আজি ৫০ গৰাকী মাওবাদীয়ে আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণ কৰা মাওবাদীসকলৰ ভিতৰত ১৩ গৰাকীৰ বাবে ইতিমধ্যে ৬৮ লাখ টকা ঘোষণা কৰা হৈছিল। ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এইদৰে বৃহৎসংখ্যক মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে। আত্মসমৰ্পণকাৰী মাওবাদীসকলৰ প্ৰত্যেককে ২৫ হাজাৰ টকাকৈ উদগনিমূলক ধন প্ৰদান কৰা হৈছ...

March 30, 2025 9:27 PM March 30, 2025 9:27 PM

views 2

এন ডি এ-ক প্ৰগতিৰ অন্য নাম বুলি অভিহিত গৃহমন্ত্ৰী অমিত শ্বাহৰ

● জ্যেষ্ঠ বিজেপি নেতা তথা গৃহমন্ত্রী অমিত শ্বাহে আজি এন ডি এ-ক প্ৰগতিৰ অন্য নাম বুলি অভিহিত কৰিছে। বিহাৰৰ গোপালগঞ্জত এখন জনসভাত ভাষণ দি শ্ৰী শ্বাহে এই কথা প্রকাশ কৰে। গৃহমন্ত্ৰীগৰাকী বিহাৰ ভ্ৰমণৰ অন্তিম খেপত আজি পাৰ্টনাত এন ডি এৰ পাঁচোটা দলৰ নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। গোপালগঞ্জত এখন জনসভাক স...

March 30, 2025 8:53 PM March 30, 2025 8:53 PM

views 5

বেংগালুৰু-গুৱাহাটী-কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ ৰে’লৰ ১১ টা দবা লাইনচ্যুত

● বেংগালুৰু-গুৱাহাটী-কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ ৰে'লৰ ১১ টা দবা আজি ওড়িষাৰ কটকৰ নিৰ্গণ্ডি ৰে’ল ষ্টেচনৰ সমীপত লাইনচ্যুত হয়। চৰকাৰী তথ্য অনুসৰি এই ঘটনাত এজন লোক নিহত হোৱাৰ লগতে ৭ গৰাকী লোক আহত হয়। আহত যাত্ৰীসকলক কটকৰ এছ চি বি চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। উল্লেখযোগ্য যে ৰ...

March 30, 2025 8:21 PM March 30, 2025 8:21 PM

views 8

ছট্টিশগড়ত ৩৩,৭০০ কোটিতকৈও অধিক ধনৰ ব্যয়সাপেক্ষে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা প্ৰধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছট্টিশগড়ৰ বিলাসপুৰ জিলাৰ মোহভট্টাত গৃহ নিৰ্মাণ, শিক্ষা, তেল আৰু গেছ, ৰে'ল, পথ তথা বিদ্যুৎ শক্তি সম্পৰ্কীয় ৩৩,৭০০ কোটিতকৈও অধিক ধনৰ ব্যয়সাপেক্ষে নির্মাণ হ'বলগীয়া কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক উন্নয়নমূলক প্রকল্প মুকলি কৰে। এই উপলক্ষে আ...

March 30, 2025 7:15 PM March 30, 2025 7:15 PM

views 15

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত

● ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত কেইঘণ্টামান বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। গোৱালপাৰা আৰু কামৰূপৰ ৩৩টা পৰিষদীয় সমষ্টিত অহা ২ এপ্ৰিলত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে বিজেপি, মিত্রদল অসম গণ পৰিষদ আৰু ৰাভা হাচং যৌথ সংগ্রাম সমিতিয়ে ...

March 30, 2025 6:55 PM March 30, 2025 6:55 PM

views 8

শিশু আৰু কিশোৰ-কিশোৰী আলোচনী মুকুতাৰ উদ্যোগত শিশুৰ আবৃত্তি কর্মশালা

● অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত শিশু আৰু কিশোৰ-কিশোৰী আলোচনী মুকুতাৰ উদ্যোগত আজি শিশুৰ আবৃত্তি কর্মশালা অনুষ্ঠিত হয়। পৰিষদৰ সভাগৃহত অনুষ্ঠিত কুঁহিপাত পদ্য আবৃত্তি শীর্ষক কর্মশালাখন প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ তথা অভিধান প্রণেতা সুমন্ত চলিহাই উদ্বোধন কৰে। কর্মশালাখনত বিশিষ্ট আবৃত্তিকাৰ, ঘোষক অৱনী ...

March 30, 2025 6:49 PM March 30, 2025 6:49 PM

views 13

ঈদ-উল-ফিটৰ উদযাপনৰ বাবে সাজু ইছলাম ধৰ্মাৱলম্বী লোকসকল

● ৰমজান মাহজোৰাৰ ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে কাইলৈ ঈদ-উল-ফিটৰ উদযাপনৰ বাবে সাজু হৈছে। ঈদ-উল-ফিটৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে। ঈদৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ বজাৰত বিভিন্ন সামগ্ৰীৰে উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে। একেদৰে ঈদ নামাজৰ বাবে ঈদগাহ আৰু মছজিদসমূহ সজ...

March 30, 2025 6:34 PM March 30, 2025 6:34 PM

views 8

কামপুৰত কপিলী নৈৰ ওপৰত নিৰ্মাণ কৰা দলঙৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

● মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁৱৰ কামপুৰত কপিলী নৈৰ ওপৰত নিৰ্মাণ কৰা দলঙৰ শুভ উদ্বোধন কৰে। ২৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা দলংখন উন্মোচন কৰাৰ লগতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কামপুৰ ৰে'লৱে উৰণ সেতুও মুকলি কৰে। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁও জিলাৰ পুৰণিগুডামৰ ঐতিহ্যমণ্ডিত বাপুজী ভৱ...

March 30, 2025 6:06 PM March 30, 2025 6:06 PM

views 6

বেংগালুৰু-গুৱাহাটী কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত

ওড়িশাৰ কটক জিলাৰ নিৰগুন্দি ৰে'লৱে ষ্টেচনৰ সমীপত আজি বেংগালুৰু-গুৱাহাটী কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ ফলত ৰে'লখনৰ ১১টা দবা লাইনচ্যুত হৈ এজন লোক নিহত হোৱাৰ লগতে কমেও ৭ জন লোক আহত হৈছে। আহত যাত্রীসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে ঘটনাস্থলীত ৰে'ল বিভাগৰ ...

March 30, 2025 5:52 PM March 30, 2025 5:52 PM

views 21

নাগপুৰত উপস্থিত প্রধানমন্ত্ৰী মোদীঃ ভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি মহাৰাষ্ট্ৰৰ নাগপুৰত উপস্থিত হৈছে। তাত তেওঁ স্মৃতি মন্দিৰ দৰ্শন কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক ড° কেশৱ হেডগেৱাৰ আৰু মাধৱৰাও গলৱাকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভগত, কেন্দ্রীয় মন্ত্রী নীতিন গাড...