March 31, 2025 11:58 AM March 31, 2025 11:58 AM

views 6

বিশ্বনাথত বিভিন্ন অভিলাষী প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী অনুষ্ঠানৰ আয়োজন

বিশ্বনাথত আজি ৰাজ্য চৰকাৰৰ বহুমুখী বিকাশৰ অংশ স্বৰূপে বিভিন্ন অভিলাষী প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দুদিনীয়া ভ্রমণসূচীপে বিশ্বনাথত উপস্থিত হ'বলগীয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মন্ত্রী অশোক সিংহল, যোগেন মহন, অসম ৰাজ্য...

March 31, 2025 11:55 AM March 31, 2025 11:55 AM

views 4

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ আজি সামৰণি

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ আজি সামৰণি পৰিব। পৰহিলৈ হ'বলগীয়া পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনটোত আজি শাসক-বিৰোধী আটায়ে নিজ নিজ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলাব। বিজেপি, অসম গণ পৰিষদ আৰু ৰাভা হাচং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভিন্ন স্থানত প্...

March 31, 2025 11:49 AM March 31, 2025 11:49 AM

views 19

ডিব্ৰুগড় জিলাৰ পৰা সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮ কাইলৈৰ পৰা প্ৰত্যাহাৰ

কেন্দ্ৰীয় চৰকাৰে অসমৰ ডিব্ৰুগড় জিলাৰ পৰা সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮ কাইলৈৰ পৰা প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা ২৪ মাৰ্চত কেন্দ্রীয় গৃহমন্ত্ৰ্যালয়ে অসম চৰকাৰক এই বিষয়ে জনাই আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰে। অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে কালি সন্ধিয়া এই সম্পৰ্কত জাৰি কৰা অধি...

March 31, 2025 11:42 AM March 31, 2025 11:42 AM

views 12

আই পি এলত চেন্নাই চুপাৰ কিংছ, ৰাজস্থান ৰয়েলছৰ হাতত পৰাস্ত

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত কালি নিশা গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছে চেন্নাই চুপাৰ কিংছক ৬ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত চেন্নাই চুপাৰ কিংছে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭৬ ৰাণ সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ অধিনায়ক ৰুতুৰাজ গাইকোৱাডে সৰ্বাধিক ৬৩ ৰাণ কৰে। ...

March 31, 2025 11:37 AM March 31, 2025 11:37 AM

views 5

গ্ৰীচত হ’বলগীয়া বহুদেশীয় বায়ু অনুশীলনত ভাৰতীয় বায়ুসেনাৰ অংশগ্ৰহণ

ভাৰতীয় বায়ুসেনাই আজি গ্ৰীচত হ'বলগীয়া বহুদেশীয় বায়ু অনুশীলনত অংশগ্ৰহণ কৰিব। ১২ দিনীয়া এই অনুশীলনৰ অহা ১১ এপ্ৰিলত অন্ত পৰিব। ভাৰতীয় বায়ুসেনাৰ দলত সুখই-৩০, আই এল-৭৮ আৰু চি-১৭ বিমান আছে। এই অনুশীলনৰ দ্বাৰা ভাৰতীয় বায়ুসেনাৰ ক্ষমতা শক্তিশালী হ'ব আৰু অনুশীলনত অংশগ্ৰহণ কৰা দেশসমূহৰ সৈতে ভাৰতৰ সহযো...

March 31, 2025 11:34 AM March 31, 2025 11:34 AM

views 6

উধমপুৰ-শ্ৰীনগৰ-বাৰামূল্লা ৰে’ল সংযোজনৰ ২৭২ কিলোমিটাৰ ৰে’লপথ সম্পূৰ্ণ, ১৯ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ দ্বাৰা উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উধমপুৰ-শ্ৰীনগৰ-বাৰামূল্লা ৰে'ল সংযোজনৰ ২৭২ কিলোমিটাৰ সম্পূৰ্ণ হোৱা ৰেলপথৰ অহা ১৯ এপ্ৰিলত কাশ্মীৰৰ পৰা কাট্ৰালৈ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে কালি জম্মুত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয়, যে প্রধানমন্ত্রী শ্...

March 31, 2025 11:26 AM March 31, 2025 11:26 AM

views 8

ম্যানমাৰৰ ভূমিকম্প বৃহৎ দুৰ্যোগ : বিশ্ব স্বাস্থ্য সংস্থা

বিশ্ব স্বাস্থ্য সংস্থাই ম্যানমাৰৰ ভূমিকম্পক এক বৃহৎ দুৰ্যোগ বুলি আখ্যা দিয়াৰ লগতে এই দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ৮ মিলিয়ন আমেৰিকান ডলাৰৰ প্ৰয়োজন আছে বুলি প্ৰকাশ কৰে। সংস্থাটোৱে জনোৱা অনুসৰি দেশখনত শৈল্য চিকিৎসাৰ সীমিত সামৰ্থৰ বাবে সংক্ৰমণৰ আশংকা বৃদ্ধি পাইছে। ভূমিকম্পৰ পাছত দেশখনত নানা ধৰণৰ বেম...

March 31, 2025 11:23 AM March 31, 2025 11:23 AM

views 11

সমগ্ৰ দেশতে আজি ঈদ-উল-ফিতৰ উৎসৱ উদযাপন

পবিত্ৰ ৰমজান মাহৰ অন্তত আজি সমগ্ৰ দেশতে ঈদ-উল-ফিতৰ উৎসৱ উদযাপন কৰা হৈছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ আৰু মছজিদসমূহত ঈদৰ সমূহীয়া নামাজ পঢ়িব। দিল্লীত জামা মছজিদ, ফাতেহপুৰী মছজিদ আৰু শ্বাহী ঈদগাহ ময়দানত সমূহীয়া ঈদ নামাজৰ আয়োজন কৰা হৈছে। ঈদ উপলক্ষে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিয়ে ইছলাম ধৰ্মাৱলম...

March 31, 2025 11:17 AM March 31, 2025 11:17 AM

views 3

দুদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আজি সন্ধিয়া মুম্বাইলৈ যাত্ৰা

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দুদিনীয়া ভ্ৰমণসূচীৰে আজি সন্ধিয়া মুম্বাইত উপস্থিত হব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ মুম্বাইত অনুষ্ঠিত হবলগীয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৯০ বছৰীয়া জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব|

March 30, 2025 10:07 PM March 30, 2025 10:07 PM

views 18

ৰাষ্ট্ৰীয় পৰিৱেশ সন্মিলনৰ সামৰণি অধিৱেশনত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ অংশগ্ৰহণ

■ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় পৰিৱেশ সন্মিলনৰ সামৰণি অধিৱেশনত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি শ্রী ধনখড়ে কয়, যে গোলকীয় পৰিৱেশ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ বাবে আন্তর্জাতিক সহযোগিতাৰ প্ৰয়োজন। উদ্ভাৱনীমূলক কৌশলৰ জৰিয়তে পৰিৱেশগত বহনক্ষমতা তথা অর্থনৈতিক প্র...