April 1, 2025 1:07 PM April 1, 2025 1:07 PM
25
মুখ্যমন্ত্ৰীৰ উপস্থিতিত জামুগুৰিহাটত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় আন্তঃক্রীড়া ক্ষেত্ৰৰ আধাৰশিলা স্থাপন
■ দুদিনীয়া ভ্ৰমণসূচীৰে বিশ্বনাথত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় আন্তঃক্রীড়া ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিব। এক কোটি ৭০ লাখ টকা ব্যয় সাপেক্ষে নতুনকৈ স্থাপন কৰিবলগীয়া এই ক্রীড়া প্ৰকল্পটোত দুখন বেডমিণ্টন কোর্ট, ৪ খন টেবল টেনিছ কোর্ট...