January 4, 2026 8:10 AM
16
ভাৰতীয় ১৯ বছৰ অনুৰ্ধ ক্রিকেট দলে তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাক ২৫ ৰানত পৰাস্ত কৰিছে
ভাৰতীয় ১৯ বছৰ অনুৰ্ধ ক্রিকেট দলে যোৱা নিশা বেননীৰ উইল’মোৰ পাৰ্কত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল দক্ষিণ আফ্ৰিকাক ডাক ৱৰ্থ লুইছ পদ্ধতিৰ সহায়ত ২৫ ৰানত পৰাস্ত কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ৫০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৩০০ ৰান সংগ্ৰহ কৰে। ভ...