January 6, 2026 7:33 AM

views 23

সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ তৎপৰতা আৰম্ভ

ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ তৎপৰতা আৰম্ভ হৈছে। ২০২৬ চনৰ নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে দলটোৱে আবেদন পত্ৰ ৱেবছাইটযোগে মুকলি কৰি দিছে। WWW.APCC.ASSAM.ORG ৱেবছাইটযোগে প্রায় ৫ শতাধিক প্রার্থিত্ব প্রত্যাশীয়ে আবেদন সংগ্রহ কৰিছে। ইয়াৰে ৫গৰাকী আবেদনকাৰীয়ে আজি...

January 6, 2026 7:04 AM

views 11

প্ৰচণ্ড শীতৰ বাবে বিদ্যালয়সমূহৰ সময়সীমা পৰিৱৰ্তনৰ বাবে অসম হাইস্কুল শিক্ষক সংস্থাৰ বজালী জিলা আয়ুক্তলৈ আবেদন পত্ৰ

● ৰাজ্যত অব্যাহত থকা প্ৰচণ্ড শীতৰ বাবে শিক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ বিদ্যালয়সমূহৰ সময়সীমা পৰিৱৰ্তন কৰাৰ বাবে অসম হাইস্কুল শিক্ষক সংস্থাই আজি বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসলৈ এখন আবেদন পত্ৰ প্ৰদান কৰে। শিক্ষক সংস্থাৰ বজালী জিলা সমিতিৰ হৈ সমিতিৰ সভাপতি কনক চন্দ্ৰ দাস আৰু সম্পাদক চাণক্য দাসে আবে...

January 6, 2026 2:03 AM

views 9

বিগত ১১ বছৰত দেশত বৈদ্যুতিক সামগ্ৰীৰ উৎপাদন ৬ গুণ আৰু ৰপ্তানি ৮ গুণ বৃদ্ধি হৈছে: অশ্বিনী বৈষ্ণৱ

ইলেকট্ৰনিকছ আৰু তথ্য প্রযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে বিগত ১১ বছৰত দেশত বৈদ্যুতিক সামগ্ৰীৰ উৎপাদন ৬ গুণ আৰু ৰপ্তানি ৮ গুণ বৃদ্ধি হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীবৈষ্ণৱে কয় যে বিগত বৰ্ষত এলে ৫ হাজাৰ কোটি আমেৰিকান ডলাৰ মূল্যৰ মোবাইল ফোন ৰপ্তানি কৰিছে। তেওঁ কয় যে ইয়াৰ জৰিয়তে ...

January 6, 2026 7:45 AM

views 13

সৰুপথাৰত ৭২ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সৰুপথাৰত ৭২ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সৰুপথাৰ বিধানসভা সমষ্টিৰ ২৩ হাজাৰ ৭৫৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। ড° শৰ্মাই সৰুপথাৰত ১২ ক...

January 6, 2026 7:39 AM

views 22

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যজুৰি আৰম্ভ বিজেপিৰ দেৱাল লিখন কাৰ্যসূচীত

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যজুৰি আজি আৰম্ভ হোৱা বিজেপিৰ দেৱাল লিখন কাৰ্যসূচীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই খানাপাৰাত শুভাৰম্ভ কৰে। দেৱাল লিখন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে দেৱালৰ গৰাকীৰ অনুমতি সাপেক্ষেহে দলৰ চিহ্ন অংকণ কৰ...

January 6, 2026 7:29 AM

views 13

অসম গ্রন্থ মেলাত অসমীয়া নাট্য আন্দোলন : পৰম্পৰা আৰু বিৱৰ্তন শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্রন্থ মেলাত আজি দিনৰ ২.৩০ বজাত অসমীয়া নাট্য আন্দোলন : পৰম্পৰা আৰু বিৱৰ্তন শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত হয়। বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক দুলাল ...

January 5, 2026 1:14 PM

views 23

মঙলদৈ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ৩১,০১৭গৰাকী মহিলাক উদ্যমিতা অভিযানৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

মঙলদৈ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ৩১ হাজাৰ ১৭ গৰাকী মহিলাক উদ্যমিতা অভিযানৰ চেক বিতৰণ কাৰ্যসূচী আজি অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই কাৰ্যসূচীত অংশ লৈছে। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত অংশ লৈ মহিলাসকলৰ সবলীকৰণৰ কাৰণে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। মঙলদৈৰ পুনিয়াত দ...

January 5, 2026 1:13 PM

views 14

হাটশিঙিমাৰী মহাবিদ্যালয়ত আজিৰে পৰা জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন কার্যসূচী

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত দক্ষিণ শালমাৰা মানকাছৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই হাটশিঙিমাৰী মহাবিদ্যালয়ত আজিৰে পৰা জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন কার্যসূচী অনুষ্ঠিত কৰিছে। তিনিদিনীয়াকৈ আয়োজিত এই কাৰ্যসূচী জিলাখনৰ অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰৱ দাসে মুকলি কৰে। অনুশীলন কাৰ...

January 5, 2026 1:12 PM

views 33

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত ২২ জানুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱ

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অহা ২২ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱ আয়োজিত হ'ব। উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক জগতখনক উজলাই তোলাৰ লক্ষ্য আগত ৰাখি এইবেলি এই মহোৎসৱ দ্বিতীয় বাৰৰ বাবে আয়োজন কৰা হৈছে। এই মহোৎসৱত প্ৰদৰ্শিত হ'বলগীয়া চলচ্চিত্ৰসমূহৰ তালিকা আজি ঘোষণা কৰা ...

January 5, 2026 12:59 PM

views 24

চানডুবি বিলৰ পাৰত অনুষ্ঠিত ষোড়শ চানডুবি মহোৎসৱৰ আজি সামৰণি

দক্ষিণ কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ঐতিহাসিক চানডুবি বিলৰ পাৰত যোৱা ১ জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ষোড়শ চানডুবি মহোৎসৱৰ আজি সামৰণি পৰিব। পৰ্যটনথলী হিচাপে গঢ় লৈ উঠা চানডুবিত প্ৰতিবছৰে নৱবৰ্ষ উপলক্ষে বহু পৰ্যটক আৰু বনভোজ দলৰ আগমন ঘটে। মহোৎসৱৰ্থলীত বিভিন্ন জ...