January 6, 2026 7:10 AM

views 18

সমাগত গণৰাজ্য দিৱস উদযাপনৰ বাবে শ্রীভূমি জিলাত আজি বিশেষ প্রস্তুতি সভা

● সমাগত গণৰাজ্য দিৱস উদযাপনৰ বাবে শ্রীভূমি জিলাত আজি বিশেষ প্রস্তুতি সভা অনুষ্ঠিত হয়। শ্রীভূমি জিলাৰ জিলা আয়ুক্ত প্রদীপ কুমাৰ দ্বিৱেদীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সমাগত গণৰাজ্য দিৱসৰ মুখ্য অনুষ্ঠান শ্ৰীভূমিৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব বুলি সিদ্ধান্ত লোৱা হয়। সভাৰ আৰম...

January 6, 2026 7:07 AM

views 36

অগপৰ বজালী জিলা সমিতিৰ কাৰ্যালয়ত নতুন বছৰ উপলক্ষে সাংবাদিকৰ সৈতে মত-বিনিময় অনুষ্ঠান

অগপৰ বজালী জিলা সমিতিৰ কাৰ্যালয়ত আজি নতুন বছৰ উপলক্ষে সাংবাদিকৰ সৈতে হোৱা এটা মত- বিনিময় অনুষ্ঠানত সমাগত নির্বাচনত বজালী সমষ্টিত অগপই প্রার্থিত্ব বিচৰাৰ কথা প্ৰকাশ কৰে। ইংৰাজী নৱবৰ্ষত বজালীৰ সাংবাদিকসকলক শুভেচ্ছা জনোৱাৰ বাবে অগপৰ বজালী বিধানসভা সমষ্টিৰ সমিতিৰ সভাপতি জিন্টু চৌধুৰীৰ সভাপতিত্বত অনুষ্...

January 6, 2026 1:59 AM

views 12

গেছ নিৰ্গমনৰ ঘটনা

● কৃষ্ণা-গোদাবৰী অৱবাহিকাৰ অন্ধ্ৰপ্ৰদেশৰ ড° বি আৰ আম্বেদকাৰ ক'নাচিমা জিলাৰ ইৰুছুমন্দা গাঁৱৰ অ' এন জি চি ম'ৰি-৫ নম্বৰ খাদত আজি গেছ নিৰ্গমনৰ ঘটনা পোহৰলৈ আহিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে ঘটনাৰ সবিশেষ বুজ লোৱাৰ লগতে মন্ত্ৰী কে আছান্নাইডু আৰু বি সুভাষ তথা জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এই সন্দ...

January 6, 2026 1:55 AM

views 16

দিল্লীত খুতবাত -এ-মোদী-লালকিল্লা কী ফটীল চে শীর্ষক এখন গ্ৰন্থ উন্মোচন কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি নতুন দিল্লীত খুতবাত -এ-মোদী-লালকিল্লা কী ফটীল চে শীর্ষক এখন গ্ৰন্থ উন্মোচন কৰে । সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীপ্ৰধানে প্ৰকাশ কৰা অনুসৰি এই গ্ৰন্থখনত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০১৪ ৰ পৰা ২০২৫ চনলৈকে স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণসমূহ সন্নি...

January 6, 2026 1:51 AM

views 8

জলশক্তি মন্ত্ৰী চি আৰ পাৰ্টিলৰ অধ্যক্ষতাত দিল্লীত শক্তিশালী কার্য গোটৰ সপ্তদশ বৈঠক অনুষ্ঠিত

জলশক্তি মন্ত্ৰী চি আৰ পাৰ্টিলৰ অধ্যক্ষতাত আজি নতুন দিল্লীত শক্তিশালী কার্য গোটৰ সপ্তদশ বৈঠক অনুষ্ঠিত হয়। বৈঠকত নমানী গংগে কাৰ্যসূচীৰ অধীনত ৰূপৰেখা গঠন তথা পর্যাবেক্ষণৰ ব্যৱস্থা আৰু তথ্য ভিত্তিক সিদ্ধান্ত গ্রহণ প্রক্রিয়া শক্তিশালী কৰা সন্দৰ্ভত আলোকপাত কৰা হয়। তদুপৰি বৈঠকত সুপৰিকল্পিত নিষ্কাষণ ব্যৱ...

January 6, 2026 1:48 AM

views 9

তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে আজি নতুন দিল্লীত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। একলব্য আদর্শ আৱাসিক বিদ্যালয়সমূহৰ কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ জৰিয়তে সমৰ্থিত আন্তঃগাথনিৰ বিকাশ তথা সক্ষমতা নিৰ্মাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে। এই অনু...

January 6, 2026 7:48 AM

views 26

মঙলদৈ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ৩১ হাজাৰ ১৭ গৰাকী মহিলাক উদ্যমিতা অভিযানৰ চেক বিতৰণ

মঙলদৈ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ৩১ হাজাৰ ১৭ গৰাকী মহিলাক উদ্যমিতা অভিযানৰ চেক বিতৰণ কাৰ্যসূচী আজি অনুষ্ঠিত হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীত অংশ লয়। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত অংশ লৈ মহিলাসকলৰ সবলীকৰণৰ কাৰণে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। মঙলদৈৰ পুনিয়াত দৰং...

January 6, 2026 6:35 AM

views 25

দেশৰ উদ্ভাৱনী শক্তিৰে সমৃদ্ধ নতুন প্ৰজন্মৰ ওপৰত বিনিয়োগ কৰিবলৈ ইচ্ছুক: প্ৰধানমন্ত্ৰী

● প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিশ্বই ভাৰতলৈ আশা আৰু ইতিবাচক দৃষ্টিভংগীৰে বাট চোৱা আৰু দেশৰ উদ্ভাৱনী শক্তিৰে সমৃদ্ধ নতুন প্ৰজন্মৰ ওপৰত বিনিয়োগ কৰিবলৈ ইচ্ছুক বুলি মন্তব্য কৰিছে। লগতে বিগত এহেজাৰ বছৰ ধৰি সোমনাথ মন্দিৰৰ অৱস্থিতিয়ে দেশৰ সভ্যতা-সংস্কৃতি অতুলনীয় হোৱাৰ কথাটোকে প্রতীয়মান কৰে বুল...

January 6, 2026 1:45 AM

views 9

৬ দিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আজি ছদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত উপস্থিত হয়। সামাজিক মাধ্যমৰ এটা বার্তাযোগে ড° জয়শংকৰে ভ্ৰমণৰ প্ৰথম দিনতে পেৰিছত চি ক্বী চে ট্রামে-ভাৰত আৰু ফ্ৰান্সৰ মাজৰ গাথা শীর্ষক এখন প্রদর্শনীলৈ যোৱাৰ কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই প্রদর্শনীয়ে ভাৰতৰ বস্ত্ৰ ঐতিহ্য আৰু সৃ...

January 6, 2026 1:38 AM

views 15

অপাৰেশ্যন সিন্দুৰৰ সময়ছোৱাত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীয়ে প্রশংসনীয় ভূমিকা পালন কৰিছে: উপ-ৰাষ্ট্ৰপতি

অপাৰেচন সিন্দুৰৰ সময়ছোৱাত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীয়ে প্রশংসনীয় ভূমিকা পালন কৰা বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে মত প্রকাশ কৰিছে। নতুন দিল্লীত ২০২৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ গণৰাজ্য দিৱস কুচকাৱাজ শিবিৰত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ এই কথা প্ৰকাশ কৰে। অপাৰেশ্যন সিন্দুৰৰ সাফল...