January 7, 2026 12:58 PM

views 14

গোৱাত অহা ২৭ জানুৱাৰীৰ পৰা ভাৰত শক্তি সপ্তাহ

ভাৰত শক্তি সপ্তাহ অহা ২৭ জানুৱাৰীৰ পৰা গোৱাত অনুষ্ঠিত হ'ব। এই চাৰিদিনীয়া অনুষ্ঠানত চৰকাৰী বিষয়া, উদ্যোগ জগতৰ কাণ্ডাৰী আৰু উদ্ভাৱকসকলে নিৰাপদ, স্থায়ী আৰু বহনসাধ্য শক্তি ভৱিষ্যতৰ প্ৰসাৰৰ চেষ্টা চলাব। পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, এই অনুষ্ঠানত শক্তি সুৰক্ষা সুদৃঢ় কৰা, ...

January 7, 2026 12:52 PM

views 21

পাঞ্জাৱত অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ আৰু নিষিদ্ধ ঔষধসহ ৭ জনক গ্ৰেপ্তাৰ

পাঞ্জাৱত কালি দুটা পৃথক অভিযানত আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ আৰু নিষিদ্ধ ঔষধসহ ৭ জনক গ্ৰেপ্তাৰ কৰে। পাঞ্জাৱ আৰক্ষীৰ কাৰ্যবাহীয়ে সীমা সুৰক্ষা বাহিনীৰ সৈতে অভিযান চলাই অমৃতসৰৰ এখন সীমান্তৱৰ্তী গাঁৱৰ পৰা ২০ কিলোগ্রাম হেৰ'ইনসহ চাৰিজন লোকক আটক কৰে। আৰক্ষী সূত্ৰই জনোৱা মতে, দলটোৰ মূল কাৰ্যকাৰীজ...

January 7, 2026 12:49 PM

views 22

NIFT-ৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে ২০২৬-২৭ বৰ্ষৰ আবেদন পত্র দাখিলৰ অন্তিম দিন বৃদ্ধি

ফেশ্বন টেকন'লজিৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, NIFT-য়ে ফেশ্বন ডিজাইন, ব্যৱস্থাপনা আৰু প্ৰযুক্তিৰ বিভিন্ন স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে ২০২৬-২৭ বৰ্ষৰ আবেদন পত্র দাখিলৰ অন্তিম দিন চলিত মাহৰ ১৩ তাৰিখলৈ বৃদ্ধি কৰিছে। বস্ত্ৰ মন্ত্ৰালয়ে জনোৱা মতে, হ্ৰাস কৰা মাচুলৰ সুবিধা সর্বাধিক প্রার্থীয়ে যাতে লাভ ...

January 7, 2026 12:45 PM

views 10

কেৰালা কৌমুদী নিয়মীয়া বাতৰি কাকতৰ ক’ট্টায়াম সংস্কৰণৰ বছৰজোৰা ৰূপালী জয়ন্তী উদযাপন

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ড০ এল মুৰুগানে কেৰালা কৌমুদী নিয়মীয়া বাতৰি কাকতৰ ক’ট্টায়াম সংস্কৰণৰ বছৰজোৰা ৰূপালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে বাতৰি কাকতখনৰ ক’ট্টায়াম সংস্কৰণে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। বাতৰি কাক...

January 7, 2026 12:42 PM

views 20

নীটি আয়োগৰ চলিত বিত্তীয় বৰ্ষৰ কাম-কাজ সম্পর্কীয় ত্রিমাসিক প্রতিবেদন-ট্রেড ৱাচৰ পঞ্চম সংস্কৰণ প্ৰকাশ

নীটি আয়োগে চলিত বিত্তীয় বৰ্ষৰ কাম-কাজ সম্পর্কীয় ত্রিমাসিক প্রতিবেদন-ট্রেড ৱাচৰ পঞ্চম সংস্কৰণ প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি প্ৰকাশ কৰা এই শেহতীয়া সংস্কৰণত ভাৰতৰ ব্যৱসায়িক দিশত হৈ থকা গাঁথনিগত পৰিৱৰ্তনৰ বিষয়ে প্ৰকাশ কৰা হৈছে। প্ৰতিবেদনখনত এইবুলি কোৱা হৈছে যে বর্তমান প্রযুক্তিগত ৰপ্তানিৰ ভূমিকা...

January 7, 2026 12:36 PM

views 10

এফ আই টি টি, আই আই টি দিল্লীৰ সৈতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ বুজাবুজি চুক্তিত স্বাক্ষৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ অধীনৰ ষ্টাৰ্টআপ উদ্যম WAVE X-এ উদ্ভাৱন, ইনকুবেচন অর্থাৎ অনুকুল পৰিৱেশত বীজাণুৰ বিকাশ ঘটোৱা কাৰ্য, সংবাদ মাধ্যম, মনোৰঞ্জন, সম্প্ৰচাৰ আৰু যোগাযোগ প্রযুক্তি খণ্ডত উদ্যমিতা আদি শক্তিশালী কৰাৰ উদ্দেশ্যে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । ফাউণ্ডেচন ফৰ ইন’ভেচন এণ্ড টেকন'ল...

January 7, 2026 12:32 PM

views 14

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ লাক্সেমবার্গ ভ্ৰমণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে লাক্সেমবার্গ ভাৰতৰ এখন অত্যন্ত গুৰুত্বপূৰ্ণ সহযোগী ৰাষ্ট্ৰ আৰু ফিনটেক, মহাকাশ আৰু কৃত্রিম বুদ্ধিমত্তাকে ধৰি বিভিন্ন ক্ষেত্ৰত দেশখনৰ সৈতে সহযোগিতা বৃদ্ধিৰ অপাৰ সম্ভাৱনা আছে। ছদিনীয়া কাৰ্যসূচীৰে ফ্ৰান্স আৰু লাক্সেমবার্গলৈ যোৱা ড০ জয়শংকৰে লাক্সেমবার্গ ভ...

January 6, 2026 12:51 PM

views 25

ৰাজ্যৰ প্ৰতিগৰাকী মহিলাকে আত্মনিৰ্ভৰশীল কৰি তোলাটোৱে বিজেপি চৰকাৰৰ লক্ষ্য বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য

গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰাৰ লগতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত মহিলাসকলৰ মাজত চেক বিতৰণৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা বোকাখাতত উপস্থিত হৈছে। বোকাখাতৰ জেনেৰেল ষ্টেডিয়ামত আজি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী...

January 6, 2026 12:44 PM

views 18

শিৱসাগৰত কালিৰেপৰা ১ জানুৱাৰীলৈ সদৌ অসম ভিত্তিত শিশু ভাওনা প্রতিযোগিতা অনুষ্ঠিত

শিৱসাগৰ জিলাৰ জাঁজী মৰাণছিগাৰ মহাভৈৰৱ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু মৰাণছিগাবাসীৰ সহযোগত কালিৰেপৰা ১ জানুৱাৰীলৈ প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত শিশু ভাওনা প্রতিযোগিতা অনুষ্ঠিত হৈছে। এই উপলক্ষে কালি পুৱা পতাকা উত্তোলন, শ্রদ্ধাঞ্জলি অনুষ্ঠান, গছপুলি ৰোপণ, প্রতিযোগিতাৰ আসন প্রতিষ্ঠা, শৰাই অর্পণ, কীর্তন...

January 6, 2026 12:42 PM

views 14

জ্যোতি চিত্ৰবনত অহা ২২ জানুৱাৰীৰ পৰা গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱ

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অহা ২২ জানুৱাৰীত চাৰিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱ অনুষ্ঠিত হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক জগতখনক উজলাই তোলাৰ লক্ষ্য আগত ৰাখি এইবেলি এই মহোৎসৱ দ্বিতীয় বাৰৰ বাবে আয়োজন কৰা হৈছে। এই মহোৎসৱত প্রদর্শন হ'বলগীয়া চলচ্চিত্ৰসমূহৰ তালিকা কালি ঘোষণা কৰা হয়। মহোৎ...