December 6, 2025 6:52 PM December 6, 2025 6:52 PM
4
বিহালীত আজি সদৌ অসম অনুসূচিত জাতী ছাত্ৰ সন্থাৰ উদ্যোগত ড০ বি আৰ আম্বেদকাৰৰ মহা পৰিনিৰ্বাণ দিৱস উদযাপন
বিশ্বনাথ জিলাৰ বিহালীত আজি সদৌ অসম অনুসূচিত জাতী ছাত্ৰ সন্থাৰ উদ্যোগত ড০ বি আৰ আম্বেদকাৰৰ মহা পৰিনিৰ্বাণ দিৱস উদযাপন কৰা হয়। জালুকবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত আধুনিক ভাৰতৰ যুগদ্ৰষ্টা ড০ আম্বেদকাৰৰ সপ্তদশ মহাপৰিনিৰ্বাণ দিৱস বিশ্বনাথ জিলা সমিতিৰ সহযোগত পালন কৰা হয়৷ পুৱা পতাকা উত্তোলন, বি আৰ আম্...