January 8, 2026 8:17 PM

views 10

বীৰগাঁথাৰ পঞ্চম সংস্কৰণত প্রায় এক কোটি ৯২ লাখ ছাত্র-ছাত্রীৰ অভিলেষ পৰিমাণত অংশগ্ৰহণ

বীৰগাঁথাৰ পঞ্চম সংস্কৰণত প্রায় এক লাখ ৯০ হাজাৰ বিদ্যালয়ৰ পৰা এক কোটি ৯২ লাখ ছাত্র-ছাত্রীয়ে অভিলেষ পৰিমাণত অংশ লয়। বীৰগাঁথা হৈছে প্ৰতিৰক্ষা আৰু শিক্ষা মন্ত্ৰ্যালয়ৰ এটা যুটীয়া পদক্ষেপ। প্ৰতিৰক্ষা মন্ত্র্যালয়ে জানিবলৈ দিছে যে, কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ অধীনৰ বিশ্বৰ ১৮ খন দেশৰ ৯১ খন বিদ্যালয়ৰ ২৮ ...

January 8, 2026 8:16 PM

views 22

ডোনাল্ড ট্রাম্পৰ বৈদেশীক নীতিক কঠোৰভাৱে সমালোচনা ফ্ৰেংক ৱাল্টাৰ ষ্টেইমাৰৰ

জার্মানীৰ ৰাষ্ট্ৰপতি ফ্ৰেংক ৱাল্টাৰ ষ্টেইমাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ বৈদেশীক নীতিক কঠোৰভাৱে সমালোচনা কৰিছে। শ্রী ষ্টেইমাৰে কয়, যে ডোনাল্ড ট্রাম্পৰ পূর্বে গোলকীয় গণতন্ত্রত কেতিয়াও আঘাত সনা নাছিল। বিশেষ সূত্র অনুসৰি ভেনিজুবেলাৰ ৰাষ্ট্ৰপতি নিকোলাচ মাড়ুৰোৰ বিৰুদ্ধে চলোৱা অভিযানৰ পাছত তেওঁ...

January 8, 2026 8:13 PM

views 16

আজি ইউ আই ডি এ আই প্ৰাধিকৰণৰ আধাৰ শুভংকৰ মুকলি

আধাৰ নামাৰে পৰিচিত ইউ আই ডি এ আই প্ৰাধিকৰণে আজি আধাৰ শুভংকৰ মুকলি কৰে। ইলেকট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্র্যালয়ে জানিবলৈ দিছে যে, ইয়াৰ ফলত আধাৰৰ লগত জড়িত সকলো ধৰণৰ তথ্য জনসাধাৰণৰ বাবে উপযোগী হ'ব। মন্ত্র্যালয়ে জানিবলৈ দিছে যে, এই শুভংকৰৰ ফলত জনসাধাৰণে আধাৰৰ নৱীকৰণ, প্ৰমাণীকৰণ আৰু অফলাইন ব্যৱস্থাৰে...

January 8, 2026 8:12 PM

views 19

নীতিন গাডকাৰীৰ অধ্যক্ষতাত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ পথ মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠক অনুষ্ঠিত

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে আজি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ পথ মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠকত অধ্যক্ষতা কৰে। শ্রীগাডকাৰীয়ে সামাজিক মাধ্যমযোগে কয় যে বৈঠকত পথ সুৰক্ষা, যাত্ৰী আৰু ৰাইজৰ সুবিধা, ব্যৱসায়িক সূচলতা আৰু যান-বাহন নিয়ন্ত্রণকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ...

January 8, 2026 8:09 PM

views 20

কৃত্রিম বুদ্ধিমত্তা ষ্টার্টআপ সকলৰ সৈতে প্রধানমন্ত্রীৰ ঘূৰিণীয়া মেজমেলৰ আলোচনা অনুষ্ঠিত

নতুন দিল্লীত প্রধানমন্ত্রীৰ বাসভৱনত কৃত্রিম বুদ্ধিমত্তা ষ্টার্টআপ সকলৰ সৈতে আজি অনুষ্ঠিত ঘূৰিণীয়া মেজমেলৰ আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰে। অহা মাহত হ'বলগীয়া India AI Impact Summit ২০২৬ ৰ পৰিপ্ৰেক্ষিতত ১২ টাকৈ ভাৰতীয় এ আই ষ্টার্টআপে AI for ALL: Global Impact Challenge পর্যায়ত যোগ্...

January 8, 2026 7:54 PM

views 13

যোৱা ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত পাটসাঁকো গ্ৰন্থমেলাৰ আজি সামৰণি

চৰাইদেউ জিলাৰ পাটসাঁকোত যোৱা ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত পাটসাঁকো গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। গ্ৰন্থমেলাৰ আজি অন্তিম দিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ প্ৰাক্তন মুৰববী অধ্যাপক ড০ ৰমেশ চন্দ্ৰ বৰপাত্ৰগোহাঁইক তেওঁৰ শৈক্ষিক আৰু বৌদ্ধিক অৱদানৰ স্বীকৃতিস্বৰূপে ২০২৬ বৰ্ষৰ স্বৰ্গদেউ ছুহুংমুং বঁটা প্ৰদান ...

January 8, 2026 7:52 PM

views 18

দিনজোৰা কাৰ্যসূচীৰে ডিফুত প্ৰথমবাৰৰ বাবে জিনজাৰ মহোৎসৱৰ আয়োজন

কাৰ্বি আংলং জিলাত প্ৰচুৰ পৰিমাণে উৎপাদিত আদাকে ধৰি কৃষিজাত সামগ্ৰীসমূহৰ বাবে বজাৰৰ ব্যৱস্থাৰ লগতে কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ বেচা-কিনাৰ পথ প্রশস্ত কৰাৰ উদ্দেশ্যে আজি দিনজোৰা কাৰ্যসূচীৰে ডিফুত প্ৰথমবাৰৰ বাবে জিনজাৰ মহোৎসৱৰ আয়োজন কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য বী...

January 8, 2026 7:48 PM

views 18

ভোটাৰ তালিকাৰ খচৰাত সন্দেহজনক লোকৰ নাম কৰ্তনৰ বাবে যিকোনো ভাৰতীয় নাগৰিকে আবেদন জনাব পাৰে বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

ভোটাৰ তালিকাৰ খচৰাত সন্দেহজনক লোকৰ নাম দেখা মাত্রেই কৰ্তন কৰাৰ বাবে যিকোনো ভাৰতীয় নাগৰিকে আবেদন জনাব পাৰে আৰু এয়া অত্যন্ত গুৰুত্বপূর্ণ দায়িত্ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। ভোটাৰ তালিকাৰ খচৰাক লৈ বিভিন্ন ৰাজনৈতিক দলে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ...

January 8, 2026 7:46 PM

views 16

হেমচন্দ্ৰ গোস্বামীৰ জন্মবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীক শ্ৰদ্ধাৰে স্মৰণ

অসমীয়া কাব্য সাহিত্যৰ জোনাকী যুগৰ ত্রিমূৰ্তিৰ অন্যতম হেমচন্দ্ৰ গোস্বামীৰ জন্মবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। এই উপলক্ষে কবিগৰাকীৰ জন্মস্থান গোলাঘাটৰ ঢেকিয়ালত জ্যোতি শাখা সাহিত্য সভাৰ উদ্যোগত হেমচন্দ্ৰ গোস্বামী স্মৃতি দিৱসৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে ঢ...

January 8, 2026 7:44 PM

views 24

বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় অধিবেশনৰ প্ৰস্তুতি সম্পূৰ্ণ

চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰী ফৌথাৰত কাইলৈৰ পৰা তিনিদিনীয়াকৈ হ'বলগীয়া বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় অধিবেশনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ পুৱা ৯ বজাত ড° মনেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য প্ৰৱেশদ্বাৰ বিটিচিৰ কার্যবাহী সদস্য তথা অধিৱেশনৰ অভ্যর্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ধীৰাজ বৰগয়াৰীয়ে ম...