December 18, 2025 7:32 PM December 18, 2025 7:32 PM
প্ৰধানমন্ত্ৰীৰ অসম ভৱন সন্দৰ্ভত বাজপেয়ী ভৱনত এখন প্রস্তুতি সভা অনুষ্ঠিত
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অসম ভ্রমণ সন্দৰ্ভত আজি বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভবনত এখন প্রস্তুতি সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুকে ধৰি অন্যান্য মন্ত্রী, বিধায়ক তথা দলীয় কর্মকর্তাসকল উপস্থিত থাকে...