ডাউনলোড
মোবাইল এপ

android apple
signal

April 2, 2025 1:31 PM

অহা ১ জুলাইৰ পৰা ৰাজ্যৰ ক্ষুদ্ৰ কৃষক আৰু দুগ্ধ বিক্ৰেতাই কোনো ধৰণৰ খাজনা দিব নালাগে বুলি ৰণজিৎ কুমাৰ দাসৰ প্ৰকাশ

অহা ১ জুলাইৰ পৰা ৰাজ্যৰ ক্ষুদ্ৰ কৃষক আৰু দুগ্ধ বিক্ৰেতাই কোনো ধৰণৰ খাজনা দিব নালাগে বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয...

April 2, 2025 1:40 PM

আজি পুৱাৰে পৰা ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত

ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩ টা সমষ্টিত ভোটগ্রহণ চলি আছে। কামৰূপ জিলাৰ অন্তর্গত ১৪ টা পৰিষদীয় সমষ্টিত দি...

April 2, 2025 1:10 PM

বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কে পি শর্মা অলি থাইলেণ্ডলৈ ৰাওনা

নেপালৰ প্ৰধানমন্ত্রী কে পি শর্মা অলি বেংককত অনুষ্ঠিত বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে কালি আনুষ্ঠানিক ভ্রমণসূ...

April 2, 2025 1:06 PM

ভাৰতত ২০২৪-২৫ বিত্তীয় বৰ্ষত শিশু দত্তক গ্ৰহণৰ সংখ্যাই ১২ বৰ্ষৰ অভিলেখ ভংগ

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে, ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতবৰ্ষত দত্তক গ্ৰহণৰ পৰিসংখ্যা যথেষ্...

April 2, 2025 1:04 PM

দুহেজাৰ টকীয়া নোটসমূহৰ ৯৮.২-১ শতাংশ ইতিমধ্যে বেংকলৈ উভতি আহিছে বুলি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্রকাশ

ভাৰতীয় ৰিজাৰ্ভ বেংকে প্রকাশ কৰিছে যে দুহেজাৰ টকীয়া নোটসমূহৰ ৯৮.২-১ শতাংশ ইতিমধ্যে বেংকলৈ উভতি আহিছে আৰু মাত্ৰ ...

April 2, 2025 1:01 PM

দুৰ্যোগ ব্যৱস্থাপনা আৰু সাংস্কৃতিক বিনিময় ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু চিলিৰ কেইবাখনো চুক্তিত স্বাক্ষৰ

ভাৰত আৰু চিলিয়ে দুৰ্যোগ ব্যৱস্থাপনা আৰু সাংস্কৃতিক বিনিময় ক্ষেত্ৰত সহযোগিতাৰ বাবে কালি কেইবাখনো চুক্তিত স্ব...

April 2, 2025 12:56 PM

ম্যানমাৰৰ ভূমিকম্পৰ দুৰ্গতসকলৰ সন্ধান-উদ্ধাৰ আৰু চিকিৎসা সম্বন্ধীয় সাহায্যৰ বাবে ভাৰতৰ অপাৰেচন ব্ৰহ্ম আৰম্ভ

ম্যানমাৰত যোৱা সপ্তাহত সংঘটিত ভয়াৱহ ভূমিকম্পত বৰ্তমানলৈ ২৭০০ৰো অধিক লোকে প্ৰাণ হেৰুওৱাইছে। কালি ম্যানমাৰৰ সা...

April 2, 2025 12:25 PM

আজিৰে পৰা খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতা অনুষ্ঠিত

খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতা আজিৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আ...

April 2, 2025 11:55 AM

ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যোৰহাটত কেইবাটাও ৰাজহুৱা প্ৰকল্পৰ উদ্বোধন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি যোৰহাটত প্ৰায় ১১১ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও ৰাজহুৱা প্...

April 1, 2025 7:58 PM

গুজৰাটৰ ফটকা কাৰখানাত সংঘটিত হোৱা অগ্নিকাণ্ডত ১০জনৰো অধিক লোকৰ মৃত্যু

গুজৰাটৰ বানাস্কান্থ জিলাৰ এটা ফটকা কাৰখানাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ১০ জনৰো অধিক লোকৰ মৃত্যু হয়। উল্লেখযো...