January 9, 2026 8:33 PM
15
নতুন দিল্লীত তৃতীয় আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় ভাষা সন্মিলন
ভাষাৰ গুৰুত্ব কেৱল দুজন ব্যক্তিৰ মাজত যোগাযোগ স্থাপনতে নহয় বৰঞ্চ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সংস্কৃতি, ঐতিহ্য আৰু পৰম্পৰাৰ পৰিবহন তথা সংৰক্ষণত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে প্রকাশ কৰিছে। নতুন দিল্লীত আজি তৃতীয় আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় ভাষা সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীৰাধাকৃ...