January 10, 2026 12:42 PM

views 11

বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰিব

ৰাজ্য চৰকাৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰিব। ভৈয়াম জনজাতিৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সাংবাদিকৰ আগত কালি এই কথা প্ৰকাশ কৰি কয়, যে এই প্রতিবেদনৰ কোনো সংশোধন নহয়। ইয়াৰ পৰিৱৰ্তে প্ৰতিবেদনখনত থকা দুই-এটা আসোঁৱাহ শুদ্ধ কৰি আৰু কেন্দ্ৰীয় ...

January 10, 2026 12:39 PM

views 12

দিছপুৰৰ লোকসেৱা ভৱনত অসম মন্ত্ৰীসভাৰ বৈঠক

অসম মন্ত্রীসভাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া সবল কৰাৰ বাবে বিশেষ চৰকাৰী অধিবক্তাৰ পাঁচজনীয়া এটা দল নিযুক্তিত অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠক পাছত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই অধিবক্তাৰ দলটো...

January 10, 2026 12:30 PM

views 15

পি ভি সিন্ধু মালয়েছিয়া অপেন ছুপাৰ-১০০০ বেডমিণ্টন প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰবেশ

ভাৰতৰ পি ভি সিন্ধু কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া অপেন ছুপাৰ-১০০০ বেডমিণ্টন প্রতিযোগিতাৰ ছেমি ফাইনেলত আজি চীনৰ ৱেং জি ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কোৱাৰ্টাৰ ফাইনেলত জাপানৰ আকানে য়ামাগুচি আঘাতৰ বাবে আধাতে খেল এৰাত দুবাৰকৈ অলিম্পিক পদক বিজেতা পি ভি সিন্ধুৱে ছেমি ফাইনেলত প্ৰৱেশ কৰে। সিন্ধুৱে আৰম্ভণিতে...

January 10, 2026 12:28 PM

views 15

তৃতীয় পৰ্যায়ৰ সমগ্ৰ শিক্ষাৰ অংশীদাৰসকলৰে শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ পৰামৰ্শ বৈঠক

দেশৰ প্ৰতিটো শিশুৱে গুণগত শিক্ষাৰ সুবিধা লাভ কৰিলেহে ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত ভাৰতলৈ ৰূপান্তৰ কৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰ্শন উপলব্ধি কৰিব পৰা যাব। নতুন দিল্লীত কালি তৃতীয় পৰ্যায়ৰ সমগ্ৰ শিক্ষাৰ অংশীদাৰসকলৰ সৈতে এখন পৰামৰ্শ বৈঠকত অংশ লৈ কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে এনেদৰে ...

January 10, 2026 12:15 PM

views 22

হিমাচলত যাত্রীবাহী বাছ দুৰ্ঘটনাত ১৪ জন লোকৰ মৃত্যু, কেইবাগৰাকীও আহত

হিমাচল প্ৰদেশৰ ছিৰম'ৰ জিলাৰ হৰিপুৰধাৰৰ সমীপত কালি এখন যাত্রীবাহী বাছ দ খাৱৈত বাগৰি পৰাৰ ফলত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ভালেকেইজন লোক গুৰুতৰভাৱে আহত হয়। ৬৬ জন যাত্রী কঢ়িয়াই নিয়া বাছখন ছলানৰ পৰা হৰিপুৰধাৰ অভিমুখে গৈ আছিল। দুৰ্ঘটনাৰ খবৰ পোৱা মাত্রেই স্থানীয় লোক আৰু জিলা প্রশাসনে অঞ্চলটোত তাৎক্ষণ...

January 10, 2026 12:10 PM

views 17

ৰে’লৱেৰ ১০০ গৰাকী বিষয়ালৈ ৭০ সংখ্যক অতি বিশিষ্ট ৰে’ল সেৱা পুৰস্কাৰ প্ৰদান

ভাৰতীয় ৰে'লৱে গোলকীয় মান নিৰ্ধাৰণ কৰিব পৰা এটা স্থিতিত উপনীত হৈছে আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ বাবে সাজু আছে। নতুন দিল্লীত কালি ৰে'লৱেৰ ১০০ গৰাকী বিষয়াক ৭০ সংখ্যক অতি বিশিষ্ট ৰে'ল সেৱা পুৰস্কাৰ প্ৰদান কৰি দিয়া ভাষণত ৰে'লমন্ত্ৰী অশ্ব...

January 10, 2026 12:08 PM

views 15

মাদকদ্ৰব্যৰ বিৰুদ্ধে সামূহিকভাৱে দেশজোৰা অভিযান আৰম্ভ কৰা হ’ব : গৃহমন্ত্রী অমিত শ্বাহ

চলিত বৰ্ষৰ ৩১ মাৰ্চৰ পৰা মাদকদ্ৰব্যৰ বিৰুদ্ধে সামূহিকভাৱে দেশজোৰা অভিযান আৰম্ভ কৰা হ'ব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ঘোষণা কৰিছে। তিনি বছৰ ধৰি চলিবলগীয়া এই অভিযানৰ লক্ষ্য হৈছে দেশখনক নিচামুক্ত কৰা। নতুন দিল্লীত কালি এন চি অ' আৰ ডিৰ মাদকদ্রব্য সহযোগিতা কেন্দ্ৰৰ নৱম শীৰ্ষ পৰ্যায়ৰ বৈঠকত অধ্য...

January 10, 2026 12:03 PM

views 21

তিনিদিনীয়া ভ্রমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি গুজৰাট ভ্ৰমণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্রমণসূচীৰে আজি গুজৰাটলৈ যাব। এই ভ্ৰমণকালত প্রধানমন্ত্ৰীগৰাকীয়ে সোমনাথ স্বাভিমান পর্বকে ধৰি কেইবাটাও কার্যসূচীত অংশগ্রহণ কৰিব। শ্রীমোদীয়ে লগতে ৰাজকোট, আহমেদাবাদ আৰু গান্ধীনগৰত কেইবাটাও উন্নয়নমূলক আৰু ৰাজনৈতিক কাৰ্যসূচীত অংশ ল'ব। উল্লেখযোগ্য যে গিৰ সোমনাথ জি...

January 9, 2026 8:40 PM

views 10

ছত্তিশগড়ৰ দান্তেৱাড়া জিলাত ৬৩গৰাকী মাওবাদীৰ আত্মসমর্পন

ছত্তিশগড়ৰ দান্তেৱাড়া জিলাত ৬৩গৰাকী মাওবাদীয়ে আত্মসমর্পন কৰিছে। ইয়াৰ ভিতৰত ৩৬গৰাকীৰ বিৰুদ্ধে ১ কোটি ১৯ লাখ ৫০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল। আৰক্ষী অধীক্ষক গৌৰৱ ৰায়ে প্ৰকাশ কৰা অনুসৰি আত্মসমর্পন কৰা মাওবাদীসকলৰ ভিতৰত ১৮গৰাকী মহিলা।

January 9, 2026 8:37 PM

views 27

ডানাল্ড ট্রাম্পৰ হকে প্রতিবাদ সাব্যস্ত কৰাসকলে ৰাজহুৱা সম্পত্তি ধবংস কৰা বুলি অভিযোগ খামেইনিৰ

ইৰাণৰ নেতা আয়াতুল্লা আলী খামেইনিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডানাল্ড ট্রাম্পৰ হকে প্রতিবাদ সাব্যস্ত কৰা লোকসকলে ৰাজহুৱা সম্পত্তি ধবংস কৰা বুলি অভিযোগ তুলিছে। ইৰাণৰ জনসাধাৰণে সমন্বয়ৰে সকলো শত্রুক পৰাভূত কৰিব বুলি উল্লেখ কৰি তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক প্ৰথমে নিজৰ দেশৰ সমস্যাসমূহ সমাধ...