January 10, 2026 7:57 PM
15
মহিলাৰ প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত গুজৰাট জায়েন্টছৰ, ইউ পি বাৰিয়ৰ্ছক ১০ ৰাণত পৰাজিত
মহিলাৰ প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত আজি নবী মুম্বাইৰ ড° ডি বাই পাটিল স্পার্টছ একাডেমীত অনুষ্ঠিত হোৱা এখন খেলত গুজৰাট জায়েন্টছে, ইউ পি বাৰিয়ৰ্ছক ১০ ৰাণত পৰাজিত কৰে। খেলখনত গুজৰাট জায়েন্টছে প্রথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত ৪টা উইকেট হেৰুৱাই ২০৭ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ইউ পি বাৰিয়ছে নি...