September 4, 2025 3:48 PM
29
সমগ্ৰ দেশতে কাইলৈ ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন কৰা হ’ব
■ সমগ্ৰ দেশতে কাইলৈ ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন কৰা হ'ব। শিক্ষক, দার্শনিক তথা অক্সফোর্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো দেশজুৰি শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়। ৰাধাকৃষ্ণণে দেশৰ শিক্ষাখণ্ডত ৰূপান্তৰকাৰী সংস্কাৰ সাধন কৰিছিল। তেওঁৰ জন্মদিনৰ লগত সংগতি ৰা...