January 11, 2026 8:18 PM

views 10

এ ডি আৰ ইত উত্তীৰ্ণ ২৯২ গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত কাইলৈ নিযুক্তি পত্ৰ বিতৰণ

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা এ ডি আৰ ইত উত্তীৰ্ণ ২৯২ গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত কাইলৈ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত প্ৰাৰ্থীসকলক নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। এ.ডি.আৰ.ইত উত্তীৰ্ণ তৃতীয় বৰ্গৰ ৬৩৪৭ গৰাকী প্ৰাৰ্থীক কালি সৰুসজাইৰ ...

January 11, 2026 8:04 PM

views 13

উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলা স্থাপন

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তই আজি উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যৰ ন্যায়িক খণ্ডৰ উত্তৰণৰ ক্ষেত্ৰত এই আদালতখনে নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্য ন্যায়াধীশ সূর্যকান্তই আশাপ্ৰকাশ কৰে। আধাৰশিলা স্থাপনৰ অনুষ্ঠানত কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্...

January 11, 2026 7:46 PM

views 23

সফলতাৰ বাবে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যুৱক-যুৱতীসকলক ভাৰতীয় মহাকাশচাৰী কেপ্তেইন শুভাংশু শুক্লাৰ পৰামৰ্শ

ভাৰতীয় মহাকাশচাৰী তথা গ্রুপ কেপ্তেইন শুভাংশু শুক্লাই আজি কয়, যে যুৱক-যুৱতীসকল হৈছে দেশৰ প্ৰকৃত মূলধন। নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত YOUNG LEADERS DIALOGUE, ২০২৬–ত অংশগ্ৰহণ কৰি শ্ৰী শুক্লাই এইদৰে কয়। সফলতাৰ বাবে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ গ্ৰুপ কেপ্তেইনগৰাকীয়ে যুৱক-যুৱতীসকলক পৰামৰ্শ দিয়ে...

January 11, 2026 7:40 PM

views 11

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজকোটত কচ্ছ আৰু সৌৰাষ্ট্ৰৰ প্ৰাণৱন্ত গুজৰাট আঞ্চলিক সন্মিলন মুকলি কৰে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজকোটৰ মাৰোৱাৰী বিশ্ববিদ্যালয়ত কচ্ছ আৰু সৌৰাষ্ট্ৰৰ প্ৰাণৱন্ত গুজৰাট আঞ্চলিক সন্মিলন মুকলি কৰে। দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই সন্মিলনৰ জৰিয়তে কচ্ছ আৰু সৌৰাষ্ট্ৰৰ ১২ খন জিলাত প্ৰগতি, উদ্ভাৱন তথা বিনিয়োগ ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই অনুষ্ঠানত প্ৰধানমন্ত...

January 11, 2026 7:36 PM

views 17

চৰকাৰে দেশখনক আত্মবিশ্বাসী, উচ্চাকাংক্ষী আৰু আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব বিচাৰিছে বুলি গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ

গৃহমন্ত্রী অমিত শ্বাহে আজি কয়, যে নৰেন্দ্ৰ মোদী চৰকাৰে দেশখনক আত্মবিশ্বাসী, উচ্চাকাংক্ষী আৰু আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব বিচাৰিছে। প্ৰত্যেকখন ৰাজ্যই নিজৰ সম্ভাৱনা উপলব্ধি কৰি এই লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰা উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। থিৰুৱনন্তপুৰমত নতুন ভাৰত, নতুন কেৰালা সন্মিলন উদ্বোধন কৰি ত...

January 11, 2026 12:36 PM

views 11

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তৰ দ্বাৰা উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তে উত্তৰ গুৱাহাটীৰ ৰংমহলত আজি সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত আইন মন্ত্রী অর্জুন ৰাম মেঘৱাল, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, সন্দীপ মেহতা, এন কৌটিশ্বৰ সিং, বিজয় বিষ্ণয় আৰু গুৱাহাটী উচ্চ ন্য...

January 11, 2026 12:27 PM

views 13

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ কমিটীৰ মাজুলীত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ কাম-কাজৰ অগ্রগতিৰ পর্যালোচনা

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ কমিটীৰ এটা চাৰিজনীয়া দলে কালি মাজুলীত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ কাম-কাজৰ অগ্রগতিৰ পর্যালোচনা কৰে। সমিতিৰ অধ্যক্ষ, বিধায়ক নুৰুল হুদাৰ নেতৃত্বৰ এই দলটোত বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, ভবেন্দ্র নাথ ভৰালী আৰু আব্দুৰ ৰছিদ মণ্ডলো আছিল। এই ভ্রমণ কালত দলটোৱে মাজুলীৰ জিলা স...

January 11, 2026 12:23 PM

views 48

ৰাজ্যৰ বিভিন্ন প্রান্তত মাঘ বিহুৰ উৰুকাৰ ব্যাপক প্রস্তুতি

মাঘ বিহুৰ উৰুকালৈ মাজত এটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্রান্তত উৰুকাৰ বাবে ব্যাপক প্রস্তুতি চলিছে। গুৱাহাটী মহানগৰীকে ধৰি বাজ্যৰ বিভিন্ন প্রান্তৰ বজাৰসমূহ বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আর্হিৰে আটকধুনীয়া ভেলাঘৰ ...

January 11, 2026 12:15 PM

views 22

বিশ্ব ঐতিহ্যক্ষেত্র চৰাইদেউ মৈদাম ক্ষেত্রত অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ আজি সামৰণি

বিশ্ব ঐতিহ্যক্ষেত্র চৰাইদেউ মৈদাম ক্ষেত্রত পর্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ আজি সামৰণি পৰিব। এই মহোৎসৱ উপলক্ষে অঞ্চলটোত বহু দেশী-বিদেশী পর্যটকৰ সমাগম হৈছে। কালি দ্বিতীয় দিনা প্রতিকী ৰূপত স্বৰ্গদেউৰ শোভাযাত্রা আৰু ৰাজ...

January 11, 2026 12:09 PM

views 9

বিজেপি আৰু ইয়াৰ মিত্র দলসমূহে এপ্রিলত খালী হ’বলগীয়া অসমৰ তিনিখন ৰাজ্যসভা আসনৰ আটাইকেইখনতে প্রতিদ্বন্দ্বিতা আগবঢ়াব

শাসনাধিষ্ঠিত বিজেপি আৰু ইয়াৰ মিত্র দলসমূহে অহা এপ্রিলত খালী হ'বলগীয়া অসমৰ তিনিখন ৰাজ্যসভা আসনৰ আটাইকেইখনতে প্রতিদ্বন্দ্বিতা আগবঢ়াব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি এই কথা ঘোষণা কৰে। তেওঁ লগতে খালী হ'বলগীয়া তিনিখন আসনৰ ভিতৰত দুখনত জয় নিশ্চিত বুলি আৰু তৃতীয়খন আসনো বিজেপি আৰু মিত্রদলে লাভ কৰা...