September 8, 2025 11:45 AM
26
বিহাৰত ভোটাৰ তালিকা সন্দৰ্ভত নির্বাচন আয়োগৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আজি এলানি আবেদনৰ শুনানী গ্রহণ
উচ্চতম ন্যায়ালয়ে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনকলৈ নির্বাচন আয়োগৰ ২৪ জুনৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আজি এলানি আবেদনৰ শুনানী গ্রহণ কৰিব। ন্যায়াধীশ সূর্যকান্ত আৰু জয়মাল্য বাগচিৰ বিচাৰপীঠে ৰাষ্ট্ৰীয় জনতা দল, এ আই এম আই এমকে ধৰি অন্যান্য সকলৰ আবেদনৰ শুনানী গ্ৰহণ কৰিব। নির্বাচন আয়োগে কৈছে য...