January 11, 2026 9:23 PM

views 16

বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় বার্ষিক অধিৱেশনৰ সামৰণি

চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰী পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় বার্ষিক অধিৱেশনৰ আজি সামৰণি পৰে। আজি অন্তিম দিনা পুৱাৰ ভাগত বিভিন্ন জাতি- জনগোষ্ঠীৰ অংশগ্রহণেৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। বড়ো সাহিত্য সভাৰ উপ সভাপতি গোপীনাথ বৰগয়াৰীয়ে এই শোভাযাত্ৰা মুকলি কৰে...

January 11, 2026 9:14 PM

views 24

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অভিযোগনামা লাভ কৰাৰ লগে লগে গোচৰটো চালি-জাৰি চাব পৰা যাব বুলি জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰৰ প্ৰকাশ

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অভিযোগনামা লাভ কৰাৰ লগে লগে গোচৰটো চালি-জাৰি চাব পৰা যাব বুলি ৰাজ্য চৰকাৰে এই গোচৰত লোক অধিবক্তাৰ দায়িত্ব অর্পণ কৰা জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰে প্ৰকাশ কৰিছে। আজি সাংবাদিকৰ আগত অধিবক্তাগৰাকীয়ে কয় যে গোচৰ সংক্ৰান্তত আদালতত আইনগত প্রত্যাহ্বান থাকিব যদিও অভিযোগনামাখন বিস্তৃত...

January 11, 2026 9:04 PM

views 19

চৰাইদেউ মহোৎসৱত বহু দেশী-বিদেশী পৰ্যটকৰ সমাগম

বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ আজি সামৰণি পৰে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আয়োজিত এই মহোৎসৱ উপলক্ষে অঞ্চলটোত বহু দেশী-বিদেশী পৰ্যটকৰ সমাগম হৈছে। আজি অন্...

January 11, 2026 8:57 PM

views 16

জম্মু-কাশ্মীৰৰ ঐতিহাসিক মোগল ৰোড পুনৰ মুকলি

জম্মু-কাশ্মীৰত ৰাজৌৰি আৰু পুঞ্চ জিলাক কাশ্মীৰ উপত্যকাৰ ছপিয়ানৰ লগত সংযুক্ত কৰা ঐতিহাসিক মোগল ৰোড আজি পুনৰ মুকলি কৰি দিয়া হৈছে। প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত যোৱা ৭ দিন ধৰি এই পথছোৱা বন্ধ ৰখা হৈছিল। মোগল ৰোডৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অনিল কুমাৰে কয়, যে তুষাৰপাতৰ ফলত পিছল হৈ পৰা পথছোৱা সুৰক্ষাৰ প্ৰতি দ...

January 11, 2026 8:55 PM

views 13

কলকাতাৰ I-PAC কাৰ্যালয়ত EDৰ অনুসন্ধানকালত পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ হস্তক্ষেপ কাৰ্যক বিজেপিৰ সমালোচনা

কলকাতাৰ I-PAC ৰাজনৈতিক পৰামৰ্শ সংস্থাৰ কাৰ্যালয়ত বিধি বলবৎকাৰী সঞ্চালকালয়ে চলোৱা অনুসন্ধানকালত তৃণমূল কংগ্ৰেছৰ মুৰববী তথা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে হস্তক্ষেপ কৰাৰ কথা উল্লেখ কৰি বিজেপিয়ে তেওঁক সমালোচনা কৰিছে। নতুন দিল্লীত এখন সংবাদমেলত জ্যেষ্ঠ বিজেপিৰ নেতা ৰবিশংকৰ প্ৰসাদে মুখ্যমন্ত্ৰীগ...

January 11, 2026 8:49 PM

views 11

জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে কেৰালাৰ থিৰুৱনন্তপুৰমত সমাগত বিধানসভা নিৰ্বাচনৰ বাবে মিছন, ২০২৬-ৰ শুভাৰম্ভ কৰে

জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে আজি কেৰালাৰ থিৰুৱনন্তপুৰমত সমাগত বিধানসভা নিৰ্বাচনৰ বাবে মিছন, ২০২৬-ৰ শুভাৰম্ভ কৰে। থিৰুৱনন্তপুৰমৰ উদয় পেলেচ কনভেনচন কেন্দ্রত স্থানীয় পৌৰ নিগমৰ নিৰ্বাচিত বিজেপি সদস্যসকলক সম্বোধন কৰি তেওঁ কয়, যে বিকশিত কেৰালাৰ বাবে ৰাজ্যত বিজেপি চৰকাৰ থকাটো অতি প...

January 11, 2026 8:43 PM

views 24

ছিৰিয়াৰ বিভিন্ন অঞ্চলৰ ইছলামিক স্টেট-আই এছ আই এছৰ ঘাটিত আমেৰিকাৰ আক্ৰমণ

আমেৰিকাই ছিৰিয়াৰ বিভিন্ন অঞ্চলৰ ইছলামিক স্টেট-আই এছ আই এছৰ ঘাটিত আক্ৰমণ কৰে। যোৱামাহত পালমাইৰাত সংঘটিত আই এছ আই এছৰ আক্ৰমণৰ প্ৰত্যুত্তৰত এই আক্ৰমণ কৰা হয়। উল্লেখযোগ্য যে পালমাইৰাত সংঘটিত আক্ৰমণত আমেৰিকাৰ দুজন সৈনিক আৰু এজন নাগৰিক নিহত হৈছিল। আমেৰিকাৰ কেন্দ্রীয় কামাণ্ডে কয়, যে যোৱানিশা আমেৰিকাই সহযোগ...

January 11, 2026 8:32 PM

views 19

১৭ জানুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীৰ সৰুসজাইত বাগুৰুম্বা নৃত্য পৰিবেশন

অহা ১৭ জানুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত বাগুৰুম্বা নৃত্য পৰিবেশন কৰা হ'ব। বিহু আৰু ঝুমইৰ বিনন্দিনীৰ পাছত বড়োসকলৰ বাগুৰুম্বা নৃত্যক বিশ্ব দৰবাৰত তুলি ধৰাৰ উদ্দেশ্যে প্রায় ১০ হাজাৰ শিল্পীয়ে নৃত্য পৰিবেশন কৰিব। এই অনুষ্ঠান উপভ...

January 11, 2026 8:26 PM

views 15

মাজুলীৰ ৰূপবৰণ চিত্রকলা বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ

মাজুলীৰ পদ্ধতিগত কলা, চিত্ৰ-ভাস্কৰ্যৰ শিক্ষানুষ্ঠান ৰূপবৰণ চিত্রকলা বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ উপলক্ষে কালিৰে পৰা দুদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কমলাবাৰীৰ মাজুলী মিলন সংঘত আয়োজিত সমাৰোহত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ আৰু চিত্ৰ প্ৰদৰ্শনী মেলাই পৰিবেশ জীপাল কৰি তোলে। অনুষ্ঠানৰ ...

January 11, 2026 8:21 PM

views 32

অসম চাহ কৰ্মচাৰী সংঘৰ ৬৩ সংখ্যক ত্রিবার্ষিক ডিৰাই অধিৱেশনত মন্ত্রী বিমল বৰাৰ অংশগ্ৰহণ

অসম চাহ কৰ্মচাৰী সংঘ, মৰাণ শাখাৰ উদ্যোগত আৰু ডিৰাই চাহ বাগিচা প্ৰাথমিক গোটৰ আতিথ্যত আয়োজিত ৬৩ সংখ্যক ত্রিবার্ষিক ডিৰাই অধিৱেশনত আজি কেবিনেট মন্ত্রী বিমল বৰা বিশিষ্ট হিচাপে উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে আদিৱাসী চাহ জনগোষ্ঠী তথা...