September 12, 2025 12:29 PM

views 39

ব্রাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেয়ৰ বোল্‌ছোনাৰোক ২৭ বছৰৰো অধিক কাৰাদণ্ডৰে দণ্ডিত

ব্রাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেয়ৰ বোল্‌ছোনাৰোক সামৰিক অভুত্থানৰ ষড়যন্ত্ৰ ৰচনা কৰা আৰু দেশখনৰ গণতান্ত্ৰিক ব্যৱস্থা ধ্বংস কৰাৰ প্ৰয়াসৰ অভিযোগত ২৭ বছৰৰো অধিক কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। দেশখনৰ উচ্চতম ন্যায়ালয়ে ২০১৮ চনত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত বোল্‌ ছানাৰোক ২০২২ চনত নিৰ্বাচনত পৰাজিত হোৱাৰ পাছতো...

September 12, 2025 12:27 PM

views 31

দেশৰ সকলো মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ মিডিয়া তথা যোগাযোগ বিষয়াসকলৰ সৈতে নির্বাচন আয়োগৰ কৰ্মশালা

নির্বাচন আয়োগে দেশৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ মিডিয়া তথা যোগাযোগ বিষয়াসকলৰ বাবে এখন এদিনীয়া কৰ্মশালাৰ আয়োজন কৰিব। এই কর্মশালাত দেশত সংবিধান অনুযায়ী নির্বাচন অনুষ্ঠিত কৰা আৰু আইনী, তথ্যগত আৰু নিয়ম আধাৰিত তথ্য সময়মতে আৰু সমন্বিতভাৱে প্ৰচাৰত গুৰু...

September 12, 2025 12:25 PM

views 48

গুৰুগ্ৰামত আজি আই এন এছ আৰাৱলী জাহাজখন নৌসেনা বাহিনীত অন্তৰ্ভুক্ত

গুৰুগ্ৰামত আয়োজিত এটা অনুষ্ঠানত আজি আই এন এছ আৰাৱলী নামৰ জাহাজখন নৌসেনা বাহিনীত অন্তৰ্ভুক্ত কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা বিবৃতি যোগে কৈছে, যে আৰাৱলী পর্বতমালাৰ নামেৰে নামকৰণ কৰা এই জাহাজখনে নৌসেনাৰ তথ্য আৰু যোগাযোগ পৰিকাঠামো সুদৃঢ় কৰিব। অনুষ্ঠানত নৌ সেনা বাহিনীৰ মুৰববী এডমিৰেল দীনেশ কে.ত্...

September 12, 2025 12:24 PM

views 34

সংসদক ৰাষ্ট্ৰীয় গুৰুত্ব আৰু জনসাধাৰণৰ স্বাৰ্থৰ সৈতে জড়িত বিষয় উত্থাপনৰ মঞ্চলৈ ৰূপান্তৰৰ বাবে ৰাজনৈতিক দলসমূহক আহ্বান ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদক ৰাষ্ট্ৰীয় গুৰুত্ব আৰু জনসাধাৰণৰ স্বাৰ্থৰ সৈতে জড়িত বিভিন্ন বিষয় উত্থাপন কৰিব পৰা অৰ্থৱহ বিতৰ্ক আৰু আলাপ আলোচনাৰ মঞ্চলৈ ৰূপান্তৰ কৰিবলৈ ৰাজনৈতিক দল আৰু নিৰ্বাচিত জনপ্রতিনিধিসকলৰ প্ৰতি আহ্বান জনাইছে। বাংগালুৰুত আয়োজিত ভাৰত অঞ্চলৰ কমনৱেলথ সংসদীয় সংস্থাৰ ১১ সংখ্যক সন...

September 12, 2025 12:22 PM

views 25

নতুন দিল্লীত আজি আয়োজিত জ্ঞান ভাৰতম্ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি নতুন দিল্লীত আয়োজিত জ্ঞান ভাৰতম্ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ এই সন্মিলনতে পাণ্ডুলিপিৰ ডিজিটেল ৰূপ প্ৰদান, সংৰক্ষণ আৰু জনসাধাৰণৰ বাবে এনে পাণ্ডুলিপি সহজলভ্য কৰি তোলাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্যে জ্ঞান ভাৰতম্ নামৰ এখন সুকীয়া ডিজিটেল...

September 12, 2025 12:21 PM

views 28

নৰেন্দ্ৰ মোদী আৰু ড° নবীনচন্দ্ৰ ৰামগুলামৰ মাজত দেশ দুখনৰ দ্বিপাক্ষিক সম্বন্ধৰ সকলো দিশৰ পৰ্যালোচনা

মৰিছাচৰ প্ৰধানমন্ত্ৰী ড° নবীনচন্দ্ৰ ৰামগুলামৰ কাশী ভ্রমণ চহৰখনৰ সাংস্কৃতিক গুৰুত্ব আৰু ভাৰত আৰু মৰিছাচৰ মাজত শক্তিশালী সাংস্কৃতিক সম্বন্ধৰ পৰিপ্ৰেক্ষিতত বিশেষ হৈ উঠা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। শ্রীমোদীয়ে সামাজিক মাধ্যম যোগে কয়, যে এই ভ্ৰমণ কালত হোৱা বৈঠকত তেওঁলোকে দেশ দুখনৰ ...

September 11, 2025 8:48 PM

views 26

আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত

আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি ওদালগুৰি জিলাত ভেৰগাঁও পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী জৌশাং বড়োৰ সমৰ্থনত ডিমাকুছিত নির্বাচনী সভাত অংশ লয়। ড০ শৰ্মাই তেওঁৰ ভাষণত এইবাৰ বিটিচিত বিজে...

September 11, 2025 8:45 PM

views 27

ধুবুৰীত হোৱা অপ্রীতিকৰ ঘটনা অত্যন্ত দুর্ভাগ্যজনক আখ্যা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

ধুবুৰীত কালি সন্ধিয়া এটা ছাত্ৰ সংগঠনৰ প্ৰতিবাদী সমদলৰ সময়ত আৰক্ষীৰ লাঠিচালনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অপ্রীতিকৰ ঘটনা অত্যন্ত দুর্ভাগ্যজনক বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰিছে। তেওঁ এই ঘটনাটো অনাকাংক্ষিত বুলি উল্লেখ কৰি কয় যে ইতিমধ্যে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰা হৈ...

September 11, 2025 8:39 PM

views 20

ডেংগু আৰু মেলেৰিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ পর্যালোচনা

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি ডেংগু আৰু মেলেৰিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত পর্যালোচনা কৰাৰ লগতে দুয়োবিধ ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰে লোৱা ব্যৱস্থাৱলীৰ বুজ লয়। এই পর্যালোচনা বৈঠকতে মন্ত্রী নাড্ডাই সংশ্লিষ্ট ৰাজ্য চৰকাৰ, স্থানীয় সংস্থাসমূহক জনস্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ...

September 11, 2025 8:35 PM

views 26

নতুন দিল্লীত জ্ঞান ভাৰতম্ আন্তৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশখনে সাংস্কৃতিক নৱজাগৰণৰ এটা পৰ্যায়ৰ মাজেৰে গতি কৰিছে। নতুন দিল্লীত অনুষ্ঠিত জ্ঞান ভাৰতম্ আন্তৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰি কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱটে এই কথা ব্যক্ত কৰে। জ্ঞান ভাৰতম্ হৈছে ভাৰতৰ প্ৰাচীন পাণ্ডুলিপিৰ ঐতিহ্য সংৰক্ষণ, ডিজি...