January 12, 2026 12:30 PM

views 112

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰুকাৰ বাবে ব্যাপক প্রস্তুতি

কাইলৈ মাঘ বিহুৰ উৰুকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰুকাৰ বাবে ব্যাপক প্রস্তুতি চলিছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহ বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ বাবে ঠায়ে ঠায়ে বিভিন্ন আর্হিবে আটকধুনীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলা অনুষ্ঠিত হৈছে। গ্র...

January 12, 2026 12:28 PM

views 11

চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ

সদৌ অসম চুতীয়া জাতি সম্মিলনৰ উদ্যোগত আৰু চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত তিতাবৰৰ জালুকনিবাৰী বীৰপাল ক্ষেত্রত অনুষ্ঠিত চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহত কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই কার্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ অতি প্...

January 12, 2026 12:26 PM

views 26

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন এখন নতুন আৰু আধুনিক অসমৰ পৰিচয় হ’ব বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

উত্তৰ গুৱাহাটীৰ ৰংমহলত নির্মাণ হ'বলগীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন এখন নতুন আৰু আধুনিক অসমৰ পৰিচয় হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নতুন চৌহদে ন্যায় ব্যৱস্থাৰ বৰ্ধিত প্রয়োজনসমূহ পূৰণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। তেওঁ লগতে কয়,...

January 12, 2026 12:17 PM

views 17

বডোডৰাত অনুষ্ঠিত এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত যোৱানিশা ভাৰতৰ হাতত নিউজিলেণ্ড ৪ উইকেটত পৰাস্ত

গুজৰাটৰ বডোডৰাত অনুষ্ঠিত এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত যোৱানিশা ভাৰতে নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰে। ভাৰতে ৩০১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৯ অভাৰত ৬টা উইকেট হেৰুৱাই ৩০৬ ৰান কৰে। খেলৰ আৰম্ভণিতে অধিনায়ক ৰোহিত শর্মা মাত্র ২৬ ৰান কৰি আউট হোৱাৰ পাছত বিৰাট কোহলি আৰু সুভমন গিলে সুন্দৰ বেটিঙে...

January 12, 2026 12:14 PM

views 10

উদ্যান উৎসৱৰ দ্বিতীয় সংস্কৰণৰ বিগত ৯ দিনত ১ লাখৰো অধিক লোকৰ সমাগম

হায়দৰাবাদৰ বোলাৰুমত থকা ৰাষ্ট্ৰপতি নিলয়মে আয়োজন কৰা উদ্যান উৎসৱৰ দ্বিতীয় সংস্কৰণৰ বিগত ৯ দিনত ১ লাখৰো অধিক লোকৰ সমাগম ঘটে। ভাৰতৰ ঐতিহ্য, কৃষি, বহন ক্ষমতা আৰু জনসাধাৰণৰ সহযোগিতাক উদযাপন কৰা এই উদ্যান উৎসৱৰ কালি সন্ধিয়া সামৰণি পৰে। হায়দৰাবাদৰ ৰাষ্ট্ৰপতি নিলয়মৰ উদ্যোগত আৰু কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্য...

January 12, 2026 12:13 PM

views 9

ষোড়শ আন্তঃৰাষ্ট্ৰীয় নবীকৰণযোগ্য শক্তি সংস্থাৰ সন্মিলনত প্রহ্লাদ যোশীৰ অংশগ্রহণ

ভাৰতে ২০৩০ চনত ৫০০ গিগাৱাট অজীৱাশ্ম ইন্ধন আৰু ২০৭০ চনত শূন্য কার্বন নির্গমনৰ লক্ষ্যপ্ৰাপ্তিৰ প্রতিশ্রুতি লোৱা হৈছে। ডুবাইত অনুষ্ঠিত ষোড়শ আন্তঃৰাষ্ট্ৰীয় নবীকৰণযোগ্য শক্তি সংস্থাৰ সন্মিলনত কেন্দ্রীয় নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্রী প্রহ্লাদ যোশীয়ে অংশগ্রহণ কৰি কয় যে ভাৰতে বসুধৈর কুটুম্ব কম নীতিৰে আৰ...

January 12, 2026 12:06 PM

views 12

তিৰুৱনন্তমপুৰমত বিজেপিৰ ৰাজ্যিক ক’ৰ কমিটী বৈঠকত অমিত শ্বাহৰ অংশগ্রহণ

গৃহমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে তিৰুবনন্তমপুৰমত নতুন ভাৰত, নতুন কেৰালা শীর্ষক সম্মিলন উদ্বোধন কৰে। শ্রীশ্বাহে আয়ুর্বেদ, তথ্য-প্রযুক্তি, পৰ্যটন আৰু ক্রীড়াৰ দৰে খণ্ডত কেৰালাৰ প্ৰগতিৰ প্ৰশংসা কৰে। নৰেন্দ্ৰ মোদী চৰকাৰে দেশখনক আত্মবিশ্বাসী, উচ্চাকাংক্ষী আৰু আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব বিচাৰিছে বুলি উল্লেখ...

January 12, 2026 12:03 PM

views 14

বাশ্বিংটন ডিচিত জি-চেভেন গুৰুত্বপূৰ্ণ খনিজ মন্ত্ৰ্যালয়ৰ বৈঠকত অশ্বিনী বৈষ্ণৱৰ অংশগ্ৰহণ

কেন্দ্রীয় বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাশ্বিংটন ডিচিত জি-চেভেন গুৰুত্বপূৰ্ণ খনিজ মন্ত্ৰ্যালয়ৰ বৈঠকত অংশ লব। জি-চেভেন গুৰুত্বপূৰ্ণ খনিজ মন্ত্ৰ্যালয়ৰ বৈঠকত কৌশলগত সম্পদসমূহৰ বাবে গোলকীয় যোগান শৃংখলা সুৰক্ষিত কৰাৰ লক্ষ্যৰে আলোচনা অনুষ্ঠিত হয়। শ্রীবৈষ্ণ...

January 12, 2026 12:01 PM

views 12

ভাৰত যুৱ নেতাৰ সন্মিলনৰ সামৰণি সত্ৰত প্রধানমন্ত্রীৰ অংশগ্ৰহণ

আজি ৰাষ্ট্ৰীয় যুৱ দিৱস। স্বামী বিবেকানন্দৰ জন্মবার্ষিকী উপলক্ষে এই দিৱস উদযাপন কৰা হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই দিৱস উপলক্ষে আজি সন্ধিয়া নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত যুৱ নেতাৰ সন্মিলনৰ সামৰণি সত্ৰত অংশগ্ৰহণ কৰিব। শ্রীমোদীয়ে এই অনুষ্ঠানতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্রতিনিধিত্ব কৰা যুৱ...

January 12, 2026 11:59 AM

views 12

প্রধানমন্ত্রী আৰু জার্মান চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জৰ আহমেদাবাদৰ সবৰমতী আশ্ৰম পৰিদৰ্শন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত জার্মান চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জক সাক্ষাৎ কৰি সবৰমতী আশ্ৰম পৰিদৰ্শন কৰাৰ লগতে আহমেদাবাদত আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱত অংশ ল'ব। গান্ধীনগৰৰ মহাত্মা মন্দিৰত প্ৰধানমন্ত্ৰী আৰু চেঞ্চেলৰ মাৰ্জে ভাৰত-জার্মানী কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। ভাৰত আৰু ...