September 16, 2025 1:00 PM

views 18

সেনাবাহিনীৰ সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্তৰ নিৰাপত্তা সন্দৰ্ভত আলোচনা প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ ফ'ৰ্ট উইলিয়ামত কালি সেনাবাহিনীৰ সন্মিলনত অংশগ্ৰহণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্তৰ নিৰাপত্তা সন্দৰ্ভত আলোচনা কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু সেনাবাহিনীৰ তিনিওটা গোটৰ মুৰববীৰ উপস্থিতিত অনুষ্ঠিত এই সন্মিলনত উত্তৰ- প...

September 16, 2025 12:56 PM

views 26

নেৰানেপেৰা বৰষুণৰ ফলত কাছাৰ জিলাৰ বৰাক নদীৰ জলস্তৰ বৃদ্ধি

বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কাছাৰ জিলাৰ বৰাক নদীৰ জলস্তৰ বৃদ্ধি পাইছে। আজি পুৱাৰ ভাগত শিলচৰৰ অন্নপূর্ণা ঘাটৰ বৰাক নদীৰ জলস্তৰ বৃদ্ধি হৈ ২০ দশমিক ২৯ মিটাৰ হৈছে। ইয়াৰ ফলত শিলচৰকে ধৰি সমগ্ৰ জিলাখনত বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত জিলা প্ৰশাসন আৰু দুৰ...

September 16, 2025 12:53 PM

views 38

আন্দোলন কৰি সময়ৰ অপব্যৱহাৰ নকৰিবলৈ জনজাতীয় সংগঠনসমূহৰ প্ৰতি মুখ্যমন্ত্রীৰ আহ্বান

জনজাতিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে ছটা জনগোষ্ঠীৰ লোকসকলে প্রাপ্য মর্যাদা লাভ কৰিব। সেয়েহে জনজাতিকৰণৰ বাবে আন্দোলন কৰি সময়ৰ অপব্যৱহাৰ নকৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই জনজাতীয় সংগঠনসমূহৰ প্ৰতি আহ্বান জনাইছে। কালি চিৰাং জিলা ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এই বিষয়ে প...

September 16, 2025 12:49 PM

views 38

বিটিচি নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ প্ৰচাৰ অভিযান তুংগত

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত তিনিটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক-বিৰোধী উভয় পক্ষই নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিটিআৰৰ জিলাকেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। কালিও মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, ইউ পি পি এলৰ মুৰববী প্রম...

September 16, 2025 12:45 PM

views 29

নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল প্লাৱিত

নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল প্লাৱিত হৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণ আৰু নীপকোৰ দৈয়াং জনবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত জিলাখনৰ ধনশিৰি আৰু দৈয়া নৈৰ লগতে উপনৈসমূহৰ জনস্তৰ বৃদ্ধি পাইছে। কালি সন্ধিয়া পর্যন্ত লাভ কৰা তথ্য অনুসৰি জিলাখনৰ গোলাঘাট, খুমটাই, ম...

September 15, 2025 8:50 PM

views 15

কলকাতাৰ বিজয় দুৰ্গৰ সেনা বাহিনীৰ সংযুক্ত কমাণ্ডাৰ্ছসকলৰ সন্মিলন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাৰ বিজয় দুৰ্গৰ সেনা বাহিনীৰ পূব কামাণ্ড মুখ্য কাৰ্যালয়ত সংযুক্ত কমাণ্ডাৰ্ছ সকলৰ সন্মিলনত উপস্থিত থাকে। সন্মিলনত শ্ৰীমোদীয়ে দেশ নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদান আৰু অপাৰেছন সিন্দূৰত দেখুওৱা সাহসীকতাৰ বাবে নিৰাপত্তা বাহিনীসমূহক প্ৰশংসা কৰিছে। প্রধ...

September 15, 2025 8:47 PM

views 38

অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত ভাৰত বিশ্বৰ তৃতীয় শ্রেষ্ঠ দেশ হিচাপে পৰিগণিত

অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত ভাৰতে-জাপানক পাছপেলাই বিশ্বৰ ভিতৰত তৃতীয় শ্রেষ্ঠ দেশ হিচাপে পৰিগণিত হৈছে। সমাগত ৫ বছৰত অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত দেশে শীর্ষ স্থান দখল কৰাৰ দিশত অগ্ৰসৰ হৈছে। নতুন দিল্লীত আজি আন্তঃৰাষ্ট্ৰীয় মূল্য সন্মিলন ২০২৫ত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নিতিন গাড...

September 15, 2025 8:43 PM

views 23

ব্যক্তিগত কোম্পানীৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে আজি দেশৰ ষ্টাৰ্ট আপ খণ্ডৰ বিকাশৰ বাবে এটা ব্যক্তিগত কোম্পানীৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। বিশেষকৈ বিত্তীয় সেৱাত নতুন প্রযুক্তি আৰু আন উদ্ভাসিত প্ৰযুক্তিখণ্ডত ষ্টার্টআপৰ পৰিবেশ গঢ়ি তোলাৰ বাবে এই চুক্তি স্বাক্ষৰ কৰা হৈছে।

September 15, 2025 8:40 PM

views 10

দেশৰ মহানগৰসমূহ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হৈছে : প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে দেশৰ মহানগৰসমূহ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ এটা প্ৰৱন্ধৰ সহাৰি জনাই শ্ৰীমোদীয়ে এইকথা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে এইবুলি উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰৰ অহৰহ প্ৰয়াসৰ ফলত দেশৰ পথসমূহ পৰিষ্কাৰ...

September 15, 2025 8:37 PM

views 31

মাওবাদীৰ বিৰুদ্ধে অভিযান চলাই ব্যাপক সফলতা লাভ কৰিছে : গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি কৈছে যে ঝাৰখণ্ডৰ হাজাৰিবাগত ঝাৰখণ্ড আৰক্ষী আৰু চি আৰ পি এফৰ কোৱা বেটেলিয়নৰ এটা যুটীয়া দলে মাওবাদীৰ বিৰুদ্ধে অভিযান চলাই ব্যাপক সফলতা লাভ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে, এই অভিযানত দুধৰ্ষ মাওবাদীৰ কমাণ্ডাৰ সহদেৱ চোৰেণ নিহত হৈছে। এই অভিযানত...