September 21, 2025 9:16 PM

views 43

বিটিচি নিৰ্বাচনত কৰ্তব্যৰত কাজলগাওঁত অসম আৰক্ষীৰ এজন জোৱানৰ আকষ্মিকভাৱে মৃত্যু

বিটিচি নিৰ্বাচনত কৰ্তব্য পালন কৰি থকা অৱস্থাতে আজি কাজলগাওঁত অসম আৰক্ষীৰ এজন জোৱানৰ আকষ্মিকভাৱে মৃত্যু হয়। মৃত জোৱানজন অসম আৰক্ষীৰ চতুৰ্থ বেটেলিয়নৰ হাবিলদাৰ ৫৫ বছৰীয়া গোপিকা চক্ৰৱৰ্তী বুলি আমাৰ সংবাদদাতাই জনাইছে। বিটিচি নিৰ্বাচনৰ বাবে চিৰাং জিলাৰ কাজলগাওঁলৈ আহি কালি নিশা তেওঁ অসুস্থ হৈ পৰিছিল। আজ...

September 21, 2025 8:50 PM

views 35

চৰকাৰী কাৰ্যসূচীলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ মৰক্কোত উপস্থিত

চৰকাৰী কাৰ্যসূচীলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ মৰক্কোত উপস্থিত হৈছে। দেশখনৰ প্ৰতিৰক্ষা মন্ত্রী আব্দেলতিফ লৌদিয়িৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। দক্ষিণ আফ্ৰিকাৰ দেশখনলৈ ভাৰতৰ প্ৰথমগৰাকী প্ৰতিৰক্ষা মন্ত্ৰীৰ ভ্ৰমণ হিচাপে বিবেচিত শ্রীসিঙৰ এই ভ্রমণসূচীয়ে দুয়োখন দেশৰ মাজৰ পাৰস্পৰিক সহযোগিতা...

September 21, 2025 8:15 PM

views 39

আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱসে সদভাৱ, ন্যায় আৰু মিলা প্ৰীতি অধিক শক্তিশালী কৰাৰ বাবে সকলোকে অনুপ্ৰেৰণা যোগাব বুলি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ আশা প্ৰকাশ

আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱস উপলক্ষে এখন শান্তিপূর্ণ বিশ্ব গঢ়াৰ ক্ষেত্ৰত সকলোৰে সমান দায়িত্ব আছে বুলি আজি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই দোহাৰে। এই দিৱসে সদভাৱ, ন্যায় আৰু মিলা প্ৰীতি অধিক শক্তিশালী কৰাৰ বাবে সকলোকে অনুপ্ৰেৰণা যোগাব বুলি শ্ৰীৰিঅ'ই আশা প্ৰকাশ কৰে। উপ- মুখ্যমন্ত্রী ৱাই পেনেও শান...

September 21, 2025 8:10 PM

views 14

চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত ভাৰতীয় যুটীৰ পৰাজয়

চীনৰ ছেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত আজি ভাৰতৰ স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটী পৰাস্ত হয়। শীর্ষ বাছনিৰ বিশ্ব চেম্পিয়ন দক্ষিণ কোৰিয়াৰ কিম ৱন হো আৰু চিউ চিউং জেৰ হাতত ভাৰতীয় যুটীটো ২১-১৯, ২১-১৫ ফলাফলত পৰাস্ত হয়। ছেমি ফাইনেলত অষ্টম বা...

September 21, 2025 8:05 PM

views 60

নৱৰাত্ৰি উপলক্ষে জম্মু-কাশ্মীৰৰ শ্ৰীমাতা বৈষ্ণোদেৱী মন্দিৰ ৰং-বিৰঙী আলোকসজ্জা আৰু ফুলেৰে সজাই পৰাই তোলা হৈছে

কাইলৈৰ পৰা উদযাপন হ'বলগীয়া নৱৰাত্ৰি উপলক্ষে জম্মু-কাশ্মীৰৰ কাষ্ট্ৰা নগৰী আৰু ত্ৰিকূট পাহাৰত থকা শ্ৰীমাতা বৈষ্ণোদেৱী মন্দিৰ, লাখ লাখ ভক্তক আদৰাৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি ভক্ত সকলৰ সুবিধাৰ্থে তথা তীর্থযাত্ৰীসকলৰ আধ্যাত্মিক যাত্ৰাৰ অভিজ্ঞতা সূচল আৰু মধ...

September 21, 2025 8:01 PM

views 32

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাইলৈৰ পৰা ছদিনীয়াকৈ নতুন দিল্লীত ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা কাৰ্যবাহী সামৰ্থ বিকাশ কাৰ্যসূচীৰ আয়োজন

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে বিদেশ মন্ত্ৰ্যালয়ৰ সহযোগত কাইলৈৰ পৰা ছদিনীয়াকৈ নতুন দিল্লীত ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা কাৰ্যবাহী সামৰ্থ বিকাশ কাৰ্যসূচীৰ আয়োজন কৰিছে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই কাৰ্যসূচীৰ জৰিয়তে মানৱ অধিকাৰৰ বিভিন্ন দিশ তথা আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ বিষয়ে জনোৱা...

September 21, 2025 7:55 PM

views 27

এজন ব্যক্তিয়ে যদি দিব্যাংগসকলৰ প্ৰতি সেৱা আগবঢ়াই তেন্তে তেওঁৰ কামে আন বহুতকে এনে মহান কাম কৰিবলৈও অনুপ্ৰেৰণা যোগাব বুলি গৃহমন্ত্রী অমিত শ্বাহৰ মন্তব্য

এজন ব্যক্তিয়ে যদি নিজৰ জীৱনটো মানৱ সেৱা বিশেষকৈ দিব্যাংগসকলৰ প্ৰতি সেৱা আগবঢ়াই তেন্তে তেওঁৰ কামে আন বহুতকে অনুপ্ৰেৰণা যোগোৱাই নহয় বৰঞ্চ এনে মহান কাম কৰিবলৈও বহুতক অনুপ্ৰেৰণা যোগাই বুলি গৃহমন্ত্রী অমিত শ্বাহে মন্তব্য কৰে। ৰাজস্থানৰ যোধপুৰত শ্ৰী পাৰ্চমল বহৰা মহাবিদ্যালয়ৰ এটা নতুন ভৱনৰ আধাৰশিলা স্থ...

September 21, 2025 7:33 PM

views 29

আজি মহালয়া

আজি মহালয়া। মহালয়াৰ পৱিত্ৰ ক্ষণত দেৱী দুৰ্গাৰ ধৰালৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগে লগেই পিতৃ পক্ষৰ সমাপ্তি ঘটি দেৱী পক্ষৰ সূচনা হয়। কাইলৈ নৱৰাত্ৰিৰ প্ৰথম দিনটোত দেৱীক শৈল্যপুত্ৰীৰ ৰূপত পূজা দি শাৰদীয় দুর্গা পূজাৰ আধ্যাত্মিক পৰ্বসমূহো আৰম্ভ হ'ব। এইবাৰ দেৱীয়ে হস্তীত আগমন কৰিব আৰু ঘোঁৰাৰ...

September 21, 2025 7:28 PM

views 50

জনতাৰ শিল্পী জুবিন গাৰ্গক দেশ তথা ৰাজ্যৰ বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন

বিৰল প্ৰতিভাসম্পন্ন শিল্পী, একাধিক প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্যবাসী শোকত ম্রিয়মান হৈ আছে। জুবিন গাৰ্গৰ বিয়োগত আজিও দেশৰ বিভিন্ন প্ৰান্তত অনুৰাগীসকলে তেওঁক শ্রদ্ধা নিবেদন কৰিছে। মুম্বাইত ভালেসংখ্যক শিল্পীয়ে আজি জুবিনক গানেৰে শ্ৰদ্ধা জনায়। কলকাতাতো অসংখ্য শিল্পীয়ে তে...

September 21, 2025 7:16 PM

views 26

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ৰাজ্যৰ অনুৰাগীসকলৰ অভূতপূৰ্ব ৰূপত শ্রদ্ধা জ্ঞাপন

অন্তিম শয়নত ঢলি পৰা গীতৰ জ্যোতিষ্ক, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আজি ৰাজ্যৰ অনুৰাগীসকলে অভূতপূৰ্ব ৰূপত শ্রদ্ধা জ্ঞাপন কৰে। ৰাজ্যৰ সংগীত ক্ষেত্ৰত সুবৃহৎ ক্ষতৰ সৃষ্টি কৰি আকষ্মিকভাৱে আঁতৰি যোৱা জনতাৰ শিল্পী জুবিন গাৰ্গক অন্তিম বাৰৰ বাবে আজি পুৱা প্ৰায় চাৰে ৬ বজাত অসমভূমিলৈ লৈ অহাৰ পাছত অভূতপূৰ্ব জনসমা...