December 11, 2025 12:08 PM December 11, 2025 12:08 PM

views 4

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে শীঘ্রেই নতুন বিজ্ঞাপন প্রকাশ শিক্ষা বিভাগৰ

ৰাজ্যৰ শিক্ষা বিভাগে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে শীঘ্রেই নতুন বিজ্ঞাপন প্রকাশ কৰিব। ইয়াৰ বাবে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত খালী হৈ থকা স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ সবিশেষ তালিকা দাখিলৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে প্রতিখন জিলাৰ বিদ্যালয় পৰিদৰ্শকসকলক নির্দেশ দিছে। ২০২৬ চ...

December 11, 2025 12:05 PM December 11, 2025 12:05 PM

views 3

অচিনাকী মানুহক মাটি বিক্রী কৰিলে জাতিটোৰ ভৱিষ্যত পংগু হৈ পৰিব বুলি মুখ্যমন্ত্রীৰ ৰাজ্যবাসীক সতর্কবাণী

অচিনাকী মানুহক মাটি বিক্রী কৰিলে জাতিটোৰ ভৱিষ্যত পংগু হৈ পৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যবাসীক সতর্কবাণী শুনাইছে। জাতিটোক জীয়াই ৰাখিবলৈ নিৰন্তৰ সংগ্রাম কৰি যাব লাগিব বুলি উল্লেখ কৰি আর্থিক অসুবিধা হ'লেও অচিনাকী মানুহক মাটি বিক্রী নকৰিবলৈ আৰু ব্যৱসায়, উদ্যোগ আদিত অচিনাকী মানুহক নিয়...

December 11, 2025 12:02 PM December 11, 2025 12:02 PM

views 15

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কাইলৈ আদালতত অভিযোগনামা দাখিল

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কাইলৈ আদালতত অভিযোগনামা দাখিল কৰিব। অভিযোগনামা দাখিলব নির্ধাৰিত সময়সীমা ১৮ ডিচেম্বৰত উকলি যাব যদিও ছদিন পূর্বেই অভিযোগনামা দাখিল কৰা হ'ব। বিশেষ তদন্তকাৰী গোটৰ মুৰব্ববী তথা বিশেষ সঞ্চালক প্রধ...

December 11, 2025 12:01 PM December 11, 2025 12:01 PM

views 3

প্রধানমন্ত্রীৰ সমাগত অসম ভ্রমণ সন্দর্ভত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীর্ষ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সমাগত অসম ভ্রমণ সন্দর্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি ডিব্ৰুগড়ত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্রী, বিধায়ক তথা শীর্ষ বিষয়াৰ সৈতে যাৱতীয় প্রস্তুতি সন্দৰ্ভত আলোচনাত মিলিত হয়। ড° শর্মাই লগতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা ২১ ডিচেম্বৰত নামৰূপত অংশ ল'বলগীয়া জনসভা...

December 11, 2025 11:55 AM December 11, 2025 11:55 AM

views 9

আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ আন্তঃৰাষ্ট্রীয় ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ আন্তঃৰাষ্ট্রীয় ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি নিউ চণ্ডীগড়ৰ মুল্লানপুৰত থকা মহাৰাজা যাদবিন্দ্ৰ সিং আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। এয়া হ'ব মুল্লানপুৰত পুৰুষৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্রিক...

December 11, 2025 11:54 AM December 11, 2025 11:54 AM

views 6

যক্ষ্মা মুক্ত ভাৰত গঢ়ি তুলিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত গুজৰাটৰ সাংসদসকলৰ সৈতে জগত প্রসাদ নাড্ডাৰ বাৰ্তালাপ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জগত প্রসাদ নাড্ডাই কালি যক্ষ্মা মুক্ত ভাৰত গঢ়ি তুলিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত গুজৰাটৰ সাংসদসকলৰ সৈতে বাৰ্তালাপ কৰে। সকলো স্তৰৰ লোকৰ অংশগ্রহণ, বিভিন্ন পদক্ষেপৰ সম্প্ৰসাৰণ আৰু সেই সমূহৰ অনুসৰণে যক্ষ্মা ৰোগৰ বিৰুদ্ধে দেশৰ যুঁজ কিদৰে তৃৰান্বিত কৰি...

December 11, 2025 11:51 AM December 11, 2025 11:51 AM

views 8

ইণ্ডিগ’ৰ কৰ্পৰেট কাৰ্যালয়ত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ বিশেষ তদাৰকী গোট গঠন

বিমান বাতিল আৰু বিমান উৰণত বিলম্ব হোৱাক কেন্দ্ৰ কৰি গুৰুগ্ৰামৰ ইণ্ডিগ'ৰ কৰ্পৰেট কাৰ্যালয়ত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিশেষ তদাৰকী গোট গঠন কৰিছে। সঞ্চালকালয়ে ঘোষণা কৰে, যে এই পদক্ষেপৰ লক্ষ্য হৈছে বিমান উৰণত বিলম্ব আৰু বাতিলৰ ফলত যাত্রীসকলে সম্মুখীন হোৱা অসুবিধা দূৰ কৰা। উপ-মুখ্য বিমান পৰিচালন প...

December 11, 2025 11:40 AM December 11, 2025 11:40 AM

views 4

প্রধানমন্ত্রীৰ বিদেশ ভ্রমণ সন্দৰ্ভত কংগ্ৰেছে কৰাৰ মন্তব্যৰ সমালোচনা ভাৰতীয় জনতা পার্টিৰ

ভাৰতীয় জনতা পার্টিয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্রমণ সন্দৰ্ভত কংগ্ৰেছে কৰাৰ মন্তব্যৰ সমালোচনা কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কংগ্ৰেছৰ মন্তব্যক নিন্দনীয় বুলি অভিহিত কৰি কয়, যে শ্রীমোদীয়ে চৰকাৰী ভ্রমণসূচী আৰু দেশৰ কামতহে বিদেশলৈ যায়। কংগ্...

December 11, 2025 11:38 AM December 11, 2025 11:38 AM

views 3

ৰাজ্যসভাত আজি ৰাষ্ট্রীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ সংখ্যক বার্ষিকী সন্দর্ভত আলোচনা

ৰাজ্যসভাত আজি ৰাষ্ট্রীয় গীত 'বন্দে মাতৰম'ৰ ১৫০ সংখ্যক বার্ষিকী সন্দর্ভত অধিক আলোচনা কৰা হ'ব। কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাৰ ভাষণেৰে এই আলোচনাৰ সমাপ্তি ঘটিব। ইয়াৰ পাছত নির্বাচনী সংস্কাৰ সন্দৰ্ভত ৰাজ্যসভাত আলোচনা অনুষ্ঠিত হ'ব।

December 11, 2025 11:34 AM December 11, 2025 11:34 AM

views 5

ভাৰতীয় ৰে’লৱেই ৬০ হাজাৰ কোটিৰো অধিক ধন ৰাজসাহায্য হিচাপে প্ৰদান কৰিছে বুলি অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

ভাৰতীয় ৰে'লৱেই ২০২৩ ২৪ বিত্তীয় বর্ষত যাত্রীসকলৰ যাত্রা সুলভ কৰি ৰাখিবলৈ ৬০ হাজাৰ কোটিৰো অধিক ধন ৰাজসাহায্য হিচাপে প্ৰদান কৰিছে। লোকসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্রীয় ৰে'ল মন্ত্রী অশ্বিনী বৈষ্ণৱে কালি এই তথ্য প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে যাত্ৰাৰ মুঠ খৰচৰ ৪৫ শতাংশ যাত্ৰীসকলে ৰাজ সাহায্য হি...