October 9, 2025 8:50 PM

views 13

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় জৈৱ কীটনাশক সন্মিলন

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় জৈৱ কীটনাশক সন্মিলন অনুষ্ঠিত হৈছে। মহাৰাষ্ট্ৰৰ এগ্রিকালচাৰেল মাইক্ৰ'অৰ্গেনিজিম মেন্যুফেকচাৰাৰ্ছ এণ্ড ফার্মাৰ্ছ এছোচিয়েচন আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হৈছে। এই উপলক্ষে বিশ্ববিদ্যালয়খনৰ মাধৱ চন্দ্ৰ দাস সোঁৱ...

October 9, 2025 7:44 PM

views 172

নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান এটা আৰম্ভণিঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত এটা আৰম্ভণি বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে আত্মসহায়ক গোটৰ সদস্যা সকলক লাখপতি বাইদেউলৈ উন্নীত কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ধেমাজি জিলাৰ চিমেন চাপৰিত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যম...

October 9, 2025 6:30 PM

views 38

অসম আৰক্ষীৰ বিভিন্ন পদৰ পৰীক্ষাৰ চূড়ান্ত ফলাফল কাইলৈ ঘোষণা

অসম আৰক্ষীৰ বিভিন্ন পদৰ পৰীক্ষাৰ চূড়ান্ত ফলাফলসমূহো কাইলৈ ঘোষণা কৰা হ'ব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডৰ www.slprbassam.in ৱেবছাইটত কাইলৈ পুৱা চাৰে ১১ বজাত ফলাফলসমূহ উপলব্ধ হ'ব। কাইলৈ অসম আৰক্ষীৰ ১৪৪টা উপ-পৰিদৰ্শক পদ, অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ ৭টা উপপৰিদৰ্শক পদ, অসম কামাণ্ডো বেটলিয়নৰ ৫১টা ...

October 9, 2025 6:16 PM

views 46

প্ৰাক্তন ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ বিজেপি ত্যাগ

প্ৰাক্তন ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে আজি বিজেপিৰ সদস্য পদৰ পৰা পদত্যাগ কৰে। শ্ৰীগোহাঁয়ে গুৱাহাটীৰ বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াক তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। দলত্যাগৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীগোহাঁয়ে কয়, যে অটল বিহাৰী বাজপেয়ী, মূৰলী ম...

October 9, 2025 6:13 PM

views 23

বৰপেটা জিলাত জল জীৱন অভিযানৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা বৈঠক

জল জীৱন অভিযানৰ জৰিয়তে বৰপেটা জিলাত যোগান ধৰি অহা পানীৰ গুণগত মান আৰু ইয়াৰ অন্তৰ্গত আঁচনিবোৰৰ বৰ্তমান অৱস্থা সন্দৰ্ভত উত্থাপিত বহু অভিযোগ সংক্ৰান্তত আজি এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৰপেটাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত জিলা পৰ্যায়ৰ এই সভাত কাৰ্যক্ষম হৈ থকা পানী যোগান প্ৰকল্পবোৰৰ বৰ্তমান...

October 9, 2025 6:11 PM

views 31

আমিনগাঁৱত চলি থকা ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰত ছেমি ফাইনেলত

আমিনগাঁৱত চলি থকা ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি চতুর্থ দিনা ভাৰতে দক্ষিণ কোৰিয়াক হৰুৱাই ছেমি ফাইনেলত প্ৰবেশ কৰে। প্ৰথম ছেটত ভাৰতে ৪৪-৪৫ পইণ্টত দক্ষিণ কোৰিয়াৰ হাতত পৰাস্ত হৈ দ্বিতীয় ছেটত ৪৫-৩০ আৰু তৃতীয় ছেটত ৪৫-৩৩ পইণ্টত ধাৰাবাহিকভাৱে জয়লাভ কৰি ছেমি ফাইনেলত প্ৰবেশ কৰে। ছে...

October 8, 2025 9:26 PM

views 47

অন্ধ্ৰপ্ৰদেশৰ কোনাচিমা জিলাত হোৱা দুৰ্ঘটনাত কেইবাজনো লোকে প্ৰাণ হেৰুওৱা ঘটনাত প্ৰধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

অন্ধ্ৰপ্ৰদেশৰ কোনাচিমা জিলাত হোৱা দুৰ্ঘটনাত কেইবাজনো লোকে প্ৰাণ হেৰুওৱা ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে দুৰ্ঘটনাত আঘাতপ্রাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰে। এনে জটিল সময়ত তেওঁ ঘটনাত ক্ষতিগ্ৰস্ত লোক তথা তেওঁলোকৰ পৰিয়ালৰ সৈতে সহমর্মিতা...

October 8, 2025 9:25 PM

views 51

বিহাৰৰ আসন্ন বিধানসভা নিৰ্বাচনত বয়োজ্যেষ্ঠ, দিব্যাংগ আৰু চাকৰিজীৱি ভোটদাতাসকলক পোষ্টেল বেলট ব্যৱহাৰৰ সুবিধা নির্বাচন আয়োগৰ

নির্বাচন আয়োগে বিহাৰৰ আসন্ন বিধানসভা নিৰ্বাচনত বয়োজ্যেষ্ঠ, দিব্যাংগ আৰু চাকৰিজীৱি ভোটদাতাসকলক পোষ্টেল বেলট ব্যৱহাৰৰ সুবিধা প্ৰদান কৰিব। আয়োগে ৮৫ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভোটদাতাসকলে পোষ্টেল বেলটযোগে ভোটদান কৰিব পাৰিব বুলি অধিসূচনা জাৰি কৰিছে। আয়োগে এটা বিবৃতিযোগে কৈছে যে এনে ভোটদাতা...

October 8, 2025 9:23 PM

views 20

ভাৰতক সামাজিক ক্ষেত্ৰৰ উল্লেখনীয় সাফল্য বঁটা ২০২৫ৰে সন্মান আন্তঃৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা সংস্থাৰ

আন্তঃৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা সংস্থাই ভাৰতক সামাজিক ক্ষেত্ৰৰ উল্লেখনীয় সাফল্য বঁটা ২০২৫ৰে সন্মানিত কৰিছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মণ্ডাভিয়াই আজি নতুন দিল্লীত এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ সামাজিক সুৰক্ষা সামৰি লোৱা লোকৰ ...

October 8, 2025 9:21 PM

views 33

ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তিক ইউৰোপীয় সংঘ ত্যাগৰ পিছত ব্ৰিটেইনে স্বাক্ষৰ কৰা সৰ্ববৃহৎ চুক্তি বুলি অভিহিত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰাৰ

প্ৰথমবাৰৰ বাবে দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰাৰে ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তিক ইউৰোপীয় সংঘ ত্যাগ কৰাৰ পিছত ব্ৰিটেইনে স্বাক্ষৰ কৰা সৰ্ববৃহৎ চুক্তি বুলি অভিহিত কৰিছে। ভ্ৰমণৰ আজি প্রথম দিনা মুম্বাইত উদ্যোগপতিসকলক উদ্দেশ্যি দিয়া ভাষণত ব্ৰিটেইনৰ প্ৰধানমন...