October 14, 2025 11:17 AM

views 52

ঝুমই বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক বৃহস্পতিবাৰে সম্বৰ্ধনা

● ৰাজ্য চৰকাৰে যোৱা এপ্ৰিলত অনুষ্ঠিত কৰা ঝুমই বিনন্দিনী শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক পৰহিলৈ সম্বৰ্ধনা জনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে চৰকাৰে সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা চাহ জনগোষ্...

October 14, 2025 11:14 AM

views 33

বি টি আৰৰ জিলা কেইখনৰ আয়ুক্তসকলৰ ক্ষমতা সন্দৰ্ভত ২০২১ বৰ্ষত জাৰি কৰা অধিসূচনা প্ৰত্যাহাৰ

● ৰাজ্য চৰকাৰে বি টি আৰৰ জিলা কেইখনৰ আয়ুক্তসকলৰ ক্ষমতা সন্দৰ্ভত ২০২১ চনত জাৰি কৰা অধিসূচনা প্ৰত্যাহাৰ কৰিছে। এই অধিসূচনা অনুসৰি বি টি আৰৰ জিলাকেইখনৰ আয়ুক্তসকলৰ উন্নয়নমূলক কামকাজৰ ক্ষেত্ৰত ক্ষমতা আংশিকভাৱে বি টি চি প্ৰশাসনৰ নিয়ন্ত্ৰণত আছে। ২০২১ চনৰ ১৯ জানুৱাৰীৰ অধিসূচনা প্রত্যাহাৰ কৰি ৰাজ্য চৰকাৰ...

October 14, 2025 11:11 AM

views 42

বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে নৱ-নির্বাচিত ১২ জন পাৰিষদৰ আজি শপত গ্ৰহণ

বি টি চিৰ কাৰ্যবাহী সদস্য হিচাপে আজি নৱ-নির্বাচিত ১২ জন পাৰিষদে শপত গ্ৰহণ কৰিব। আজি দিনৰ ১১ বজাৰ পৰা বি টি চি বিধানসভা পৰিষদৰ সভাকক্ষত এই শপত গ্রহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মুকেশ চাহুৱে নৱ-নিৰ্বাচিত কার্যবাহী সদস্যসকলক গোপনীয়তাৰ শপত বাক্য পাঠ কৰাব কাৰ্যবাহী সদস্য হিচা...

October 14, 2025 11:08 AM

views 36

জুবিন গাৰ্গৰ অন্তিম সময়ৰ মোবাইলত আবদ্ধ দৃশ্যসমূহ পুনৰ উদ্ধাৰ এছ আই টিৰ

● ছিংগাপুৰৰ সমুদ্ৰত জুবিন গাৰ্গৰ অন্তিম সময়ৰ মোবাইলত আবদ্ধ কৰা দৃশ্যসমূহ এছ আই টিয়ে পুনৰ উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। অভিযুক্ত অমৃত প্রভা মহন্তই মচি পেলোৱাৰ পাছত অসম আৰক্ষীৰ তথ্য প্রযুক্তি বিশেষজ্ঞই এই ভিডিঅ'সমূহ উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। মৰমী দাসৰ নেতৃত্বত এছ আই টিৰ এটা দল কালি জুবিন গাৰ্গৰ কাহিলীপাৰ...

October 13, 2025 8:54 PM

views 46

বৰপেটা ৰোড ৰে’ল ষ্টেচনত বন বিভাগৰ দলৰ অভিযানত উজনিমুৱা বাংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ বৃহৎ পৰিমাণৰ ছাল আৰু অংগ জব্দ

বন বিভাগৰ দলে আজি বৰপেটা ৰোড ৰে'ল ষ্টেচনত অভিযান চলাই দুপৰীয়া উজনিমুৱা বাংগালুৰু- গুৱাহাটী এক্সপ্ৰেছ ৰে'লৰ পৰা বনৰৌৰ বৃহৎ পৰিমাণৰ ছাল আৰু অংগ জব্দ কৰে। আঠখন মোনাত ভৰাই অনা এই সামগ্ৰীসমূহৰ ওজন প্রায় ২০০ কিলোগ্রাম বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। এই ঘটনাত জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাসহ চেন্নাই...

October 13, 2025 8:53 PM

views 34

গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ সম্প্ৰসাৰিত স্থানৰ চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ উচ্ছেদ অভিযানৰ প্ৰস্তুতি

দৰং জিলা প্ৰশাসনে ছিপাঝাৰ গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ সম্প্ৰসাৰিত স্থানৰ চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ উচ্ছেদ অভিযানৰ প্ৰস্তুতি চলাইছে। দৰং জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে জানিবলৈ দিয়া মতে অঞ্চলটোৰ তিনি নম্বৰ ধলপুৰ গাঁৱৰ ২৫০ বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰাৰ বাবে পৰহিলৈ উচ্ছেদ অভিযান চলোৱাৰ বাবে গু...

October 13, 2025 8:50 PM

views 40

বাৰেৰহণীয়া কাৰ্যসূচীৰে আজি ৩৭ সংখ্যক মৰিগাঁও জিলা দিৱস উদযাপন

বাৰেৰহণীয়া কাৰ্যসূচীৰে আজি ৩৭ সংখ্যক মৰিগাঁও জিলা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে মৰিগাঁও জিলাৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ প্ৰতিফলনৰ লগতে অসমৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত আয়োজিত আজিৰ কাৰ্যসূচীত বিধায়ক ৰমাকান্ত দেউৰী, আছিদ মহম্মদ নাজৰ, জিলা আয়ুক্ত অনামিকা...

October 13, 2025 8:48 PM

views 35

সমগ্ৰ ৰাজ্যজুৰি শুশ্রূষা সেঁতু শীৰ্ষক ৰাজ্য চৰকাৰৰ বিধানসভা সমষ্টি ভিত্তিক স্বাস্থ্য শিবিৰ মুকলি কৰি চিকিৎসা সেৱা প্ৰদান

ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যজুৰি শুশ্রূষা সেঁতু শীৰ্ষক বিধানসভা সমষ্টি ভিত্তিক স্বাস্থ্য শিবিৰ মুকলি কৰি চিকিৎসা সেৱা প্ৰদান কৰিছে। কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত এই শিবিৰ অনুষ্ঠিত হ'ব। শিবিৰসমূহত ১৮ বছৰৰ তলৰ ল'ৰা-ছোৱালীৰ প্ৰাথমিক পৰ্যায়ত ৰোগ নিৰ্ণয় আৰু বিনামূলীয়া চিকিৎসা তথা পৰামৰ্শ প্ৰ...

October 13, 2025 8:41 PM

views 60

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত ভাৰতৰ বাবে ১২১ ৰাণৰ লক্ষ্য

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত জয়ৰ বাবে প্ৰয়োজনীয় ১২১ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে নিজৰ দ্বিতীয় ইনিংছত আজি চতুর্থ দিনৰ খেল শেষ হোৱাৰ পৰলৈকে এটা উইকেটৰ বিনিময়ত ৬৩ ৰাণ সংগ্ৰহ কৰিছে। চতুর্থ দিনৰ খেলৰ অন্তত কে এল ৰাহুল ২৫ আৰু সাই সূদৰ্শন ৩০ ৰানত অপৰাজ...

October 13, 2025 8:38 PM

views 16

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ কার্ডিঅ’ পালমনেৰী ৰিচাচিটেশ্বন চমুকৈ চিপিআৰ সজাগতা সপ্তাহ মুকলি

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে আজি কার্ডিঅ' পালমনেৰী ৰিচাচিটেশ্বন চমুকৈ চিপিআৰ সজাগতা সপ্তাহ মুকলি কৰিছে। অহা ১৭ অক্টোবৰত এই সজাগতা সপ্তাহৰ সামৰণি পৰিব। চিপিআৰ সজাগতা সপ্তাহ মুকলি কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিব পূন্যসলিলা শ্রীবাস্তৱে জনসাধাৰণৰ মাজত চিপিআৰ প্ৰয়োগ সামর্থ গঢ়ি তোলাৰ ওপৰত গুৰু...