October 16, 2025 8:38 PM

views 18

টিএমপিকেৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

মিচিং জনগোষ্ঠীৰ লোকসকলৰ শৈক্ষিক তথা সামাজিক উত্তৰণৰ লক্ষ্যৰে প্ৰতিষ্ঠা লাভ কৰা ছাত্ৰ সংগঠন টিএমপিকেৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি জনগোষ্ঠীটোৰ বসতিপ্রধান বিভিন্ন অঞ্চলত উদযাপন কৰা হয়। গোলাঘাট জিলাৰ বোকাখাট সমষ্টিৰ পাণবাৰী গ্ৰাম্য ক্রীড়া সংস্থাৰ খেলপথাৰত এই দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত...

October 16, 2025 8:36 PM

views 22

অসম-মেঘালয় সীমান্তত সংঘৰ্ষত নিহত অৰিৱেল তিমুৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা

পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনে যোৱা ৯ অক্টোবৰত অসম-মেঘালয় সীমান্তৰ তাপাতত সংঘটিত সংঘৰ্ষত নিহত অৰিৱেল তিমুৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। পশ্চিম কাৰ্বি আংলঙৰ অতিৰিক্ত জিলা দণ্ডাধীশ হিমাদ্ৰী শেখৰ বৰদলৈয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি, কাইলৈ খান্দুলিস্থিত সীমান্ত পহৰাচকীত এই সন্দৰ্ভত শুনান...

October 16, 2025 8:33 PM

views 35

ৰাজ্যৰ ১১টা বিধানসভা সমষ্টিত বৃহৎ স্বাস্থ্য শিবিৰ মুকলি

অসম চৰকাৰে ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিক সামৰি ৰূপায়ণ কৰা শুশ্রূষা সেতু শীৰ্ষক কাৰ্যসূচীৰ অধীনত আজি ৰাজ্যৰ ১১টা বিধানসভা সমষ্টিত বৃহৎ স্বাস্থ্য শিবিৰ মুকলি কৰা হয় ৷ হোজাই জিলাৰ লংকা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি লামডিং বিধানসভা সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত বিশেষজ্ঞ চিক...

October 16, 2025 8:29 PM

views 19

খানাপাৰাত ঝুমইৰ বিনন্দিনীৰ শিল্পী, প্ৰশিক্ষক, বিশেষজ্ঞ সমিতিৰ সদস্যক প্ৰশংসা-পত্র আৰু মাননি প্ৰদান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণকাৰী শিল্পী, প্ৰশিক্ষক আৰু বিশেষজ্ঞ সমিতিৰ সদস্যসকলক প্ৰশংসা-পত্র আৰু মাননী প্ৰদান কৰে। এই শিল্পীসকলে যোৱা ২৪ ফেব্ৰুৱাৰীত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত ...

October 16, 2025 8:22 PM

views 25

শিল্পী জুবিন গাৰ্গৰ স্থায়ী সমাধি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপ

ৰাজ্য চৰকাৰে শিল্পী জুবিন গাৰ্গৰ স্থায়ী সমাধি নিৰ্মাণৰ বাবে পদক্ষেপ লৈছে। লোকনির্মাণ বিভাগক সমাধি প্রকল্প নিৰ্মাণৰ দায়িত্ব অর্পণ কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। এখন বিশেষ সমিতিয়ে সম...

October 16, 2025 8:15 PM

views 29

ভাৰত ৰাষ্ট্ৰসংঘৰ ভূস্থানিক তথ্য ব্যৱস্থাপনা আঞ্চলিক কমিটীৰ সহ অধ্যক্ষ হিচাপে নির্বাচিত

ভাৰত এছিয়া প্রশান্ত সাগৰীয় মহাসাগৰৰ বাবে থকা ৰাষ্ট্ৰসংঘৰ ভূস্থানিক তথ্য ব্যৱস্থাপনা আঞ্চলিক কমিটীৰ সহ অধ্যক্ষ হিচাপে নির্বাচিত হৈছে। ভাৰত ২০২৮লৈকে এই কমিটীৰ সহ-অধ্যক্ষৰ দায়িত্বত থাকিব। বিজ্ঞান আৰু প্রযুক্তি মন্ত্রালয়ে প্রকাশ কৰিছে যে কমিটীখনৰ সহ-অধ্যক্ষ হিচাপে ভাৰতৰ নির্বাচনে গোলকীয় ভূস্থানিক খণ্ডত ...

October 16, 2025 8:06 PM

views 26

সন্ত্রাসবাদ, অপৰাধ আৰু দুর্নীতিৰ প্ৰতি চৰকাৰে শূণ্য সহনশীলতাৰ নীতি গ্রহণ কৰিছে : অমিত শ্বাহ

চৰকাৰে সন্ত্রাসবাদ, অপৰাধ আৰু দুর্নীতিৰ প্ৰতি শূণ্য সহনশীলতাৰ নীতি গ্রহণ কৰিছে বুলি কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে দোহাৰিছে। নতুন দিল্লীত আজি পলাতক অপৰাধীৰ প্ৰত্যর্পণ প্রত্যাহ্বান আৰু ৰণ কৌশল সম্পর্কীয় এখন সম্মিলন মুকলি কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে সকলো অপৰাধীকে আইন...

October 16, 2025 8:02 PM

views 19

প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্রী শিৱৰাজ সিং চৌহানৰ

কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। গ্রামোন্নয়ন মন্ত্রালয়ে জাৰি কৰা এটা বিবৃতিত এইবুলি কোৱা হৈছে যে বৈঠকত মন্ত্ৰীগৰাকীক প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ ৰাজ্যভিত্তিক অগ্রগতিৰ বিষয়ে অৱগত...

October 16, 2025 7:56 PM

views 18

ভাৰতে আফগান-পাকিস্তানৰ মাজৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে : ৰনধীৰ জয়ছৱাল

ভাৰতে আফগান আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতি সুক্ষ্মভাবে নিৰীক্ষণ কৰি আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে প্রকাশ কৰিছে। নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কতা-বতৰাত মন্ত্রালয়ৰ মুখপাত্র ৰনধীৰ জয়ছৱালে কয় যে শেহতীয়া ঘটনাক্ৰমৰ পৰা পাকিস্তানে সন্ত্রাসবাদী সংগঠনক আশ্রয় দিয়া আৰু সন্ত্রাসবাদী কার্...

October 16, 2025 7:51 PM

views 15

ৰাষ্ট্ৰসংঘৰ অভিযানত অৱদান আগবঢ়োৱা দেশসমূহৰ সেনা মুৰব্বীৰ সন্মিলনত ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰসংঘৰ অভিযানত অৱদান আগবঢ়োৱা দেশসমূহৰ সেনা মুৰব্বীসকলৰ সন্মিলনত ভাগ লোৱা সেনাবাহিনীৰ মুৰব্বী আৰু উপ-মুৰব্বীসকলক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে সন্মিলনত অংশ লোৱা প্রতিনিধিসকলক আদৰণি জনায় আৰু বিশ্বশান্তি তথা সুস্থিৰতা...