December 18, 2025 7:33 PM December 18, 2025 7:33 PM
1
লোকসেৱা ভৱনত ৪৩ গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক মুখ্যমন্ত্রীৰ নিযুক্তি পত্ৰ প্ৰদান
জি আই এছ ভিত্তিক সম্পত্তিৰ মানচিত্ৰকৰণ, ডিজিটেল আত্ম মূল্যায়ন আৰু স্বচ্ছ ব্যৱস্থাৰ জৰিয়তে বৰ্তমান পৌৰ নিগম আৰু নিকায়সমূহৰ ৰাজহ ৩০ শতাংশ বৃদ্ধি হৈছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। দিছপুৰৰ লোকসেৱা ভৱনৰ চৌহদত আজি গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ৪৩ গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক...