January 17, 2026 12:41 PM

views 19

বতৰৰ বতৰা-

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল পুৱাৰ ভাগত ঘন কুঁৱলীয়ে আৱৰি ৰাখিব। পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৭ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৩ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগ...

January 17, 2026 12:39 PM

views 13

যোৰহাটৰ তৰাজান নিবাসী সৰবৰহী মহিলা মৃণালিনী গোস্বামীৰ দেহাৱসান

যোৰহাটৰ তৰাজান নিবাসী সৰবৰহী মহিলা মৃণালিনী গোস্বামীৰ যোৱা নিশা বাৰ্দ্ধক্যজনিক ৰোগত নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান কার্যবাহী সঞ্জয় গোস্বামী মাতৃ মৃণালিনী গোস্বামীৰ তৰাজান পূজা মন্দিৰ আৰু তৰাজান হস্তশিল্প অনুষ্ঠানৰ সৈতে জড়িত...

January 17, 2026 12:36 PM

views 20

মাজুলীত সোমবাৰে জাপানীজ এনকেফেলাইটিছৰ ছিটা প্ৰদান অভিযান আৰম্ভ

মাজুলীত পৰহিলৈ জাপানীজ এনকেফেলাইটিছৰ ছিটা প্ৰদান অভিযান আৰম্ভ হ'ব। ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ সকলো প্ৰাপ্তবয়স্ক লোকক সামৰি ল'বলগীয়া এই কাৰ্য্যসূচী ২১ দিন ধৰি চলিব। এই প্রতিষেধক প্রদান কাৰ্য্যসূচী সম্পূর্ণ বিনামূলীয়া, নিৰাপদ আৰু ফলপ্ৰসূ হোৱাৰ লগতে ই দীৰ্ঘকালীন সুৰক্ষা প্ৰদান কৰিব। জিলা স্বাস্থ্য আৰু...

January 17, 2026 12:34 PM

views 22

যোৰহাট সাহিত্য মঞ্চই যোৰহাট সাহিত্য উৎসৱৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে প্ৰদান কৰা সাহিত্য বঁটাসমূহ ঘোষণা

যোৰহাট সাহিত্য মঞ্চই যোৰহাট সাহিত্য উৎসৱৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে প্ৰদান কৰা সাহিত্য বঁটাসমূহ ঘোষণা কৰিছে। বিশিষ্ট বিজ্ঞান লেখক, গল্পকাৰ, শিশু সাহিত্যিক,ঔপন্যাসিক অনন্ত কুমাৰ শৰ্মালৈ এইবছৰৰ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে। হস্ততাঁত বস্ত্রশিল্প আৰু ৰেচম বিভাগৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত বিশিষ্ট লেখক, শি...

January 17, 2026 12:32 PM

views 18

১৬ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ অধিবেশন

অসম বিধানসভা সচিবালয়ে অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ অধিবেশন অনুষ্ঠিত কৰাৰ অনুমতি বিচাৰি ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰিছে। সেই অনুসৰি ৰাজ্যপালে অনুমতি দিলে চৰকাৰে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিব বুলি বিধানসভা সচিবালয়ৰ এটা সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ...

January 17, 2026 12:28 PM

views 23

নামৰূপৰ গান্ধীময়দানত কালিৰেপৰা এম এল এ কাপ ৩ পইণ্ট জিৰ অনুষ্ঠিত

নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নামৰূপৰ গান্ধীময়দানত কালিৰেপৰা এম এল এ কাপ ৩ পইণ্ট জিৰ অনুষ্ঠিত হৈছে। অসম ক্ৰিকেট সন্থাৰ সভাপতি তথা বিধায়ক তৰংগ গগৈয়ে এই প্ৰতিযোগিতা উদ্বোধন কৰি কয়, যে উৎসাহ আৰু প্ৰতিযোগিতামূলক মনোভাৱেৰে পৰিপূৰ্ণ এই প্রতিযোগিতাই ক্রীড়া প্ৰেমীসকলক আনন্দিত কৰিবলৈ সক্ষম হয়।

January 16, 2026 8:41 PM

views 13

ভাৰতৰ দীপ টেক ষ্টার্ট-আপতন্ত্র দ্রুতভাবে সম্প্ৰসাৰিত হৈছে : মন্ত্রী অশ্বিনী বৈষ্ণৱ

নির্ধাৰিত নীতি আৰু বিত্তীয় সাহায্যৰ বাবে ভাৰতৰ দীপ টেক ষ্টার্ট আপতন্ত্র দ্রুতভাবে সম্প্ৰসাৰিত হৈছে বুলি ইলেকট্রনিকছ আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে প্রকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে বর্তমান দেশৰ ৮০ শতাংশ ষ্টার্ট আপ প্রতিষ্ঠানেই কৃত্রিম বুদ্ধিমত্তা আধাৰিত। তেওঁ লগতে...

January 16, 2026 8:36 PM

views 9

ভাৰতে ইৰাণৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে : বৈদেশিক পৰিক্ৰমা মন্ত্রালয়

ভাৰতে ইৰাণৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ৰ মুখপাত্র বনধীৰ জয়ছৱালে কয় যে ভাৰত ইৰানত বাস কৰা ভাৰতীয় নাগৰিকসকলৰ স্বাৰ্থৰ হকে প্রয়োজনীয় সকলো পদক্ষেপ ল'বলৈ প্রতিশ্রুতিবদ্ধ। তে...

January 16, 2026 8:32 PM

views 17

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে পশ্চিম বংগ আৰু অসম ভ্ৰমণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে পশ্চিম বংগ আৰু অসমলৈ আহিব। ভ্ৰমণৰ প্ৰথম দিনা প্রধানমন্ত্রীয়ে কাইলৈ মালডা ৰে'ল ষ্টেচনৰ পৰা ভার্চুবেল ব্যৱস্থাৰে কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্রথমখন বন্দে ভাৰত শ্লীপাৰ ৰে'লগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰিব। আধুনিক ভাৰতৰ বৰ্ধিত পৰিবহন চা...

January 16, 2026 8:30 PM

views 15

ষ্টার্ট আপ ইণ্ডিয়া অভিযানে ১০ বছৰত বিপ্লৱত পৰিণত হৈছে : প্রধানমন্ত্রী

ষ্টার্ট আপ ইণ্ডিয়া অভিযানে সমগ্র দেশতে নতুন সংস্কৃতিৰ প্ৰৱৰ্তন কৰি মাত্র ১০ বছৰতে বিপ্লৱত পৰিণত হোৱা বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রকাশ কৰিছে। ষ্টার্ট আপ ইন্ডিয়া অভিযানৰ এটা দশক সম্পূর্ণ হোৱা উপলক্ষে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্টার্ট আপ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্রী...