October 29, 2025 11:26 AM

views 46

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া এছ আই টিয়ে প্ৰায় সম্পূৰ্ণ কৰিছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষ তদন্তকাৰী দল এছ আই টিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছে বুলি প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত এইকথা প্ৰকাশ কৰি ড০ শৰ্মাই কয়, যে অতি সোনকালেই অভিযোগনামা আদালতত দাখিল কৰা হ'ব। এছ আই টিয়ে বৰ্তমানলৈকে ৭৫ জন ব্যক্তিৰ জবানবন্দী গ্ৰহণ ...

October 29, 2025 11:22 AM

views 28

বিটিচিলৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ পুঁজি আবণ্টন সুনিশ্চিত কৰাৰ সন্দৰ্ভত অসম মন্ত্ৰীসভা আৰু বিটিচি পৰিষদৰ বৈঠক

দিছপুৰৰ লোকসেৱা ভৱনত কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অসম মন্ত্ৰীসভাৰ কেইবাজনো মন্ত্ৰীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী আৰু পৰিষদৰ অন্যান্য কাৰ্যবাহী সদস্যসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত বিটিচিৰ উন্নয়ন আৰু কল্যাণমূলক বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে পৰ্যালো...

October 28, 2025 8:52 PM

views 43

ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহৰ বাবে আবেদন দাখিলৰ সময়সীমা ৪ নৱেম্বৰলৈ বৃদ্ধি

ৰাষ্ট্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রালয়ে ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহৰ বাবে আবেদন দাখিলৰ সময়সীমা ৪ নৱেম্বৰলৈ বৃদ্ধি কৰিছে। যোগ্য খেলুৱৈ, প্রশিক্ষক আৰু প্রতিষ্ঠানসমূহে www.dbtyas-sports.gov.in পোর্টেলৰ যোগে আবেদন দাখিল কৰিব পাৰিব। ক্রীড়াৰ ক্ষেত্ৰত অতুলনীয় অৱদান আৰু প্ৰদৰ্শনৰ স্বীকৃতিস্বৰূপে বছৰি এই ...

October 28, 2025 8:50 PM

views 45

ভাৰতৰ স্মৃতি মন্ধানাৰ মহিলাৰ এদিনীয়া ক্রিকেটৰ বাচনি তালিকাত শীর্ষ স্থান লাভ

ভাৰতৰ স্মৃতি মন্ধানাই মহিলাৰ এদিনীয়া ক্রিকেটৰ বাচনি তালিকাত শীর্ষ স্থান লাভ কৰিছে। মান্ধানাই ৮২৮ পইন্টেৰে এই কীৰ্তিত্ব অর্জন কৰিছে। মান্ধানা দ্বিতীয় স্থানত থকা অস্ট্রেলিয়াৰ এছলে গার্ডেনাৰতকৈ এশ পইন্ট আগবাঢ়ি আছে। মান্ধানাই আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত নিউজিলেণ্ডৰ বিৰুদ্ধে ১০৯ ...

October 28, 2025 8:49 PM

views 36

এছ জে-১০০ অসামৰিক যাত্রীবাহী বিমান ভাৰতত নিৰ্মাণ কৰাৰ বাবে ৰাছিয়াৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

হিন্দুস্তান এৰ'নাটিকছ লিমিটেডে এছ জে-১০০ অসামৰিক যাত্রীবাহী বিমান ভাৰতত নিৰ্মাণ কৰাৰ বাবে ৰাছিয়াৰ পাবলিক জইন্ট ষ্ট'ক কোম্পানী ইউনাইটেড এয়াৰ ক্রাফট কৰ্পৰেছনৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এক বাৰ্তাযোগে দেশৰ অসামৰিক বিমান পৰিবহন খণ্ডত এক উল্লেখ...

October 28, 2025 8:45 PM

views 40

বায়ু প্ৰদূষণৰ সমস্যা দূৰ কৰাৰ বাবে কৃত্ৰিম বৰষুণৰ সম্পৰীক্ষা আৰম্ভ দিল্লী চৰকাৰৰ

দিল্লী চৰকাৰে মহানগৰখনৰ বায়ু প্ৰদূষণৰ সমস্যা দূৰ কৰাৰ বাবে কৃত্ৰিম বৰষুণৰ সম্পৰীক্ষা আৰম্ভ কৰিছে। দিল্লীৰ পৰিবেশ মন্ত্ৰী মনজিন্দৰ সিং চিলচাই কয় যে ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান কানপুৰৰ নেতৃত্বত পৰীক্ষামূলক প্ৰকল্পৰ অধীনত আজি ৰাষ্ট্ৰীয় ৰাজধানীৰ ওপৰত কৃত্রিমভাৱে মেঘ সৃষ্টি অভিযানৰ বাবে প্ৰযুক্তিব...

October 28, 2025 8:47 PM

views 27

নাগালেণ্ডলৈ ৰাজ্যিক দুর্যোগ সহাৰি পুঁজিৰ দ্বিতীয় কিস্তিৰ ২০ কোটি টকা মোকলাই দিয়াত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বৰ্ষৰ বাবে ৰাজ্যিক দুর্যোগ সহাৰি পুঁজিৰ কেন্দ্ৰীয় অংশৰ দ্বিতীয় কিস্তি হিচাপে নাগালেণ্ডলৈ আগতীয়াকৈ ২০ কোটি টকা মোকলাই দিয়াত অনুমোদন জনাইছে। কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে এই সিদ্ধান্তত অনুমোদন জনায়। কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে জাৰি কৰা এটা বিবৃতিত প্ৰকাশ কৰা মতে, কেন্দ্ৰীয় চৰ...

October 28, 2025 8:39 PM

views 22

মোন্থাৰ সম্ভাব্য প্ৰভাৱৰ বাবে সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ অশ্বিনী বৈষ্ণৱৰ

কেন্দ্রীয় ৰেল মন্ত্রী অশ্বিনী বৈষ্ণবে মোন্থা নামৰ ঘূৰ্ণি বতাহজাকৰ সম্ভাব্য প্ৰভাৱলৈ চাই ৰে’ল বিষয়াসকলক বিশেষকৈ অন্ধ্রপ্রদেশৰ পূৱ উপকূলভাগ, ওড়িশা আৰু তেলেংগানাত প্রয়োজনীয় সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ দিছে। ভিডিতা' কনফাৰেন্সিং ব্যৱস্থাৰে আজি মোন্থা ঘূর্ণিবতাহৰ পৰিপ্ৰেক্ষিতত ৰে’ল বিভাগত প্...

October 28, 2025 8:36 PM

views 52

ভাৰতৰ সৌৰ শক্তি উৎপাদন আৰ্হি বিশ্বৰ আটাইতকৈ সফল আৰ্হিসমূহৰ অন্যতম- প্রহ্লাদ যোশী

 ভাৰতৰ সৌৰ শক্তি উৎপাদন আৰ্হি বিশ্বৰ আটাইতকৈ সফল আৰ্হিসমূহৰ অন্যতম বুলি কেন্দ্রীয় নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত আন্তৰাষ্ট্ৰীয় সৌৰজোটৰ সভাৰ অষ্টম সত্ৰত অংশগ্ৰহণ কৰাৰ সময়ত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় ...

October 28, 2025 8:35 PM

views 126

জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ৰোধ কৰাৰ বাবে তাৎক্ষণিক পদক্ষেপ লোৱাত গুৰুত্ব আৰোপ শ্রীমতী দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ৰোধ কৰাৰ বাবে তাৎক্ষণিক আৰু কঠোৰ পদক্ষেপ লোৱাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁট আই এছ এৰ সভাৰ অষ্টম সত্ৰত মূল ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সমগ্র বিশ্ব এই এই সমস্যাৰ দ্বাৰা প্ৰভাৱিত হৈছে। তেও...