October 31, 2025 11:39 AM

views 49

চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱসত আজি গুজৰাটৰ একতা নগৰৰ পৰা দেশক নেতৃত্ব দিব। শ্রীমোদীয়ে একতাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অর্পণেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। প্ৰতিবছৰে ৩১ অক্টোবৰত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তী উপলক্ষে ৰাষ...

October 30, 2025 9:26 PM

views 28

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চাৰিদিনীয়া ভ্ৰমণ সূচীৰে আজি ভূটানত উপস্থিত হৈছে। মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া মতে বিত্তমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ভূটান আৰু ভাৰতৰ মাজত উমৈহতীয়া বিশ্বাস আৰু অংগীকাৰবদ্ধতাৰে কেইবাটাও চুক্তিত স্বাক্ষৰ কৰা। মন্ত্ৰীগৰাকীৰ নেতৃত্বত যোৱা ভাৰতৰ দলটোৱে প্ৰ...

October 30, 2025 9:25 PM

views 21

আছিয়ান ৰাষ্ট্ৰ আৰু সহযোগী দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সন্মিলন এ ডি এম এম প্লাছত অংশগ্রহণ কৰাৰ উদ্দেশ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং মালয়েছিয়ালৈ ৰাওনা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পহিলা নৱেম্বৰৰ পৰা হ'বলগীয়া আছিয়ান ৰাষ্ট্ৰ আৰু সহযোগী দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সন্মিলন এ ডি এম এম প্লাছত অংশগ্রহণ কৰাৰ উদ্দেশ্যে আজি দুদিনীয়া ভ্রমণসূচীৰে মালয়েছিয়ালৈ ৰাওনা হৈছে। শ্ৰী সিঙে এই ভ্ৰমণৰ সময়ছোৱাত মালয়েছিয়াৰ অধ্যক্ষতাত কাইলৈ আছিয়ানভাৰত প্ৰতিৰক্ষা ...

October 30, 2025 9:24 PM

views 29

নতুন দিল্লীত কাইলৈ প্রধানমন্ত্ৰী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় আৰ্য শীৰ্ষ সন্মিলন-২০২৫ত অংশগ্রহণ কৰিব

প্রধানমন্ত্ৰীয়ে কাইলৈ নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য শীৰ্ষ সন্মিলন-২০২৫ ত অংশগ্রহণ কৰিব। মহর্ষি দয়ানন্দ সৰস্বতীৰ ২০০ বছৰীয়া জয়ন্তী আৰু আৰ্য সমাজৰ সেৱাৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই সন্মিলনৰ আয়োজন কৰা হৈছে। সন্মিলনৰ লগত সংগতি ৰাখি সেৱাৰ স্বৰ্ণিল ডেৰশ বছৰ শীর্ষক এখন প্রদর্শনী অনুষ্...

October 30, 2025 9:23 PM

views 24

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাটত এক ভাৰত শ্রেষ্ঠ ভাৰতৰ প্ৰতীকস্বৰূপে একতাৰ কুচকাৱাজ মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটৰ কেৱড়িয়াত এক ভাৰত শ্রেষ্ঠ ভাৰতৰ প্ৰতীক স্বৰূপে একতাৰ কুচকাৱাজ মুকলি কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰিছে। বিহাৰৰ ৰাজধানী পাটনাত আজি এখন সংবাদ মেলত শ্ৰী শ্বাহে কয়, যে প্ৰতিবছৰে ৩১ অক্টোবৰত একতা নগৰত এই কুচ...

October 30, 2025 9:21 PM

views 51

দেশত প্ৰায় ১০ হাজাৰটা কৃষক উৎপাদক সংস্থা গঠন কৰা হৈছেঃ কেন্দ্ৰীয় কৃষিমন্ত্রী শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে জনাইছে যে, এতিয়ালৈকে দেশত প্ৰায় ১০ হাজাৰটা কৃষক উৎপাদক সংস্থা গঠন কৰা হৈছে আৰু এই সংস্থাসমূহৰ বহুতৰে বছৰি আয়ে ১০০ কোটি টকা চুবলৈ সমৰ্থ হৈছে। নতুন দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত সমাগম ২০২৫ শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকি আজি মন্ত্ৰীগৰাকীয়ে কয়...

October 30, 2025 8:53 PM

views 19

ৰাজ্যত ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ১৭ বছৰ সম্পূৰ্ণ

ৰাজ্যত ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি ১৭ বছৰ সম্পূৰ্ণ হৈছে। এই দিনটোতে গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সংঘটিত বোমা বিস্ফোৰণত ৮০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাৰ উপৰি ৪০০ৰো অধিক লোক আহত হৈছিল। সেই ভয়াৱহ দিনটোৰ স্মৃতি সুঁৱৰি আজি গণেশগুৰিৰ উৰণ সেতুৰ ...

October 30, 2025 8:52 PM

views 37

গহপুৰত হ’বলগীয়া কনকলতা বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱিত স্থান পৰিদৰ্শন জনসংযোগ মন্ত্রী পীযূষ হাজৰিকাৰ

বিশ্বনাথ জিলাৰ গহপুৰৰ ঐতিহ্যমণ্ডিত ভোলাগুৰি চাহ বাগিচাত অহা ৮ নৱেম্বৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আধাৰশিলা স্থাপন কৰিবলগীয়া কনকলতা বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱিত স্থান আজি জনসংযোগ মন্ত্রী পীযূষ হাজৰিকাই পৰিদৰ্শন কৰে। ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কৰ্মস্থলী ভোলাগুৰিত ৭৪০ বিঘা ভূমি সামৰি এই বিশ্ববিদ...

October 30, 2025 8:51 PM

views 20

ৰাজ্যৰ কেইবাখনো জিলাত শুশ্ৰুষা সেতু শীর্ষক বৃহৎ স্বাস্থ্য শিবিৰ

ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিক সামৰি অনুষ্ঠিত শুশ্ৰুষা সেতু শীর্ষক বৃহৎ স্বাস্থ্য শিবিৰ আজি ধেমাজি জিলাৰ জোনাইৰ গান্ধী ময়দান খেলপথাৰত অনুষ্ঠিত হয়। এই শিবিৰত ১৮ তলৰ ৩ হাজাৰৰো অধিক ল'ৰা-ছোৱালীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। জোনাইৰ বিধায়ক ভুৱন পেগুৱে এই শিবিৰত অংশ লৈ ৰাজ্যজুৰি গ্ৰহণ কৰা এই আঁচনিখনৰ বি...

October 30, 2025 8:49 PM

views 21

গুৱাহাটী বিজ্ঞান নগৰী সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তৰ বৈঠক

তথ্য প্রযুক্তি, বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই আজি দিছপুৰত বিজ্ঞান প্রযুক্তি, লোকনিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ, পৰিসৰ, গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্প আৰু ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে গুৱাহাটী ব...