January 18, 2026 12:42 PM

views 20

কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্রাদেশিক চৰকাৰৰ মুৰববী ডেভিদ এৰিৰ সৈতে কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলৰ বৈঠক

কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলে কালি কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্রাদেশিক চৰকাৰৰ মুৰববী ডেভিদ এৰিৰ সৈতে ভাৰত আৰু কানাডাৰ মাজত অর্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে৷ সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্রীগোৱেলে কয়, যে এই বৈঠকত দুয়োখন দেশৰ বাণিজ্য আৰু বিনিয়োগ সহযোগিত...

January 18, 2026 12:37 PM

views 21

ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল আৰু উন্নত ৰাষ্ট্ৰৰূপে গঢ়াৰ দিশৰ পৰা পৰৱৰ্তী দুটা দশক গুৰুত্বপূৰ্ণ হ’ব বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ প্ৰকাশ

ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল আৰু উন্নত ৰাষ্ট্ৰৰূপে গঢ়াৰ দিশৰ পৰা পৰৱৰ্তী দুটা দশক গুৰুত্বপূৰ্ণ হ'ব বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে প্ৰকাশ কৰিছে। তেওঁ কালি উত্তৰাখণ্ডৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি কয়, যে দেশৰ এই যাত্ৰাত ৰাজ্যখনে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে। ৰাজ্যখনৰ নবীকৰণযোগ্য শক্তি, জৈৱিক কৃষি, আয...

January 18, 2026 12:32 PM

views 15

নতুন দিল্লীত আজিৰে পৰা প্ৰধানমন্ত্রী বিশ্বকৰ্মা হাট ২০২৬

নতুন দিল্লীৰ দিল্লী হাটত প্ৰধানমন্ত্রী বিশ্বকৰ্মা আঁচনিৰ অধীনত কাৰুশিল্পী আৰু কাৰিকৰসকলৰ বাবে আয়োজন কৰা সুকীয়া প্ৰদৰ্শনী প্ৰধানমন্ত্রী বিশ্বকৰ্মা হাট ২০২৬ আজিৰে পৰা অনুষ্ঠিত হ'ব। অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্রী জিতেন্দ্র মাঝিয়ে কাৰুশিল্পীসকলৰ উদ্দেশ্যে আয়োজন কৰা এই বিশেষ প্রদর্শন...

January 18, 2026 12:30 PM

views 19

ছত্তিশগড়ৰ বিজাপুৰ জিলাত সুৰক্ষাবাহিনীৰে হোৱা সংঘৰ্ষত নিহত মাওবাদীৰ সংখ্যা ৪লৈ বৃদ্ধি

ছত্তিশগড়ৰ বিজাপুৰ জিলাত সুৰক্ষাবাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত মাওবাদীৰ সংখ্যা ৪লৈ বৃদ্ধি পাইছে। নিহতসকলৰ ভিতৰত এগৰাকী মহিলা সদস্য আছে। সুৰক্ষা বাহিনীয়ে সংঘৰ্ষস্থলীৰ পৰা এটা এ কে 47 সহ দুটা ৰাইফল উদ্ধাৰ কৰিছে। বিজাপুৰৰ আৰক্ষী অধীক্ষক ড° জিতেন্দ্ৰ যাদৱে প্ৰকাশ কৰা মতে, জিলাখনত উত্তৰ-পশ্চিম দিশৰ বনাঞ...

January 18, 2026 12:25 PM

views 41

বিজয় মার্চেণ্ট ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ অসম

অসম আজি ৰাজকোটত হ'বলগীয়া ১৬ বছৰ অনুৰ্ধবৰ বিজয় মার্চেণ্ট ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমে কোৱাৰ্টাৰ ফাইনেলত পঞ্জাৱক ৩ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে।

January 18, 2026 12:19 PM

views 15

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্র্যালয়ে ৰাষ্ট্ৰীয় ঘাইপথসমূহত যাতায়াত অধিক দ্রুত আৰু স্বচ্ছ কৰাৰ বাবে নতুন পদক্ষেপ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্র্যালয়ে ৰাষ্ট্ৰীয় ঘাইপথসমূহত যাতায়াত অধিক দ্রুত আৰু স্বচ্ছ কৰাৰ বাবে নতুন পদক্ষেপ লৈছে। এই অনুসৰি পহিলা এপ্ৰিলৰ পৰা দেশৰ সকলো টোল প্লাজাত নগদ ধনৰ লেন-দেন নিষিদ্ধ কৰা হৈছে। ইয়াৰ পৰিৱৰ্টে টোলটেক্স আদায় দিয়াৰ বাবে ফাষ্টটেগ অথবা ইউ পি আই ব্যৱহাৰ কৰাতো বাধ্যতামূলক কৰা হ...

January 18, 2026 12:14 PM

views 20

১৬ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিবেশন

অসম বিধানসভাৰ বাজেট অধিবেশন অহা ১৬ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। বিধানসভাৰ কাৰ্যক্ৰমণিকা উপদেষ্টা কমিটীয়ে এই অধিবেশন কিমান দিনৰ বাবে অনুষ্ঠিত হ'ব সেয়া নির্ধাৰণ কৰিব। বিধানসভা নির্বাচন মার্চ শেষভাগত বা এপ্ৰিলৰ প্ৰথম ভাগত অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে পূর্ণাংগ...

January 18, 2026 11:45 AM

views 22

অসম আৰু কাশ্মীৰৰ মাজত ভৌগোলিকভাবে ভালেখিনি ব্যৱধান আছে যদিও ৰাজ্য দুখন সাংস্কৃতিকভাবে সংপৃক্ত হৈ আছে বুলি ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যৰ মন্তব্য

অসম আৰু কাশ্মীৰৰ মাজত ভৌগোলিকভাবে ভালেখিনি ব্যৱধান আছে যদিও ৰাজ্য দুখন সাংস্কৃতিকভাবে সংপৃক্ত হৈ আছে বুলি ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যই মন্তব্য কৰিছে। গুৱাহাটীত কালি এছ এছ বিৰ ১৩ নম্বৰ বেটেলিয়নৰ উদ্যোগত আয়োজিত ভাৰত দৰ্শন ট্যুৰ'ৰ অংশ হিচাপে অসমলৈ অহা কাশ্মীৰ উপত্যকাৰ ২৫ গৰাকী বিদ্যার্থীৰ সৈতে মত বিন...

January 18, 2026 11:33 AM

views 12

ৰাজ্য চৰকাৰ আৰু কাৰ্বি সমাজৰ প্ৰতিনিধিৰ মাজত হ’বলগীয়া আলোচনা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰখা হৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ মন্তব্য

ৰাজ্য চৰকাৰ আৰু কাৰ্বি সমাজৰ প্ৰতিনিধিৰ মাজত কালি হ'বলগীয়া আলোচনা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰখা হৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে জানিবলৈ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আলোচনাৰ দিন শীঘ্ৰে নিৰ্ধাৰণ কৰা হ'ব। পাৰস্পৰিক সন্মান আৰু বুজাবু...

January 18, 2026 11:26 AM

views 27

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত নির্মীয়মান কুমাৰ ভাস্কৰ বৰ্মা সেতু ফেব্ৰুৱাৰীত মুকলি

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত নির্মীয়মান কুমাৰ ভাস্কৰ বৰ্মা সেতু অহা মাহত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ফে'চবুক লাইভযোগে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ লগতে গুৱাহাটী ক্লাবৰ পৰা চানমাৰি, বামুণীমৈদাম, নুনমাটি সংযোগী উৰণসেতুখনো অহা মাহৰ ভিতৰতে মুকলি কৰা হ...