November 7, 2025 11:16 AM

views 36

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে কৌশিক গোস্বামীৰ শপতগ্ৰহণ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আজি ন্যায়াধীশ কৌশিক গোস্বামীয়ে শপতগ্ৰহণ কৰে। উচ্চ ন্যায়ালয়ৰ এক নম্বৰ বিচাৰপীঠত আয়োজিত এক অনুষ্ঠানত মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে শ্ৰী গোস্বামীক অতিৰিক্ত ন্যায়াধীশ হিচাপে শপতবাক্য পাঠ কৰোৱায়। আজিৰ এই শপতগ্ৰহণ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়া...

November 7, 2025 11:15 AM

views 54

নাগাৰা নামৰ অন্যতম শিল্পী ৰামচৰণ ভড়ালীৰ দেহাৱসান

নাগাৰা নামৰ অন্যতম শিল্পী ৰামচৰণ ভড়ালীৰ যোৱানিশা নলবাৰী জিলাৰ কুমাৰীকাটাৰ নিজ বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। ১৯৬৭ চনতে তেওঁ নাগাৰা নামৰ দল আৰম্ভ কৰি অসমৰ বিভিন্ন স্থানত নাগাৰা নাম পৰিৱেশন কৰি আহিছিল। ১৯৮৫ চনত তেওঁৰ প্ৰথম নাগাৰা নামৰ কেছেটে মুক্তি লাভ কৰে আৰু সাধাৰণ লোকৰ...

November 7, 2025 11:12 AM

views 41

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ কেইগৰাকীমান প্ৰাক্তন সতীৰ্থৰ স্মৃতি ৰোমন্থনেৰে কাইলৈ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ৬৯ বছৰীয়া ইতিহাসত বহুকেইগৰাকী সাংবাদিক আৰু সংবাদকর্মীয়ে বিভাগটোলৈ সেৱা আগবঢ়াই গৈছে। জীৱন আৰু জীৱিকাৰ সন্ধানত অথবা সাংসাৰিক প্ৰয়োজনত পৰৱৰ্তী কালত এওঁলোকৰ বহুকেইগৰাকীয়ে আন ক্ষেত্ৰলৈ যাবলগীয়া হ'ল আৰু নিজ নিজ ক্ষেত্ৰত প্রসিদ্ধি লাভ কৰিবলৈ সমৰ্থ হ'ল। কিন্তু তেওঁলোকে ...

November 7, 2025 11:11 AM

views 35

নলবাৰী ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ উদ্যোগত জিলাখনৰ শ্ৰীশ্ৰীহৰি মন্দিৰ প্ৰাংগণত অসম গ্ৰন্থমেলা

নলবাৰী ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ উদ্যোগত জিলাখনৰ শ্ৰীশ্ৰীহৰি মন্দিৰ প্ৰাংগণত কালিৰে পৰা অসম গ্ৰন্থ মেলা অনুষ্ঠিত হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই গ্রন্থমেলা উদ্বোধন কৰে। ডাঃ পেগুৱে ৰাস মহোৎসৱত কৃষ্ণ লীলাৰ লগতে প্ৰজ্ঞাৰ চৰ্চা হোৱাতো এটা ইতিবাচক দিশ বুলি উল্লেখ কৰি সকলো লোককে...

November 7, 2025 11:10 AM

views 27

জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ তাৰছেম মিটালক চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ জাননী তদন্তকাৰী গোটৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সন্দৰ্ভত তদন্তকাৰী গোটে জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ তাৰছেম মিটালক চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ জাননী জাৰি কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ লগতে আর্থিক খেলিমেলিৰ সৈতে বৰ্তমানৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ নাম সাঙোৰ খাইছিল। বৰ্তমান কাৰাৰুদ্ধ হৈ থকা সিদ্ধার্থ শৰ্মাক তাৰ...

November 6, 2025 8:26 PM

views 47

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত বিজয়ী ভাৰতীয় মহিলা দলৰ সদস্যসকলৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত খিতাপ দখল কৰা ভাৰতীয় মহিলা দলৰ সদস্যসকলে আজি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতিয়ে দলটোক অভিনন্দন জনাই কয়, যে তেওঁলোকে ইতিহাস ৰচনা কৰিছে আৰু যুৱ প্ৰজন্মৰ বাবে আদর্শ হৈ পৰিছে। তেওঁ কয়, যে ভাৰতীয় মহিলা দলে সমাজৰ বিভিন্...

November 6, 2025 8:25 PM

views 46

অহা ১৬ নৱেম্বৰত নতুন দিল্লীত নমো ৰান মাৰাথনৰ আয়োজন

সাংসদ খেল মহোৎসৱৰ অংশ হিচাপে অহা ১৬ নৱেম্বৰত নতুন দিল্লীত নমো ৰান মাৰাথনৰ আয়োজন কৰা হৈছে। কৰ্প'ৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্রী হর্ষ মলহোত্রাই খেল মহোৎসৱ উদ্বোধন কৰি এই কথা প্রকাশ কৰে। তেওঁ কয়, যে প্রায় ৩০ হাজাৰ প্রতিযোগীয়ে খেল মহোৎসৱত পঞ্জীয়ন কৰিছে। তিনিটা পৰ্যায়ত আয়োজন কৰা এই মহোৎসৱত ভাৰতীয় পৰম্প...

November 6, 2025 8:23 PM

views 31

বিহাৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণৰ সামৰণি

বিহাৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণৰ সামৰণি পৰিছে। ৰাজ্যখনত এই পর্যায়ত বিয়লি ৫ বজালৈ ৬০ দশমিক ১-৩ শতাংশ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। বেগুচৰাই জিলাত সর্বাধিক ৬৭ দশমিক ৩২ শতাংশ ভোটদান হৈছে। ৰাজ্যখনৰ কেইবাগৰাকীও আগশাৰীৰ নেতাই আজি পুৱাৰ ভাগত ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। বিহাৰৰ মুখ্য...

November 6, 2025 8:22 PM

views 27

শতপল শর্মাক আজি উপ-ৰাষ্ট্ৰপতিৰ শপতবাক্য পাঠ

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্য সভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণে আজি শতপল শর্মাক শপতবাক্য পাঠ কৰোৱায়। শ্রীশৰ্মা সংসদৰ উচ্চ সদনৰ সদস্য হিচাপে নির্বাচিত হৈছে। তেওঁ ভাৰতীয় জনতা পার্টীৰ সদস্য হিচাপে জম্মু কাশ্মীৰৰ পৰা নিৰ্বাচিত হৈছে। শপতগ্রহণ অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী আৰু ড০ জিতেন্দ্র সিঙো উপস্থিত থাকে।

November 6, 2025 8:21 PM

views 22

এদিনীয়া ভ্রমণসূচীৰে কাইলৈ মহাৰাষ্ট্ৰৰ ছত্রপতি ছাস্তাজী নগৰ ভ্রমণ শিৱৰাজ সিং চৌহানৰ

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কাইলৈ এদিনীয়া ভ্রমণসূচীৰে মহাৰাষ্ট্ৰৰ ছত্রপতি ছাস্তাজী নগৰ আৰু ইয়াৰ কাষৰীয়া গ্রামীণ অঞ্চলসমূহ ভ্রমণ কৰিব। কৃষি আৰু কৃষক কল্যাণ মন্ধ্যালয়ে প্রকাশ কৰা অনুসৰি, মন্ত্ৰীগৰাকীয়ে কৃষি আৰু গ্রামীণ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ ৰূপায়ণ আৰু স্থানীয় ক...