January 19, 2026 12:05 PM

views 6

ছত্তীশগড় জিলাৰ বিজাপুৰত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত ৪ গৰাকী মহিলা কেডাৰকে ধৰি ৬ জন মাওবাদীৰ মৃত্যু

ছত্তীশগড় জিলাৰ বিজাপুৰত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত চাৰিগৰাকী মহিলা কেডাৰকে ধৰি ছজন মাওবাদীৰ মৃত্যু হয়। এয়া মাওবাদী কাৰ্যকলাপৰ বিৰুদ্ধে অঞ্চলটোত চলা জিলা ৰিজার্ভগার্ড, কোৱা আৰু বিশেষ টাস্ক ফ'ৰ্চৰ যৌথ অভিযানৰ অন্যতম সফলতাৰূপে বিবেচিত হৈছে। নিহত মাওবাদীকেইজনৰ ৪জন চিনাক্ত হ'লেও বাকী দুজনৰ এতিয়ালৈ প...

January 19, 2026 12:03 PM

views 5

চৰকাৰৰ বিকশিত ভাৰত: নিয়োগ আৰু জীৱিকা নিশ্চিত অভিযান আইন সন্দৰ্ভত প্ৰচাৰিত ভুৱা বাতৰি খণ্ডণ

চৰকাৰে বিকশিত ভাৰত: নিয়োগ আৰু জীৱিকা নিশ্চিত অভিযান আইন সন্দৰ্ভত প্ৰচাৰিত ভুৱা বাতৰি খণ্ডণ কৰিছে। বিৰোধী দলে আইনখনৰ সমালোচনা কৰা কাৰ্য তথ্য আধাৰিত নহয় আৰু ই জনসাধাৰণক বিপথে পৰিচালিত কৰিছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে এই আইনখনৰ জৰিয়তে গাঁৱৰ পৰিয়ালসমূহৰ কমেও ১২৫ দিনৰ নিয়োগ...

January 19, 2026 12:00 PM

views 22

আজি ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ দাখিল

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হ'ব। দলটোৰ ৰাষ্ট্ৰীয় ৰিটার্ণিং বিষয়া কে. লক্ষ্মণে প্রকাশ কৰা নিৰ্বাচনসূচী অনুসৰি, আজি দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন পত্রসমূহ দাখিল কৰিব পৰা যাব। নতুন দিল্লীত থকা দলৰ মুখ্য কার্যালয়ত সমগ্র নির্বাচনী প্রক্রিয়া পৰিচালিত...

January 19, 2026 11:58 AM

views 14

হুগলী জিলাৰ ছিংগুৰত প্ৰায় ৮৩০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি পশ্চিমবংগৰ হুগলী জিলাৰ ছিংগুৰত প্ৰায় ৮৩০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি কৰে। এখন জনসভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতৰ উন্নয়নৰ বাবে পূৱ ভাৰতৰ উন্নয়ন গুৰুত্বপূৰ্ণ আৰু কেন্দ্ৰীয় চৰকাৰে অহৰহভাবে উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাব...

January 18, 2026 9:19 PM

views 25

এদিনীয়া ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত নিউজিলেণ্ডৰ ভাৰতক জয়ৰ বাবে ৩৩৮ ৰানৰ লক্ষ্য নির্ধাৰণ

ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত আজি অনুষ্ঠিত এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত নিউজিলেণ্ডে ভাৰতক জয়ৰ বাবে ৩৩৮ ৰানৰ লক্ষ্য নির্ধাৰণ কৰি দিছে। টছত হাবিৰ প্ৰথমে বেট ধৰা নিউজিলেণ্ডে নির্ধাৰিত অ'ভাৰত ৮ টা উইকেট হেৰুৱাই ৩৩৭ ৰান সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ ডেৰিল মিচেল আৰু প্লেন ফিলিপ্‌প্সছে শতক অর্জ...

January 18, 2026 9:08 PM

views 15

ভাৰতীয় ৰে’ল বিভাগে পৰৱৰ্তী দুবছৰত ৭৯০০ কিলোমিটাৰতকৈও অধিক পথ নৱীকৰণ কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে

ভাৰতীয় ৰে'ল বিভাগে পৰৱৰ্তী দুবছৰত ৭৯০০ কিলোমিটাৰতকৈও অধিক পথ নৱীকৰণ কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে। ৰে'ল মন্ত্র্যালয়ে আজি এই কথা সদৰী কৰি কয়, যে ২০২৫-২৬ বিত্তীয় বর্ষত ৭৫০০ কিলোমিটাৰতকৈও অধিক ৰে'লপথ নৱীকৰণৰ কাম অব্যাহত আছে। বিগত বৰ্ষত ৬৮০০ কিলোমিটাৰতকৈও অধিক ৰেলপথ নৱীকৰণৰ কাম সম্পন্ন হোৱা বুলিও মন্ত্র্যা...

January 18, 2026 9:04 PM

views 20

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত অনুষ্ঠিত বাগৰুম্বা দহৌ উৎসৱ তেওঁৰ বাবে কেতিয়াও পাহৰিব নোৱাৰা অভিজ্ঞতা বুলি প্ৰকাশ কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত অনুষ্ঠিত বাগৰুম্বা দহৌ উৎসৱ তেওঁৰ বাবে কেতিয়াও পাহৰিব নোৱাৰা অভিজ্ঞতা বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত তেওঁ কয়, যে এই অনুষ্ঠানৰ ঢৌৱে সমগ্ৰ দেশক স্পৰ্শ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ঐশ্চৰ্য্যশালী তথা মহান এই সংস্কৃতিক প্ৰশংসা ...

January 18, 2026 9:01 PM

views 16

পশ্চিমবংগৰ ছিংগুৰত ৮৩০ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ হুগলী জিলাৰ ছিংগুৰত এখন জনসভাত অংশগ্ৰহণ কৰি কয়, যে কেন্দ্ৰীয় চৰকাৰে পশ্চিমবঙ্গৰ যুৱচাম কৃষক তথা মহিলাসকলৰ প্ৰগতিৰ হকে অবিৰতভাৱে কাম কৰিছে। ৰাজ্যখনৰ সকলো প্ৰান্ততে জীৱিকাৰ সুবিধাসমূহ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে কেইবাখনো উন্নয়নমূলক আঁচনি...

January 18, 2026 8:57 PM

views 13

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ দাখিল আৰু পৰীক্ষা

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ কাইলৈ দাখিল কৰা হ'ব। দলটোৰ ৰাষ্ট্ৰীয় ৰিটাৰ্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচনসূচী অনুসৰি, কাইলৈ দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন পত্ৰসমূহ দাখিল কৰিব পৰা যাব। মনোনয়ন পত্ৰসমূহ বিয়লি ৪ বজাৰ পৰা পৰীক্ষা কৰা হ'ব। সন্ধিয়া ৬ বজা পর্য...

January 18, 2026 8:52 PM

views 20

তৃণমূল কংগ্ৰেছে দেশৰ সংবিধান ধ্বংস কৰা বুলি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৰ অভিযোগ

তৃণমূল কংগ্ৰেছে দেশৰ সংবিধান ধ্বংস কৰা বুলি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে অভিযোগ উত্থাপন কৰিছে। পশ্চিমবঙ্গৰ বিজেপি গোটে সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তা পুনৰ প্ৰচাৰ কৰি শ্ৰীৰিজিজুৱে কয়, যে দলটোৱে দেশৰ নাগৰিকসকলৰ মৌলিক অধিকাৰ কাঢ়ি অবৈধ প্ৰব্ৰজনকাৰীসকলক সুৰক্ষা দিছে। তৃণমূল কং...