November 14, 2025 12:17 PM
29
নাগালেণ্ডত মাদকদ্রব্য নিবাৰণী কাৰ্যবাহিনীৰ মুৰব্বীসকলৰ প্ৰথমখন আঞ্চলিক সম্মিলন আৰম্ভ
পশ্চিমবংগসহ উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ মাদকদ্রব্য নিবাৰণী কাৰ্যবাহিনীৰ মুৰব্বীসকলৰ প্ৰথমখন আঞ্চলিক সম্মিলন নাগালেণ্ডৰ আৰক্ষী চৌহদৰ চুমৌকেদিমাত আৰম্ভ হৈছে। নাগালেণ্ড আৰক্ষীয়ে মাদকদ্রব্য নিয়ন্ত্রণ ব্য'ৰৰ সহযোগত এই দুদিনীয়া সম্মিলনৰ আয়োজন কৰিছে। নিচামুক্ত ভাৰত অভিযানৰ অধীনত আয়োজিত এই সন্মিলনত মাদকদ্...