November 16, 2025 11:05 AM

views 25

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা গুজৰাটত ৯৭০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি গুজৰাটৰ জনজাতীয় বসতিপ্রধান নর্মদা জিলাৰ ডেডিয়াপাড়া নগৰত ৯৭০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। স্বাস্থ্য, আন্তঃগাঁথনি, শিক্ষা আৰু ঐতিহ্যৰ সৈতে জড়িত এই প্রকল্পসমূহত জনজাতীয় সবলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা...

November 16, 2025 11:02 AM

views 40

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভার্চুৱেলী মণিপুৰৰ কাংপোকপী জিলাৰ ছংপেজং গাঁৱৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভার্চুৱেল ব্যৱস্থাৰে মণিপুৰৰ কাংপোকপী জিলাৰ ছংপেজং গাঁৱৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত কাংপোকপীৰ জিলা আয়ুক্ত মহেশ চৌধুৰী আৰু অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে আদৰ্শ বিদ্যালয়ৰ আধাৰশিলা স্থাপন জিলাখনৰ বাবে আট...

November 15, 2025 7:58 PM

views 29

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আকর্ষণীয় পর্যায়ত

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আকর্ষণীয় পর্যায়ত উপনীত হৈছে। দক্ষিণ আফ্রিকাই আজি দ্বিতীয় দিনাৰ খেলৰ সামৰণিৰ পৰলৈকে দ্বিতীয় ইনিংছত ৭টা উইকেটৰ বিনিময়ত ৯৩ ৰাণ সংগ্ৰহ কৰি খেলি আছিল। আজিৰ খেলত টেম্বা বাবুমা ২৯ আৰু কৰ্বিন বছে ১ ৰাণ কৰ...

November 15, 2025 7:55 PM

views 24

নতুন দিল্লীত অমৃত সেৱাৰ দশম বর্ষপূর্তি উপলক্ষে বিশেষ অনুষ্ঠান

কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি সুলভ মূল্যৰ ঔষধ আৰু চিকিৎসাৰ বাবে নিৰ্ভৰযোগ্য সামগ্ৰীৰ যোগানৰ বাবে আৰম্ভ কৰা অমৃত সেৱাৰ দশম বর্ষপূর্তি উপলক্ষে নতুন দিল্লীত আয়োজন কৰা বিশেষ অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে এই সেৱাৰ জড়িয়তে ৰোগী সকলে বিগত ১০বছৰত ৮ হ...

November 15, 2025 7:51 PM

views 26

ডেডিয়াপাড়াত ভালেমান উন্নয়ন প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি গুজৰাটৰ জনজাতীয় বসতিপ্রধান নর্মদা জিলাৰ ডেডিয়াপাড়া নগৰত ৯ হাজাৰ ৭০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। স্বাস্থ্য, আন্তঃগাঁথনি, শিক্ষা আৰু ঐতিহ্যৰ সৈতে জড়িত এই প্রকল্পসমূহত জনজাতীয় সবলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা ...

November 15, 2025 7:48 PM

views 20

সমগ্ৰ ৰাষ্ট্ৰত জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তীত জনজাতীয় গৌৰৱ দিৱস উদযাপন

সমগ্ৰ ৰাষ্ট্ৰই আজি স্বাধীনতা সংগ্রামী তথা জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তী জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰিছে। চৰকাৰে জনজাতীয় ইতিহাসক জীৱন্ত কৰি ৰখাৰ গুৰুত্বৰ বিষয়ে উপলব্ধি কৰি ২০২১ চনৰ পৰা ১৫ নৱেম্বৰৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰি আহিছে। সময়ৰ লগে লগে এই উৎসৱ জনজাতীয় গৌৰৱ সপ্তাহলৈ ...

November 15, 2025 7:39 PM

views 19

ড০ বাণী কান্ত কাকতিৰ পূণ্য তিথি উপলক্ষে ৰাজ্যবাসীৰ শ্রদ্ধা নিবেদন

অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰী ড০ বাণী কান্ত কাকতিৰ পূণ্য তিথি উপলক্ষে আজি ৰাজ্যবাসীয়ে তেওঁক শ্রদ্ধা নিবেদন কৰিছে। একেধাৰে গৱেষক, ভাষাবিদ, সমালোচক ড° বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাতত্ব অধ্যয়নৰ দিশত যথেষ্ট বৰঙণি আগবঢ়াই থৈ গৈছে। Assamese its formation and development শীর্ষক গবেষণা গ্রন্থ ড০ কাকতিয়ে জীৱন...

November 15, 2025 7:15 PM

views 45

সমগ্র ৰাজ্যতে আজি বীৰছা মুণ্ডাৰ জয়ন্তীত জনজাতীয় গৌৰৱ দিৱস পালন

সমগ্র দেশে আজি স্বাধীনতা সংগ্রামী তথা জনজাতীয় নেতা বীৰছা মুণ্ডাৰ জয়ন্তী জনজাতীয় গৌৰৱ দিবস হিচাপে পালন কৰিছে। অসমতো আজি জনজাতি পৰিক্ৰমা বিভাগৰ সৌজন্যত বিভিন্ন জিলাত এই কার্যসূচী অনুষ্ঠিত হয়। গোলাঘাট জিলাৰ পুলিবাগান অঞ্চলৰ মুৰংঘৰত বর্ণাঢ্য কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত আয়োজি...

November 15, 2025 6:40 PM

views 52

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ ফলত হাজাৰ হাজাৰ গাহৰি নিধন কৰা হৈছে। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু বৃহৎ গাহৰি পালকসকলৰ যথেষ্ট ক্ষতি হৈছে। উজনি অসমৰ বিভিন্ন জিলাত বিশেষকৈ শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ সর্বাধিক হোৱা বুলি আমাৰ সংবাদদাতাসকলে...

November 15, 2025 6:37 PM

views 26

ধেমাজিত দিনজোৰা কাৰ্যসূচীৰে কেন্দ্রীয় সত্রীয়া সংস্কৃতি দিৱস পালন

সদৌ অসম সত্ৰ মহাসভাৰ ধেমাজি জিলা শাখাৰ উদ্যোগত ধেমাজি কেন্দ্রীয় সত্রীয়া সংস্কৃতি দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। সত্র মহাসভাই সংস্কৃতি দিৱসৰ কাৰ্যসূচীৰ লগতে অহা ১৯ আৰু ২০ নৱেম্বৰত সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতিৰ ৰূপালী জয়ন্তী বর্ষও উদযাপনৰ কাৰ্যসূচী হাতত লৈছে। ধেমাজিৰ চিলাৰায় ভৱনত আয়োজন...