November 18, 2025 8:24 PM

views 22

অন্ধ্রপ্রদেশৰ মাৰেডুমিল্লিতত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৬জন মাওবাদী বিদ্রোহীৰ মৃত্যু

অন্ধ্রপ্রদেশৰ আপ্লুৰী সীতাৰামা ৰাজু জিলাৰ মাৰেডুমিল্লি অঞ্চলত আৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘর্ষত এজন শীর্ষ নেতাসহ ৬জন মাওবাদী বিদ্রোহীৰ মৃত্যু হয়। ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্রধান হৰিশ কুমাৰ গুপ্তাই কয়, যে মাওবাদী দলটোৰ আন্দোলন সম্পর্কে বিশ্বাসযোগ্য চোৰাংচোৱাৰ তথ্য লাভ কৰাৰ পাছত এই মুখামুখি সংঘর্ষ সংঘ...

November 18, 2025 8:14 PM

views 26

আন্তর্জাতিক গীতা মহোৎসৱত সাম্প্রতিক বিশ্বত ভাগৱত গীতাৰ প্ৰাসংগিকতা শীর্ষক আলোচনা চক্ৰ

আন্তর্জাতিক গীতা মহোৎসৱ উদযাপনৰ অংশ হিচাপে নেপালৰ কাঠমাণ্ডুত থকা ভাৰতৰ দূতাবাসে সাম্প্রতিক বিশ্বত ভাগৱত গীতাৰ প্ৰাসংগিকতা শীর্ষক এখন আলোচনা চক্ৰৰ আয়োজন কৰে। নেপাল, সংস্কৃতি বিশ্ববিদ্যালয় আৰু ত্রিভুবন বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপকে গীতাৰ বিভিন্ন দিশত আলোকপাত কৰি বক্তব্য আগবঢ়ায়। তেওঁলোকে ভাগৱত গী...

November 18, 2025 8:12 PM

views 38

ব্রিটেইনক এই বছৰ হ’বলগীয়া হর্নবিল মহোৎসৱৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ঘোষণা

নাগালেণ্ড চৰকাৰে ব্রিটেইনক এই বছৰ হ'বলগীয়া হর্নবিল মহোৎসৱৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছে। চলিত বছৰৰ ১ৰ পৰা ১০ ডিচেম্বৰলৈকে ক'হিমাৰ কিচামা গাঁৱত এই মহোৎসৱ অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিউ ৰিঅ' আৰু ভাৰতৰ ব্ৰিটিছ কাউঞ্চিলৰ সঞ্চালক এলিচন বাৰেটৰ মাজত কালি এখন চুক্তি সম্পাদন হ...

November 18, 2025 8:08 PM

views 22

শ্বেখ হাচিনা আৰু আছাদুজ্জামান খান কমলক দিয়া মৃত্যুদণ্ড ৰায়ক এমনেষ্টি ইণ্টাৰনেচনেলৰ গৰিহণা

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেখ হাচিনা আৰু প্রাক্তন গৃহমন্ত্রী আছাদুজ্জামান খান কমলক যোৱা বছৰৰ দেশজোৰা বিক্ষোভত মানৱতাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰাৰ অভিযোগত দেশখনৰ আন্তর্জাতিক অপৰাধ ন্যায়াধিকৰণে দিয়া মৃত্যুদণ্ড ৰায়ক এমনেষ্টি ইণ্টাৰনেচনেলে গৰিহণা দিছে। সংস্থাটোৰ সচিব প্রধান এগনেচ কালামার্ডে এটা ...

November 18, 2025 8:02 PM

views 34

দিল্লী বিস্ফোৰণৰ সৈতে নাম সাঙোৰ খোৱা ২৫ৰো অধিক স্থানত আজি ই ডিৰ অভিযান

বিধিবলবৎকাৰী সঞ্চালকালয়, ই ডিয়ে শেহতীয়া দিল্লী বিস্ফোৰণৰ সৈতে নাম সাঙোৰ খোৱা আল ফালাহ গোষ্ঠীৰ দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত থকা ২৫ৰো অধিক স্থানত আজি অভিযান চলায়। বিত্তীয় অনিয়ম, বেনামী কোম্পানী ব্যৱহাৰ আৰু ধন সৰবৰাহ সন্দৰ্ভত চলি থকা গোচৰৰ অংশ হিচাপে ই ডিয়ে এই অভিযান চলায়। ই ডিয়ে প্রকাশ কৰা অনুস...

November 18, 2025 7:59 PM

views 26

এছ বি আই আই টি এফ জুনিয়ৰ আন্তর্জাতিক টেনিছ প্রতিযোগিতাত শ্বেৰী শৰ্মা প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

এছ বি আই আই টি এফ জুনিয়ৰ জে-ছিক্সটি আন্তর্জাতিক টেনিছ প্রতিযোগিতাত অসমৰ শ্বেৰী শৰ্মাই প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আন্তর্জাতিক টেনিছ প্রতিযোগিতাখনৰ মূল ৰাউণ্ডত খেলাৰ সুযোগ লাভ কৰা অসমৰ খেলুৱৈগৰাকীয়ে আজি দ্বিতীয় দিনা দেশৰে প্ৰতিদ্বন্দ্বী সবর্ণীকা বিছানাকাৰক ৭-৫, ৬-১ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত ...

November 18, 2025 7:56 PM

views 23

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত অনুষ্ঠিত আলোচনা চক্র আৰু বক্তৃতা অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সন্দৰ্ভত আলোচনা চক্র আৰু বক্তৃতা অনুষ্ঠানৰ আজি সামৰণি পৰে। বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱ...

November 18, 2025 7:51 PM

views 22

জুবিন গাৰ্গৰ ওপজা দিন উপলক্ষে বিজেপি আৰু অসম গণ পৰিষদৰ যৌথভাৱে ৰক্তদান শিবিৰৰ আয়োজন

গোলাঘাট জিলাত বিজেপি আৰু অসম গণ পৰিষদে যৌথভাৱে আয়োজন কৰা ৰক্তদান শিবিৰ বিত্ত মন্ত্রী অজন্তা নেওগে মুকলি কৰে। এই কাৰ্যসূচীত সাংসদ কামাখ্যা প্রসাদ তাছা, জিলা আয়ুক্ত পুলক মহন্ত উপস্থিত থাকে। ধেমাজি জিলাৰ স্বাস্থ্য ভৱনত আয়োজিত কার্যসূচীত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰি জনসাধাৰণক ৰক্তদান কৰি...

November 18, 2025 7:44 PM

views 17

জুবিন ৰ্গাগৰ জন্মদিনটো সমগ্র ৰাজ্যতে জাতীয় স্বাভিমান দিৱস হিচাপে পালন অসম গণ পৰিষদৰ

অসম গণ পৰিষদে শিল্পীগৰাকীৰ জন্মদিনটো সমগ্র ৰাজ্যতে জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰিছে। এই উপলক্ষে আজি গুৱাহাটীৰ আমবাৰীত থকা দলৰ মুখ্য কাৰ্যালয়ত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। অগপৰ সভাপতি তথা মন্ত্রী অতুল বৰাই এই শিবিৰ মুকলি কৰে। অসম গণ পৰিষদৰ বৰপেটা জিলা সমিতিয়ে আজি শিল্পীগৰাকীৰ ওপজা দিনটো স্বাভিমান...

November 18, 2025 7:41 PM

views 26

জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন উপলক্ষে সমগ্ৰ ৰাজ্যতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন

জনতাৰ শিল্পী জুবিন গাৰ্গৰ আজি ৫৩ সংখ্যক ওপজা দিন। এই উপলক্ষে সমগ্ৰ ৰাজ্যতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্রিয় শিল্পীগৰাকীৰ অবৰ্তমানত আজি তেওঁৰ অগণন অনুৰাগীয়ে তেওঁৰ ওপজা দিনটো পালন কৰি তেওঁৰ অস্তিত্বক মূৰ্ত কৰি তুলিছে। সোণাপুৰৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰত পুৱা ৰক্তদান শিবিৰ, নাম-প্ৰসংগ, নাহৰ পুলি ...