November 19, 2025 6:42 PM

views 79

ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ জৰিয়তে বহিঃৰাজ্যৰ পৰা অহা লোকেও অসমৰ ভোটাৰ তালিকাত নামভৰ্তি কৰিব পাৰিব বুলি প্ৰকাশিত বাতৰি শুদ্ধ নহয় বুলি ৰাজ্যৰ নিৰ্বাচন বিভাগৰ স্পষ্টীকৰণ

অসমৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ জৰিয়তে বহিঃৰাজ্যৰ পৰা অহা লোকেও অসমৰ ভোটাৰ তালিকাত নামভৰ্তি কৰিব পাৰিব বুলি একাংশ সংবাদ পত্ৰত প্ৰকাশিত বাতৰি শুদ্ধ নহয় বুলি ৰাজ্যৰ নিৰ্বাচন বিভাগে স্পষ্ট কৰি দিছে। আজি প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত ৰাজ্যৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াই কয়, যে দীর্ঘকালৰ বাবে বসবাস কৰ...

November 19, 2025 6:38 PM

views 42

প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ২১ সংখ্যক কিস্তি মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ২১ সংখ্যক কিস্তি মুকলি কৰে। এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ ৯ কোটি কৃষকৰ বাবে ১৮ হাজাৰ কোটিৰো অধিক ধন মোকলাই দিয়া হৈছে। ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই আজি বোকাখাত সমজিলাৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত অংশ লয়। অনুষ্...

November 19, 2025 6:36 PM

views 30

টিহু বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ৩৩,৪৩১ গৰাকী সদস্যক মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ চামতা আঞ্চলিক ক্রীড়া সংঘৰ খেল পথাৰত আয়োজিত এখন জনসভাত টিহু বিধানসভা সমষ্টিৰ ৩৩ হাজাৰ ৪৩১ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে। সভাত ভাষণ দি মুখ্যমন্ত্ৰী ড০ শর্মাই কয়, যে ৰাজ্যৰ ৩০ লাখ মহিলাক লা...

November 19, 2025 6:35 PM

views 94

হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা ১০ পৰা ২৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাসমূহৰ সূচী পাছত ঘোষণা কৰা কৰা হ'ব। শি...

November 18, 2025 8:47 PM

views 51

ৰাজ্যত আজি ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ

নির্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যত আজি ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। নির্বাচন আয়োগে অসমৰ মুখ্য নির্বাচনী বিষয়ালৈ কালি জাৰি কৰা নিৰ্দেশনা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি দিন হিচাপে লৈ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী কৰা হ'ব। এই অনুসৰি আজিৰ পৰা এই সম্পর্কীয় নথি পত্র ছপা আৰু নিৰ্...

November 18, 2025 8:43 PM

views 28

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পর্যায়ত ৫০ কোটি ৯৭ লাখৰো অধিক গণনা প্ৰ-পত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পর্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৭ লাখৰো অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে বুলি নির্বাচন আয়োগে প্রকাশ কৰিছে। এই সংখ্যা দ্বিতীয় পৰ্যায়ৰ সামৰি লবলগীয়া ৫১ কোটি ভোটদাতাৰ প্ৰায় ৯৮ দশমিক ৫-৪ শতাংশ। দেশৰ ৯ খন ৰাজ্য আৰু ৩ টা কেন্দ্রীয় শাসিত অঞ্চলত...

November 18, 2025 8:39 PM

views 22

বিহাৰত বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে কেশৱ প্রসাদ মৌর্যক কেন্দ্রীয় পর্যবেক্ষক হিচাপে নিয়োগ

বিজেপিয়ে বিহাৰত বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্রী কেশৱ প্রসাদ মৌর্যক কেন্দ্রীয় পর্যবেক্ষক হিচাপে নিয়োগ কৰিছে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্রী অর্জুন ৰাম মেঘৱাল আৰু প্ৰাক্তন কেন্দ্রীয় মন্ত্রী সাধৱী নিৰঞ্জন জ্যোতিক কেন্দ্রীয় সহ পর্যবেক্ষক হিচাপে নিয়োগ কৰা হৈছে। বিজেপিৰ সংস...

November 18, 2025 8:37 PM

views 29

এন ডি এৰ নৱ নিৰ্বাচিত বিধায়কসকলৰ নেতা বাচনিৰ বাবে কাইলৈ পাটনাত বিধায়িনী দলৰ বৈঠক

 বিহাৰত এন ডি এৰ নৱ নিৰ্বাচিত বিধায়কসকলৰ নেতা বাচনি কৰাৰ বাবে কাইলৈ পাটনাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এন ডি এৰ ৫ টা অংশীদাৰ দল ক্রমে বিজেপি, জনতা দল ইউনাইটেড, লোক জনশক্তি পাৰ্টীৰ ৰামবিলাস ফৈদ, হিন্দুস্তানী আৱাম মৰ্চা আৰু ৰাষ্ট্ৰীয় লোকমৰ্চাৰ বিধায়কসকলে এই বৈঠকত ভাগ লব। মুখ্যমন্ত্রী নিতিশ কুমাৰ প...

November 18, 2025 8:31 PM

views 23

মূলধনী বজাৰৰ সৈতে জড়িত একাংশ অংশীদাৰৰ সৈতে আলোচনাত মিলিত বিত্তমন্ত্ৰী

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি বিয়লি নতুন দিল্লীত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত ষ্টার্ট আপ খণ্ডৰ অংশীদাৰসকলৰ সৈতে প্রাক বাজেট আলোচনাত মিলিত হয়। বৈঠকত বিত্তীয় ৰাজ্যমন্ত্রী পংকজ চৌধৰী, উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য সংবর্ধন বিভাগৰ সচিব, অর্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব আৰু ...

November 18, 2025 8:29 PM

views 21

বিশ্বই সকলো ধৰণৰ সন্ত্রাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা উচিত বুলি ড০ এছ জয়শংকৰৰ প্ৰকাশ

বিশ্বই সকলো ধৰণৰ সন্ত্রাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা উচিত বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। ৰাছিয়াৰ মস্কোত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থা এছ চি অ'ৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। ড° জয়শংকৰে কয় যে শেহতীয়া কেইটামা...