November 20, 2025 12:54 PM

views 32

অষ্ট্ৰেলিয়ান অপেন SUPER-500 বেডমিন্টন প্রতিযোগিতাত লক্ষ্য সেন আৰু এইচ এছ প্রণয় পুৰুষৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

ছিডনীত অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেন SUPER-500 বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ লক্ষ্য সেন আৰু এইচ এছ প্রণয়ে পুৰুষৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ২০২৪ৰ পেৰিছ অলিম্পিকত ছেমি ফাইনেলত প্রবেশ লক্ষ্য সেনে চীনা টাইপেইৰ ছু-লি-য়াঙক ২১-১৭, ২১-১৩ গেমত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আনহাতে প্রণয়ে ইণ...

November 20, 2025 12:50 PM

views 34

আজিৰে পৰা গোৱাত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI অনুষ্ঠিত

গোৱাত আজিৰে পৰা ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI অনুষ্ঠিত হ'ব। এইবাৰো এই মহোৎসবে ইউনিচেফৰ সহযোগিতাত কাহিনীৰ জৰিয়তে শৈশৱৰ বিভিন্ন দিশ উদযাপন কৰিব। এখন চৰকাৰী বিজ্ঞপ্তি অনুসৰি এইবাৰৰ এই মহোৎসৱত বিশ্বৰ বিভিন্ন প্রান্তৰ ৫ খন ব্যতিক্রমী চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। মহোৎসৱত ৮...

November 20, 2025 12:41 PM

views 30

G-20 নেতাসকলৰ ২০ সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ প্রধানমন্ত্রী জোহান্সবার্গলৈ ৰাওনা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে G-20 নেতাসকলৰ ২০ সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দক্ষিণ আফ্রিকাৰ জোহান্সবার্গলৈ যাব। এইখন হ'ব গ্লোবেল ছাউথত একেৰাহে চতুৰ্থবাৰৰ বাবে আয়োজিত G-20 সম্মিলন। বৈদেশিক পৰিক্ৰমা ম্যালয়ে এটা বিবৃতিত প্রকাশ কৰা মতে এই সন্মিলনত প্রধানমন্ত্...

November 20, 2025 12:40 PM

views 21

তিনিদিনীয়া ভ্রমণসূচীৰে আজি শ্রীমতী দ্রৌপদী মুর্মু চত্তিশগড়, তেলেংগানা আৰু অন্ধ্রপ্রদেশলৈ ৰাওনা

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্রমণসূচীৰে আজি চত্তিশগড়, তেলেংগানা আৰু অন্ধ্রপ্রদেশলৈ ৰাওনা হ'ব। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি অম্বিকাপুৰত আয়োজিত জনজাতীয় গৌৰৱ দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। ভ্ৰমণৰ দ্বিতীয় দিনা শ্রীমতী মুর্মুৱে তেলেংগানাৰ চিকন্দাবাদৰ ৰাষ্ট্ৰপতি নিলয়মত ভাৰতীয় কলা মহোৎস...

November 20, 2025 12:37 PM

views 19

চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি বজালীত একতাৰ পদযাত্ৰা

লৌহ পুৰুষ হিচাপে খ্যাত স্বাধীনতা সংগ্ৰামী চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আজি বজালী জিলাৰ নিত্যানন্দত একতাৰ পদযাত্ৰা উলিওৱা হয়। পদযাত্ৰাৰ আৰম্ভণিতে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিচ্ছবিৰ সন্মুখত বস্তি প্রজ্বলন কৰে। নিত্যানন...

November 20, 2025 12:33 PM

views 25

আজি চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী টেট পৰীক্ষাত উত্তীর্ণ প্রার্থীক নিযুক্তি পত্ৰ প্ৰদান

স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি বিয়লি গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী টেট তথা নিযুক্তি পৰীক্ষাত উত্তীর্ণ প্রার্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। ইয়াৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ চাৰিগৰাকী, স্ন...

November 20, 2025 12:31 PM

views 22

পৰহিলৈৰ পৰা হ’বলগীয়া গুৱাহাটী টেষ্টৰ বাবে ভাৰত আৰু দক্ষিণ আফ্রিকাৰ দলৰ অনুশীলন আৰম্ভ

পৰহিলৈৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট এছ'ছিয়েছনৰ খেলপথাৰত প্ৰথমবাৰৰ বাবে হ'বলগীয়া গুৱাহাটী টেষ্টৰ বাবে ভাৰত আৰু দক্ষিণ আফ্রিকাৰ দল দুটাই আজি অনুশীলন চলাব। পুৱাৰ ভাগত গৌতম গম্ভীৰ আৰু ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলে বর্ষাপাৰা ষ্টেডিয়ামৰ উইকেট পর্যবেক্ষণ কৰে। আজি পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ দ...

November 20, 2025 12:28 PM

views 28

২০২৫-২৬ শিক্ষাবর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৫-২৬ শিক্ষাবর্ষৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা ১০ পৰা ২৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাসমূহৰ সূচী পাছত ঘোষণা কৰা কৰা হ'ব। শিক্...

November 20, 2025 12:27 PM

views 19

ৰাজ্যত ডেংগু ৰোগৰ প্রাদুর্ভাৱ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ বিশেষ সতর্কতা

ৰাজ্যত ডেংগু ৰোগৰ প্রাদুর্ভাব বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে বিশেষ সতর্কতা অৱলম্বন কৰিছে। স্বাস্থ্য বিভাগৰ সূত্র অনুসৰি ৰাজ্যখনত কমেও ৫৭০ জন লোক এই ৰোগত আক্রান্ত হৈছে। ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সর্বাধিক ৭৪ জন লোক এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। শিৱসাগৰত ৬৩ জন আৰু শোণিতপুৰ জি...

November 20, 2025 12:26 PM

views 8

প্রতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাত মাতৃভাষা মাধ্যম অন্তৰায় নেকি এই সন্দৰ্ভত শনিবাৰৰ বিশেষ দৃষ্টিপাত

সাম্প্রতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষার্থীয়ে প্রতিযোগিতামূলক পৰীক্ষাত সফলতা লাভকৰাত অন্তৰায়ৰ সৃষ্টি হৈছে নেকি? বর্তমান সময়ত ৰাজ্যৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰিৱেশ কেনে? এনে কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰি বাতৰি বিভাগে অহা ২২ নবেম্বৰ, শনিবাৰে নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰিব এটা বিশেষ দৃষ্...