November 21, 2025 11:15 AM

views 29

উত্তৰ-পূব তেল আৰু গেছ সন্মিলন ২০২৫ত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

উত্তৰ-পূৰ্বাঞ্চল সমগ্র দক্ষিণ-পূব এছিয়াৰ ভিতৰতে বিনিয়োগৰ কাৰণে আটাইতকৈ আকর্ষণীয় অঞ্চল হিচাপে পৰিগণিত হ'বলৈ গৈ আছে বুলি কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ভাৰতীয় উদ্যোগ পৰিসংঘৰ উদ্যোগত গুৱাহাটীত আয়োজিত উত্তৰ-পূব তেল আৰু গেছ সম্মিলন ২০২৫ত অংশগ্ৰহণ কৰি কেন্দ...

November 21, 2025 11:09 AM

views 29

বিশ্ব বক্সিং কাপ ফাইনেল প্রতিযোগিতাৰ অন্তিম দিনা ভাৰতৰ ৯টা সোনৰ পদক

ভাৰতে উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত অনুষ্ঠিত বিশ্ব বক্সিং কাপ ফাইনেল প্রতিযোগিতাৰ কালি অন্তিম দিনা ৯টা সোনৰ পদক জয় কৰে। মহিলাৰ শাখাত জেছমিন লেম্বৰিয়া, নিখাট জনি, প্রবীন হুদা, অৰুন্ধতি চৌধাৰী, প্ৰীতি পাৱাৰ, মীনাক্ষী হুদা আৰু নুপুৰ ছিঅ'ৰানে কালি ঐতিহাসিক সাফল্যৰে নিজ নিজ শাখাত সোণৰ পদক অৰ্জন কৰে । জে...

November 21, 2025 11:06 AM

views 31

ভিয়েটনামত বৰষুণ, বান আৰু ভূমিস্খলনত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৪১ লৈ বৃদ্ধি

ভিয়েটনামত নেৰা-নেপেৰা বৰষুণ, বান আৰু ভূমিস্খলনত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৪১ লৈ বৃদ্ধি পাইছে। বিগত তিনিদিনত মধ্য ভিয়েটনামৰ ভালেমান অংশত হোৱা ১৫০ ছেণ্টিমিটাৰৰ অধিক বৰষুণৰ বাবে অঞ্চলটোৰ গাঁও-নগৰসমূহ বানত বুৰ গৈছে। ভিয়েটনামত পৰিৱেশ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে দেশখনৰ ৬টা প্ৰান্তত কেইবাজনো লোকৰ মৃত্যু...

November 21, 2025 11:01 AM

views 25

সমগ্ৰ দেশত জি এছ টি সঞ্চয় উৎসৱ আৰম্ভ

নৰেন্দ্ৰ মোদী চৰকাৰে বিভিন্ন ক্ষেত্ৰৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱাকৰ জি এছ টি হ্ৰাস কৰাৰ পাছত ২২ ছেপ্তেম্বৰৰ পৰা জি এছ টি সঞ্চয় উৎসৱ আৰম্ভ হৈছে। ইয়াৰ পৰা সমগ্ৰ দেশৰ জনসাধাৰণ উপকৃত হৈছে। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে কৃষিখণ্ডৰ বাবেও সকাহ কঢ়িয়াই আনিছে। কৃষিৰ উৎপাদন ব্যয়, কৃষিকাৰ্যত ব্যৱহৃত আ...

November 21, 2025 10:56 AM

views 23

ছত্তিশগড়ৰ অম্বিকাপুৰত জনজাতীয় গৌৰৱ দিৱস উদযাপন অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি ছত্তিশগড়ৰ অম্বিকাপুৰত জনজাতীয় গৌৰৱ দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।আকাশবাণীৰ সংবাদাতাই জনাইছে যে, ছত্তিশগড়ৰ অম্বিকাপুৰৰ পি জি কলেজ খেলপথাৰত জনজাতীয় গৌৰৱ দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি জনজাতীয় সম্প্ৰদায়ৰ গৌৰৱময় ইতিহাস আৰু তেওঁ...

November 21, 2025 10:52 AM

views 17

জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জোহান্সবার্গত হ'বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য আজি তিনিদিনীয়া ভ্রমণসূচীৰে দক্ষিণ আফ্ৰিকালৈ যাব। এয়া হ'ব প্ৰধানমন্ত্ৰী মোদীৰ চতুৰ্থ দক্ষিণ আফ্ৰিকা ভ্ৰমণ। ইয়াৰ পূৰ্বে তেওঁ ২০১৬ চনত দ্বিপাক্ষিক ভ্ৰমণসূচীৰে দক্ষিণ আফ্ৰিকালৈ গৈছিল আৰু ২০১৮ তথা ২০২৩ চনত দেশখনত...

November 21, 2025 10:49 AM

views 21

সংবিধানৰ অধীনত বিধেয়কসমূহত অনুমোদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মন্তব্য

সংবিধানৰ অধীনত বিধেয়কসমূহত অনুমোদন সন্দৰ্ভত ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ সিদ্ধান্তৰ বাবে ন্যায়ালয়ে কোনো সময়সীমা নির্ধাৰণ কৰিব নোৱাৰে বুলি উচ্চতম ন্যায়ালয়ে প্রকাশ কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গভাই নেতৃত্বাধীন এখন সাংবিধানিক বিচাৰপীঠে সংবিধানৰ ১৪৩ নম্বৰ অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতি...

November 20, 2025 9:24 PM

views 34

চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী টেট তথা নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিয়লি আয়োজিত এটা অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী টেট তথা নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। ইয়াৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ ৪ গৰাকী, স্নাতক শিক্ষকৰ ১৭৭ গৰাকী, নি...

November 20, 2025 9:19 PM

views 22

নাজিৰা পৌৰসভাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নাজিৰা পৌৰসভাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে নাজিৰাৰ গান্ধী ময়দানত আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয়, যে পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰ দ্বাৰা নাজিৰা পৌৰসভাই ৰূপায়ণ কৰা আঁচনিসমূহে নগৰখনৰ সৰ্বাংগী...

November 20, 2025 9:07 PM

views 24

বি টি আৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত বশিষ্ঠৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত পর্যালোচনা বৈঠক অনুষ্ঠিত

২০২৬-ৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বি টি আৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আজি বশিষ্ঠৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বি টি চিৰ অন্তৰ্গত পাঁচোখন জিলাৰ সভাপতি, জিলা প্ৰভাৰী, বিগত নির্বাচনত প্ৰতিন্দ্বন্দ্বিতা কৰা প্ৰাৰ্থী আৰু সাংগঠিনক প্ৰভাৰীসকলে বৈঠকত অংশগ্...