April 5, 2024 8:54 PM
37
জাৰ্মান অ’পেন স্কোৱাছ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত ৰাষ্ট্ৰীয় চেম্পিয়ন লোৱন চেন্থিলকুমাৰ
◊ ৰাষ্ট্ৰীয় চেম্পিয়ন লোৱন চেন্থিলকুমাৰ জাৰ্মান অ’পেন স্কোৱাছ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। চেন্থিলকুমাৰে কালি হেমবার্গত অনুষ্ঠিত প্রি-কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ অষ্টম বাছনিপ্রাপ্ত জৰ্জ পাৰ্কাৰক ১১-৫, ১১–৮, ৯-১১, ১১-৯ ফলাফলত পৰাস্ত কৰে। এছিয়ান গেম্ছত ৰূপৰ পদক বিজেতা চেন্থিল কুমাৰে ...