April 6, 2024 12:42 PM

views 87

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে উপভোক্তা মূল্য সূচ্যাংক আধাৰিত মুদ্রাস্ফীতি ৪.৫ শতাংশ হোৱাৰ সম্ভাৱনাঃ আৰ বি আই

ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই) কৈছে যে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে উপভোক্তা মূল্য সূচ্যাংক আধাৰিত মুদ্রাস্ফীতি ৪ দশমিক ৫ শতাংশ হোৱাৰ সম্ভাৱনা আছে। আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে দ্বি-মাসিক মুদ্রানীতি ঘোষণা কৰি কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ২০২২ চনৰ এপ্ৰিলৰ ৭ দশমিক ৮ শতাংশৰ তুলনাত মুদ্রাস্ফী...

April 6, 2024 12:31 PM

views 19

গুৱাহাটীৰ চূণচালি ঘাটত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ তিনিটি কিশোৰৰ সলিল সমাধি

ব্ৰহ্মপুত্ৰৰ চূণচালি ঘাটত গা ধুবলৈ গৈ কালি মহানগৰীৰ তিনিটিকৈ কিশোৰৰ সলিল সমাধি ঘটে। ৰাজ্যিক দূৰ্যোগ প্রশমন বাহিনীৰ জোৱানে উদ্ধাৰ অভিযান চলাই দেৱজিৎ ভূঞা আৰু কুকিল দাস নামৰ কিশোৰ দুজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সমৰ্থ হয় যদিও বাতৰি লিখাৰ পৰলৈ ৰাহুল দাস নামৰ কিশোৰ জনৰ মৃতদেহৰ সন্ধান উলিয়াব পৰা নাই। মৃত ৰা...

April 6, 2024 12:26 PM

views 40

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত লোকনির্ণয়-২০২৪ শীৰ্ষক অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত লোকনির্ণয়- ২০২৪ শীৰ্ষক অনুষ্ঠান প্ৰচাৰ হ'ব। এই অনুষ্ঠানত সাংবাদিক সুস্মিতা গোস্বামী আৰু মমতা মিশ্র সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই।

April 6, 2024 12:24 PM

views 33

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি সন্ধিয়া ৭.৩০ বজাত ৰাজস্থান ৰয়েলছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মেচ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি সন্ধিয়া চাৰে সাত বজাত জয়পুৰত ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে, কালি নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক ৬ উইকেটত পৰাজিত কৰে। চেন্নাই ছুপাৰ ...

April 6, 2024 12:20 PM

views 18

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ আজমেৰ জিলাত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ আজমেৰ জিলাৰ পুষ্কৰৰ সমীপত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। আজমেৰ আৰু পুষ্কৰৰ বিজেপি প্রার্থীদ্বয়ৰ সমৰ্থনত এই সভাৰ আয়োজন কৰা হৈছে। ৰাজস্থানত শ্ৰীমোদীৰ এইখন তৃতীয়খন নির্বাচনী সভা হ'ব।  ইফালে,  আজি পুৱা উত্তৰ প্ৰদেশৰ চাহাৰণ পুৰত ...

April 6, 2024 12:15 PM

views 14

মণিপুৰত লোকসভা নিৰ্বাচনত ভোটদাতাৰ অংশগ্ৰহণ, ভোটগ্রহণ সূচাৰুৰূপে সম্পন্নৰ উদ্দেশ্যে নির্বাচন আয়োগৰ ভালেমান পদক্ষেপ গ্রহণ

মণিপুৰত আসন্ন লোকসভা নিৰ্বাচনত ভোটদাতাসকলৰ সৰ্বাধিক অংশগ্ৰহণৰ লগতে ভোটগ্রহণ প্রক্রিয়া সূচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে নির্বাচন আয়োগে ভালেমান পদক্ষেপ গ্রহণ কৰিছে। যোৱা বছৰ মে’ত জাতিগত হিংসাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সাহায্য শিবিৰত আশ্ৰয় লৈ থকা লোকসকলক ভোটদানৰ সুবিধা প্ৰদান কৰাৰ লগতে ভোটগ্রহণ কেন্দ্...

April 6, 2024 12:12 PM

views 24

মধ্যপ্রদেশত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৯৩খন মনোনয়ন পত্র বৈধ বিবেচিত, ১৬খন বাতিল

মধ্যপ্রদেশত দ্বিতীয় পৰ্যায়ত হ'বলগীয়া ৭খন আসনৰ বাবে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত ৯৩খন মনোনয়ন পত্র বৈধ বিবেচিত হৈছে। পৰীক্ষাৰ পাছত ১৬খন মনোনয়ন পত্র বাতিল কৰা হয়। দ্বিতীয় পৰ্যায়ৰ বাবে অহা সোমবাৰ হৈছে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। ইপিনে ৰাজ্যখনৰ নির্বাচনী প্ৰচাৰ ক্ৰমাৎ তুংগত উঠা পৰ...

April 6, 2024 12:10 PM

views 18

কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়ত লোকসভা নির্বাচন সন্দৰ্ভত বৈঠক

কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটিয়ে কালি বিয়লি নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত লোকসভা নির্বাচন সন্দৰ্ভত এখন বৈঠকত মিলিত হয়। বৈঠকত দলৰ সভাপতি মল্লিকার্জুন খাৰ্গে, কংগ্ৰেছৰ সংসদীয় গোটৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু সাধাৰণ সম্পাদক কে চি বেণুগোপাল উপস্থিত থাকে। হাৰিয়ানাৰ দলৰ জ্যেষ্ঠ নেতাসকলেও এ...

April 6, 2024 12:05 PM

views 23

ৰাজ্যসভাৰ বিৰোধী নেতা ড০ ৰচণদাস মহন্তৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন চণ্ডীগড় আৰক্ষী

চণ্ডীগড় আৰক্ষীয়ে ৰাজ্যসভাৰ বিৰোধী নেতা ড০ ৰচণদাস মহন্তৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে। ড০ মহান্তে যোৱা ২ এপ্রিলত এখন জনসভাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এটা বিতর্কিত মন্তব্য প্ৰকাশ কৰা বুলি অভিযান উত্থাপন হৈছে। এই মন্তব্যক বিজেপিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই সন্দৰ্ভত নির্বাচ...

April 6, 2024 11:58 AM

views 35

বিহাৰত মুকেশ চাহনীৰ নেতৃত্বাধীন বিকাশ শীল ইনছান পার্টীৰ বিৰোধী মহামিত্ৰজোঁটত যোগদান

বিহাৰত প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী মুকেশ চাহনীৰ নেতৃত্বাধীন বিকাশ শীল ইনছান পার্টী (ভি আই পি)য়ে কালি আনুষ্ঠানিকভাৱে বিৰোধী মহামিত্ৰজোঁটত যোগদান কৰে। আৰ জে ডিৰ জ্যেষ্ঠ নেতা তেজস্বী প্রসাদ যাদৱে গোপালগঞ্জ, ঝানঝৰপুৰ আৰু পূব চাম্পাৰণ-এই তিনিখন লোকসভা আসন তেওঁৰ দলে এৰি দিব বুলি ঘোষণা কৰিছে। মহামিত্ৰজোঁটত আ...