April 9, 2024 8:14 PM
31
দেশৰ আন আন অঞ্চলৰ লগতে উত্তৰ পূৱ ভাৰততো বৰষুণৰ লগতে তুষাৰপাত, ধুমুহা গাজনীৰে বজ্ৰপাত হ’ব বুলি আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা শনিবাৰলৈকে মধ্য প্রদেশ, চত্তিশগড়, বিদর্ভ, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, গংগা উপত্যকা অঞ্চল, ঝাৰখণ্ড, ওড়িশা, বিহাৰ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ধুমুহা গাজনীৰে সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অব্যাহত থাকিব বুলি আগজাননী দিছে। ইপিনে, বিভাগটোৱে অহা ৭ দিনত তেলেংগানা, কেৰা...